শুৱালকুছি

শুৱালকুছি (ইংৰাজী: Sualkuchi) অসমৰ কামৰূপ জিলাৰ অন্তৰ্গত এখন লোকপিয়ল নগৰ। ই গুৱাহাটীৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে অৱস্থিত। শুৱালকুছিত অসংখ্য হাতেবোৱা কাপোৰৰ উদ্যোগ থকা বাবে ইয়াক অসমৰ মানচেষ্টাৰ (Manchester of Assam) বুলি কোৱা হয়। কামৰূপ জিলাৰ এই খণ্ডটোৰ মাটিকালি প্ৰায় ৯০ বৰ্গকিলোমিটাৰ।

শুৱালকুছি
অসমৰ মানচেষ্টাৰ
—  নগৰ  —
শুৱালকুছি

এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "state"%; height:0; width: 0; margin:0; padding: 0">

শুৱালকুছি
শুৱালকুছি
শুৱালকুছিৰ অৱস্থান
স্থানাঙ্ক [http://tools.wmflabs.org/geohack/geohack.php?pagename=%E0%A6%B6%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A6%B2%E0%A6%95%E0%A7%81%E0%A6%9B%E0%A6%BF&language=as¶ms=26.17_N_91.57

state_name = অসম_E_type:landmark_region:IN-X 26°10′12″N এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ°এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰএক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰএক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "state" / 26.17°N 91.57 state_name = অসম°E / 26.17; 91.57 state_name = অসম]এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "state"এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "state"

দেশ শুৱালকুছি ভাৰত
জিলা কামৰূপ
জনসংখ্যা

• ঘনত্ব

14,129 (2001)

157 /কিমি (407 /বৰ্গ মাইল)

সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

• উচ্চতা

>90 km2 (35 sq mi)

35 m (115 ft)

ৱেবছাইট www.sualkuchi.webs.com

ৰেচম কেন্দ্ৰ

শুৱালকুছি 
শুৱালকুছিৰ নাওখেলৰ এটা দৃশ্য

শুৱালকুছি অসমৰ প্ৰধান ৰেচম কেন্দ্ৰ। ইয়াত তৈয়াৰ হোৱা মুগা, এৰী আৰু পাটৰ কাপোৰ বিখ্যাত। এইবোৰ কাপোৰেৰে তৈয়াৰ কৰা মেখেলা চাদৰ আৰু গামোচাৰ অসমৰ বাদেও ভাৰতৰ আন ঠাইতো চাহিদা আছে।

১১শ শতিকাত পাল ৰাজবংশৰ ৰজা ধৰ্মপালে ২৬টা বোৱনী পৰিয়ালক তাঁতীকুছিৰ পৰা শুৱালকুছিলৈ লৈ আহিছিল। ১৭শ শতিকাত মোগলক পৰাস্ত কৰি শানসকলে শুৱালকুছি দখল কৰাৰ পিছত ইয়াত বয়নশিল্প গঢ় লৈ উঠিবলৈ ধৰে। ১৯৩০ চনমানলৈকে কেৱল তাঁতী জনগোষ্ঠীৰ মাজত সীমাবদ্ধ এই শিল্প লাহে লাহে আনবোৰ জনগোষ্ঠীৰ লোকেও গ্ৰহণ কৰিবলৈ ধৰে।

ভৌগোলিক তথ্য

শুৱালকুছি 26°10′N 91°34′E / 26.17°N 91.57°E / 26.17; 91.57 স্থানাংকত অৱস্থিত। ঠাইখনৰ গড় উচ্চতা 35 মিটাৰ (115 ফুট)।

জনগাঁথনি

২০০১ চনৰ ভাৰতৰ লোকপিয়লমতে শুৱালকুছিৰ জনসংখ্যা ১৪,১২৯জন। পুৰুষ আৰু মহিলা দুয়োৰে হাৰ ৫০% । লোকসকলৰ গড় স্বাক্ষৰতাৰ হাৰ ৮২% যিটো ভাৰতৰ ৰাষ্ট্ৰীয় গড় ৫৯.৫%তকৈ বেছি। পুৰুষৰ স্বাক্ষৰতাৰ হাৰ ৮৮% আৰু মহিলাৰ ৭৬% । শুৱালকুছিৰ জনসংখ্যাৰ ৬%ৰ বয়স ছয়বছৰতকৈ কম।

বনাঞ্চল

শুৱালকুছিৰ ওচৰত শুৱালকুছি বনাঞ্চল অৱস্থিত। কেটেলা পহু, সুগৰী পহু, শহা পহু, শিহু, ৰিচাছ বান্দৰ আদিৰ লগতে ইয়াত স্থানীয় আৰু পৰিভ্ৰমী চৰাই পোৱা যায়।

তথ্যসূত্ৰ

বহিঃসংযোগ


Tags:

শুৱালকুছি ৰেচম কেন্দ্ৰশুৱালকুছি ভৌগোলিক তথ্যশুৱালকুছি জনগাঁথনিশুৱালকুছি বনাঞ্চলশুৱালকুছি তথ্যসূত্ৰশুৱালকুছি বহিঃসংযোগশুৱালকুছিঅসমইংৰাজী ভাষাকামৰূপ জিলাগুৱাহাটীব্ৰহ্মপুত্ৰ

🔥 Trending searches on Wiki অসমীয়া:

খোলভূপেন্দ্ৰ সংগীতৰামায়ণঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলজাহ্নু বৰুৱাগণৰাজ্য দিৱস (ভাৰত)শব্দ (অভিধান)ৱাশ্বিংটন ডি.চি.অসমৰ পৰম্পৰাগত সাজ-পাৰপৰিস্থিতি বিজ্ঞানৰুবুল মাউতঅসমৰ শাক-পাচলিৰ তালিকাজোনাকী (আলোচনী)অম্বুবাচীকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰামঅনুৰাধাৰ দেশদিহানামহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যচাহদেউৰী জনগোষ্ঠীভাৰতৰ উপৰাষ্ট্ৰপতিআহোম জনগোষ্ঠীসূৰ্যনৰেন্দ্ৰ মোদীফৰাচী বিপ্লৱদক্ষিণপাট সত্ৰমোহনদাস কৰমচান্দ গান্ধীধ্বনিতত্ত্বৰয়েল ছ’ছায়িটি ফৰ প্ৰটেকশ্যন অব বাৰ্ডছসত্ৰীয়া নৃত্যৰাম গগৈচিৰ চেনেহী মোৰ ভাষা জননীভাষাহিমা দাসচ'তসময়বিহু নৃত্যভাৰতৰ উচ্চতম ন্যায়ালয়মাইকেলেঞ্জেল'স্বাধীনতা দিৱস (ভাৰত)গণিতকছাৰী ৰাজ্যযোৰহাট জিলাশ্ৰীমদ্ভগৱতগীতাগীতি-ৰামায়ণদীপৰ বিলমনকৰপ্ৰাৰ্থনা সমাজ২৮ মাৰ্চউমাচল শিলালিপিগঙ্গা নদীহিমন্ত বিশ্ব শৰ্মাঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাৰোমান সাম্ৰাজ্যউদাৰনৈতিকতাবাদঅসমীয়া লোক-সংস্কৃতিমণিৰাম দেৱানগৰু বিহুপাঠ পৰিকল্পনাচীনা সাম্যবাদী বিপ্লৱবৰ্মণ ৰাজবংশমাধৱদেৱঅসম বিধানসভাবেদলিংগৰাজনীতিভীমৰাও ৰামজী আম্বেদকাৰলোকবিশ্বাসবিজয় (অভিনেতা)নতুন শৰাইঘাট দলংসাংখ্য দৰ্শনউটঅসমৰ মন্ত্ৰ-সাহিত্যসিংহখেৰাই🡆 More