বুঢ়া চাপৰি অভয়াৰণ্য

বুঢ়া চাপৰি অভয়াৰণ্য (ইংৰাজী: Bura Chapori Wildlife Sanctuary) অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। এই অভয়াৰণ্য লাওখোৱা-বুঢ়া চাপৰি পৰিস্থিতিতন্ত্ৰৰ অন্তৰ্ভুক্ত।

বুঢ়া চাপৰি অভয়াৰণ্য
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল)
বুঢ়া চাপৰি অভয়াৰণ্য
মানচিত্ৰত বুঢ়া চাপৰি অভয়াৰণ্যৰ অৱস্থিতি
বুঢ়া চাপৰি অভয়াৰণ্য
অসমতবুঢ়া চাপৰি অভয়াৰণ্যৰ অৱস্থিতি
অৱস্থান অসম, ভাৰত
নিকটতম চহৰ তেজপুৰ
স্থানাংক 26°51′57″N 92°50′53″E / 26.86583°N 92.84806°E / 26.86583; 92.84806 92°50′53″E / 26.86583°N 92.84806°E / 26.86583; 92.84806
মাটিকালি ৪৪.০৬ বৰ্গ কিলোমিটাৰ
প্ৰতিস্থা 1974
কৰ্তৃপক্ষ Department of Environment & Forests, Assam

ভৌগোলিক বিৱৰণ

এই বন্যপ্ৰাণী অভয়াৰণ্য ব্ৰহ্মপুত্ৰনদীৰ উত্তৰ পাৰে শোণিতপুৰ জিলাত অৱস্থিত। তেজপুৰ চহৰ আৰু গুৱাহাটীৰ পৰা এই বনাঞ্চলৰ দুৰত্ব ক্ৰমে ৪০ কিমি আৰু ১৮১ কিমি। এই বনাঞ্চলৰ মাটিকালি প্ৰায় ৪৪.০৬ বৰ্গ কিলোমিটাৰ। ইয়াত প্ৰধানকৈ ঘাঁহনি আৰু জলাহভূমি তথা অৰ্ধ চিৰসেউজীয়া বনাঞ্চল দেখা পোৱা যায়।

ইতিহাস

ইয়াক ১৯৭৪ চনত সংৰক্ষিত বনাঞ্চল আৰু ১৯৯৫ চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়।

জৈৱবৈচিত্ৰ্য

বুঢ়া-চাপৰি বনাঞ্চৰ জৈৱবৈচিত্ৰ্য খুবেই চহকী। বিশেষকৈ ইয়াক উলূম’ৰাৰ বাবে অতি উপযোগী বনাঞ্চল বুলি গণ্য কৰা হয়। অন্যান্য প্ৰাণী তথা চৰাই চিৰিকটি সমূহ হ’ল-

    স্তন্যপায়ী প্ৰাণী

এশিঙীয়া গঁড়, বনৰীয়া ম’হ, অসমীয়া বান্দৰ, দল-হৰিণা, নাহৰফুটুকী বাঘ, বন-ৰৌ, শিয়াল, শৰপহু, খটীয়া পহু, সেন্দূৰী বান্দৰ, হলৌ বান্দৰ, বাদুলি, মলুৱা বান্দৰ, লাজুকী বান্দৰ, সুগৰী পহু, হেপা, হাতী ইত্যাদি।

    চৰাই-চিৰিকটি

আমৰ’লীয়া হাঁহ, মাছোৰোকা, মৌপিয়া, লক্ষ্মী ফেঁচা, লৰীয়তী, শামুকভঙা, শেন, শৰালি হাঁহ, দেওৰাজ হাঁহ, নীলকণ্ঠ, পাকৈঢোৰা, ফেঁচু, পাটিশগুণ, পানী কাউৰী, বতা চৰাই, বনকুকুৰা, বনচিৰিকা, বামুণ বগলী, বামুণী হাঁহ, খন্তীয়া হাঁহ, গলমণিকা, সখিয়তী, সাতভনী, বৰ বগ, বৰটোকোলা, সোণ বাঢ়ৈটোকা,সৰুমূগী হাঁহ, হয়কলি, হাইঠা, হাড়গিলা, ঘিলা হাঁহ, চাকৈ-চকোৱা, ৰাজ ভাটৌ, ৰামপৰা, কলীমূৰী হাঁহ, [[ক পাকৈঢোৰা]], কাকলি হাঁহ, কামচৰাই, কুটুম চৰাই

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

বুঢ়া চাপৰি অভয়াৰণ্য ভৌগোলিক বিৱৰণবুঢ়া চাপৰি অভয়াৰণ্য ইতিহাসবুঢ়া চাপৰি অভয়াৰণ্য জৈৱবৈচিত্ৰ্যবুঢ়া চাপৰি অভয়াৰণ্য তথ্যসূত্ৰবুঢ়া চাপৰি অভয়াৰণ্য বাহ্যিক সংযোগবুঢ়া চাপৰি অভয়াৰণ্যঅসমইংৰাজী ভাষাশোণিতপুৰ

🔥 Trending searches on Wiki অসমীয়া:

জ্যামিতিঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাযোৰহাট জিলামহাভাৰতহনুমানবৰপেটা জিলাৱিকিপিডিয়াকল্পনা সাহিত্যম’বাইল ফোনৰুবুল মাউতঅভিমন্যুনামঘোষাএৰিষ্ট'টলসাঁচিগছপৰ্যাবৃত্ত তালিকামিচিং জনগোষ্ঠীৰ সাজপাৰকাৰ্ল মাৰ্ক্সডিগবৈ তেল শোধনাগাৰদশম স্কন্ধৰ আদিছোৱাFale sootagaগোলোকচন্দ্ৰ গোস্বামীৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত্ৰিভুজঅণুবীক্ষণ যন্ত্ৰঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিবিশেষ শিক্ষাজালিয়ানৱালাবাগৰ হত্যাকাণ্ডজিকিৰলাভলীনা বৰগোহাঁইঅসমীয়া লোকসাহিত্যঁ (চন্দ্ৰবিন্দু)ব'হাগ বিহুনৱকান্ত বৰুৱাসোণঅম্বুবাচীঝুমুৰভাৰতৰ প্ৰধানমন্ত্ৰীপ্ৰাকৃতিক পৰিৱেশঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাভূমি প্ৰদূষণসন্ধ্যাৰাগ (চলচ্চিত্ৰ)লাক্সেমবাৰ্গফৰাচী বিপ্লৱমাহবায়ু প্ৰদূষণহস্তমৈথুনসংখ্যানিৰ্ম্মল ভকতপাইথাগোৰাছৰ উপপাদ্যঅখণ্ড সংখ্যাযোগাসনমৌৰ্য সাম্ৰাজ্যঅসমৰ জাতীয় গীতঐনিতমনৰেন্দ্ৰ মোদীবন্দে মাতৰম্‌ভাৰতত বাল্য বিবাহইমেইলব্ৰহ্মগুপ্ততাল (বাদ্যযন্ত্ৰ)মাধৱ কন্দলিজেৰুজালেমলক্ষ্মীনাথ বেজবৰুৱাৰামচৰণ ঠাকুৰডিমাছা ভাষাঅসহযোগ আন্দোলনদিহানামবুঢ়ী আইৰ সাধুঅসমৰ সত্ৰসমূহৰ তালিকাচাহবিদ্যুৎজোনবিৰি (অলংকাৰ)ভাৰতত নাৰীবাদউপেন্দ্ৰনাথ ব্ৰহ্মকীৰ্তন-ঘোষাৰজনীকান্ত বৰদলৈ🡆 More