ত্ৰিভুজ

সমতলীয় জ্যামিতিৰ ভাষাত তিনিটা বাহু বিশিষ্ট সীমাবদ্ধ ক্ষেত্ৰকে ত্ৰিভুজ বোলা হয়। দ্বি-মাত্ৰিক অংকত ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি ১৮০° বা দুই সমকোণ। এটা সময়ত কেৱল ইউক্লিডীয় জ্যামিতিতেই ত্ৰিভুজৰ বিষয়ে আলোচনা কৰা হৈছিল। কিন্তু নিকোলাই লোবাচেভ্‌স্কি সহ অন্যান্য জ্যামিতি বিশেষজ্ঞসকলৰ অৱদানৰ ফলস্বৰূপে অসমতলীয় জ্যামিতিটো বৰ্তমানে ত্ৰিভুজৰ বিষয়ে আলোচনা কৰা হয়। এই ধৰণৰ অংকত ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি দুই সমকোণ নহয়। অথচ ইউক্লিডীয় জ্যামিতিৰ মূল ভিত্তিতেই এই ধাৰণাটি গঢ় লৈছে।

ত্ৰিভুজ
ত্ৰিভুজ
এটা ত্ৰিভুজ
বাহু আৰু শীৰ্ষ
Schläfli symbol {৩} (সমবাহুৰ বাবে)
ক্ষেত্ৰফল বিভিন্ন প্ৰকাৰ
আন্তঃকোণ (ডিগ্ৰী) ৬০° (সমবাহুৰ বাবে)

প্ৰকাৰভেদ

বাহুৰ দৈৰ্ঘ্যৰ ভিত্তিত

বাহুৰ দৈৰ্ঘ্যৰ ভিত্তিত ত্ৰিভুজ তিনি প্ৰকাৰৰ হ’ব পাৰে। যেনে -

  • সমবাহু ত্ৰিভুজ - যাৰ তিনিটি বাহুৰ দৈৰ্ঘ্য সমান। (সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰতিটো কোণৰ মান ৬০° হয়।
  • সমদ্বিবাহু ত্ৰিভুজ - যাৰ যিকোনো দুই বাহুৰ দৈৰ্ঘ্য সমান। (সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষকোণ ৯০° হ’লে আন সমান দুইটি বিপৰীত কোণ ৪৫°কৈ হ’ব। )
  • বিষমবাহু ত্ৰিভুজ - যাৰ তিনিটা বাহুৰ দৈৰ্ঘ্য তিনি ধৰণৰ। (বিষমবাহু ত্ৰিভুজৰ তিনিওটা কোণেই এটা আনটোৰ পৰা পৃথক হয়।
ত্ৰিভুজ  ত্ৰিভুজ  ত্ৰিভুজ 
সমবাহুসমদ্বিবাহুবিষমবাহু

কোণৰ ভিত্তিত কৰা বিভাজন

কোণৰ ভিত্তিত ত্ৰিভুজ তিনি প্ৰকাৰৰ হ’ব পাৰে -

  • সমকোণী ত্ৰিভুজ - যাৰ যিকোনো এটি কোণ ১ সমকোণ বা ৯০°ৰ সমান।
  • সূক্ষ্ণকোণী ত্ৰিভুজ - যাৰ তিনিটি কোণেই সূক্ষ্ণকোণ
  • স্থূলকোণী ত্ৰিভুজ - যাৰ যিকোনো এটি কোণ স্থূলকোণ।
ত্ৰিভুজ  ত্ৰিভুজ  ত্ৰিভুজ 
সমকোণীস্থূলকোণীসূক্ষ্ণকোণী


ত্ৰিভুজৰ সাদৃশ্যতা

দুটা ত্ৰিভুজ সদৃশ হ'ব যদিহে- i) সিহঁতৰ অনুৰূপ কোণবোৰ সমান আৰু ii) সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে। যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান তেন্তে সিহঁত সমান কোণী বা সমকৌণীক ত্ৰিভুজ বোলে। বিখ্যাত গ্ৰীক গণিতজ্ঞ থেলছে দুটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সত্য উল্লেখ কৰিছিল। সেইটো হ'ল- দুটা সমানকোণী ত্ৰিভুজৰ যিকোনো দুটা অনুৰূপ বাহুৰ অনুপাত সদায় একে। ত্ৰিভুজৰ সদৃশতা বুজিবলৈ '~' প্ৰতীক ব্যৱহাৰ কৰা হয়। দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান।

তথ্য সংগ্ৰহ


বাহ্যিক সংযোগ

Tags:

ত্ৰিভুজ প্ৰকাৰভেদত্ৰিভুজ ৰ সাদৃশ্যতাত্ৰিভুজ তথ্য সংগ্ৰহত্ৰিভুজ বাহ্যিক সংযোগত্ৰিভুজঅংকজ্যামিতি

🔥 Trending searches on Wiki অসমীয়া:

বিষুৱ ৰেখাযোগাসনবৰপেটাঅৰ্থনীতি২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনঅসমৰ জনগোষ্ঠীসংঘাতআমেৰিকা যুক্তৰাষ্ট্ৰগুমৰাগআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডবাঁহী (আলোচনী)ফুলপোহৰভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাপাকস্থলীবৰষুণমামণি ৰয়ছম গোস্বামীৰ উপন্যাসসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাআহোম ৰাজবংশআৰ্দ্ৰতাশ্ৰীমন্ত শংকৰদেৱপদাৰ্থৰ অৱস্থাঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাকৰ'নাভাইৰাছ ৰোগ ২০১৯মুদ্ৰাভাৰতীয় টকাগগনাৰাজহুৱা ক্ষেত্ৰমিঠু বৰুৱাজাতনামমাটিসাহিত্যৰ সমাজতত্ত্বক্ৰিকেটদ্বিতীয় বিশ্বযুদ্ধনীলমণি ফুকন (জ্যেষ্ঠ)পাৰিজাত হৰণ নাটসাঁচিপাতভাৰত-ইউৰোপীয় ভাষা পৰিয়ালনেতাই ধুবুনী ঘাটগৌতম বুদ্ধফুটবলএশিঙীয়া গঁড়নৱবিধা ভক্তিযুগ্ম সংখ্যাগুগলকাৰেংঘৰঅসমৰ পোক - পৰুৱাপুৰাণবিজ্ঞাপনহাঁচতিহিন্দু ধৰ্মহেমচন্দ্ৰ বৰুৱাহেমকোষভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাযতীন্দ্ৰ নাথ দুৱৰামোৰো এটা সপোন আছেভূমিকম্পঋতুসমাজবাদঅশ্বিনী কুমাৰ বৰুৱাসংখ্যাঅসমৰ চাহ জনগোষ্ঠীমহা মৃত্যুঞ্জয় মন্দিৰবচন (ব্যাকৰণ)যোৰহাট জিলাবৰপেটা সত্ৰযোগেশ দাসঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাঅন্নপ্ৰাশনস্বদেশী আন্দোলনঅসমৰ গামোচাঅসমৰ মাছ ধৰা সঁজুলি২৪ এপ্ৰিলদৰং জিলা🡆 More