ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা

ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা বুলিলে সংবিধানখনৰ চমু ভূমিকা অংশক বুজায় য'ত এই নথিৰ লক্ষ্য আৰু নীতিৰ কথা আছে। সংবিধানৰ ক্ষমতাৰ উৎস হিচাপে ইয়ত জণগণৰ কথা উল্লেখ কৰা হৈছে। ভাৰতীয় জনতাৰ আশা আৰু দেশৰ আদৰ্শৰ কথাও প্ৰস্তাৱনাত স্পষ্টকৈ উল্লেখ কৰা আছে। ভাৰতৰ গণপৰিষদে ১৯৪৯ চনৰ ২৬ নৱেম্বৰত এই সংবিধানত সন্মতি জনায় আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীত ই গৃহীত হয়।

ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা
ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ মূল পাঠ্য, (৪২তম সংশোধনৰ পূৰ্বে)

প্ৰস্তাৱনাৰ পাঠ্য

আমি, ভাৰতবৰ্ষৰ জনসাধাৰণে, ভাৰতবৰ্ষক এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্ম নিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য ৰূপে গঠন কৰিবলৈ আৰু ইয়াৰ সকলো জনসাধাৰণৰ বাবে

সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, মতপ্ৰকাশ, বিশ্বাস, আস্থা আৰু উপাসনাৰ স্বাধীনতা, মৰ্যাদা আৰু সুযোগৰ সমতা নিশ্চিত কৰিবলৈ আৰু তেওঁলোক সকলোৰে মাজত ভাতৃত্ববোধ, ব্যক্তিসন্মান আৰু ৰাষ্ট্ৰীয় ঐক্য আৰু অখণ্ডতাৰ প্ৰসাৰ কৰাৰ অৰ্থে পবিত্ৰ অন্তঃকৰণেৰে সংকল্পবদ্ধ হৈ,

আমাৰ ভাৰতীয় গণপৰিষদত আজি ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে ইয়াৰ দ্বাৰা আমি গ্ৰহণ আৰু বিধিবদ্ধ কৰি নিজৰ প্ৰতি এই সংবিধান উছৰ্গা কৰিলোঁ।

তথ্য সংগ্ৰহ

আৰু চাওক

Tags:

ভাৰতৰ সংবিধান

🔥 Trending searches on Wiki অসমীয়া:

শ্ৰী সূৰ্য পাহাৰডিগবৈ তেল শোধনাগাৰবতৰনীলমণি ফুকন (কনিষ্ঠ)ৰামায়ণনলিনীবালা দেৱীবিশেষ শিক্ষাচাহবড়ো জনগোষ্ঠীনাৰী সবলীকৰণচকৰি ফেঁটী বুৰঞ্জীভাৰত ত্যাগ আন্দোলনইলন মাস্ক্মেখেলা চাদৰ২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনছোৱাইন ফ্লুসংক্ৰমণগুৱাহাটীভক্তি ৰত্নাৱলীগণৰাজ্য দিৱস (ভাৰত)বিহুগীতবাৰ ভূঞাহেমকোষগান্ধীবাদদশৰথৰংঘৰদীনেশ চন্দ্ৰ গোস্বামীযৌন নিৰ্যাতনভাৰত ৰত্নঅৰুণোদইৰমন্যাসবাদঅসমৰ জিলাসমূহগাঁও পঞ্চায়তকানাই বৰশী বোৱা শিলালিপিউমাচল শিলালিপিঅংগৰাগ মহন্তঅপভ্ৰংশমিচিং জনগোষ্ঠীহোমাৰআন্তৰ্জাতিক শ্ৰমিক দিৱসস্বামী বিবেকানন্দদৌল গোবিন্দ মন্দিৰবেক্টেৰিয়াখামটি জনগোষ্ঠীহাড়কৰ'নাভাইৰাছ ৰোগ ২০১৯জৈন ধৰ্মকাৰ্বি জনগোষ্ঠীশীতল যুদ্ধকম্পিউটাৰৰজনীকান্ত বৰদলৈপানীৰাতি বিহুমানুহসাঁথৰবিজ্ঞাপনপঞ্চভুজনৱগ্ৰহ মন্দিৰ, গুৱাহাটীতগৰবিপৰীতাৰ্থক শব্দঅসমৰ পুৰণি স্থাপত্যইন্দিৰা মিৰিমহা মৃত্যুঞ্জয় মন্দিৰঅন্তৰীপ (উপন্যাস)উদাৰনৈতিকতাবাদঅতুল চন্দ্ৰ হাজৰিকাদৰং জিলাজোনাকী (আলোচনী)ধৰ্মৰাজনৈতিক দলকাৰেঙৰ লিগিৰীশুৱালকুছিজাভা🡆 More