যোগেশ দাস: অসমীয়া লেখক তথা সাংবাদিক

যোগেশ দাস (ইংৰাজী: Jogesh Das) অসমৰ এজন চুটিগল্প আৰু উপন্যাস লেখক তথা সাংবাদিক। তেখেতৰ জন্ম হৈছিল ১৯২৭ চনৰ ১ এপ্ৰিলত। তেখেতে ১৯৮০ চনত 'পৃথিৱীৰ অসুখ' গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেখেত ১৯৮৫ চনত অসম সাহিত্য সভাৰ বিহপুৰীয়া অধিবেশনৰ সভাপতি নিৰ্বাচিত হোৱাৰ উপৰিও আন আন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিল।

যোগেশ দাস
যোগেশ দাস: শিক্ষা আৰু চাকৰি, মৃত্যু, লেখক জীৱন
জন্ম ১ এপ্ৰিল, ১৯২৭
অসম
মৃত্যু ৯ ছেপ্টেম্বৰ, ১৯৯৯ (৭২ বছৰ)
পেচা লেখক, সাংবাদিক, অধ্যাপক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা এম.এ.
মাতৃশিক্ষায়তন গুৱাহাটী বিশ্ববিদ্যালয়
সময় ১৯৫৩-১৯৯৯
ধৰণ কাল্পনিক
উল্লেখনীয় কৰ্মৰাজি পৃথিৱীৰ অসুখ
ডাৱৰ আৰু নাই
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা (১৯৮০)
অসম উপত্যকা সাহিত্য বঁটা (১৯৯৪)

শিক্ষা আৰু চাকৰি

যোগেশ দাসে ১৯৫৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত এম.এ, ডিগ্ৰী লাভ কৰে। তেখেতে সাংবাদিকতাৰে কৰ্মজীৱন আৰম্ভ কৰিলেও পিছলৈ অধ্যাপনাৰ বৃত্তি গ্ৰহণ কৰে আৰু গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰে

মৃত্যু

১৯৯৯ চনৰ ছেপ্তেম্বৰ মাহৰ ৯ তাৰিখে তেখেতৰ মৃত্যু হয়।

লেখক জীৱন

যোগেশ দাসে পঞ্চাছৰ দশকত এজন লেখক হিচাপে আত্মপ্ৰকাশ কৰে। চুটিগল্প আৰু উপন্যাস তেখেতে সমান দক্ষতাৰে লিখি যায়। ১৯৫৩ চনত তেখেতৰ প্ৰথম উপন্যাস "কলপটুৱাৰ মৃত্যু" প্ৰকাশ পায়। ১৯৫৫ চনত তেখেতৰ দ্বিতীয় উপন্যাস 'ডাৱৰ আৰু নায়ে' তেখেতক এজন শক্তিশালী ঔপন্যাসিক ৰূপে প্ৰতিষ্ঠা কৰে। এই গ্ৰন্থখন নেশ্যনেল বুক ট্ৰাষ্টৰ দ্বাৰা ভাৰতৰ প্ৰধান ভাষাসমূহলৈ অনূদিত হৈছে। তেখেতৰ আন এখন প্ৰখ্যাত গ্ৰন্থ আছিল চুটিগল্পৰ সংকলন 'পৃথিৱীৰ অসুখ'। তেখেতৰ "Folklore of Assam" গ্ৰন্থখনত অসমৰ লোক-সংস্কৃতিৰ সৰল অথচ বিশদ বিৱৰণ পোৱা যায়।

সাহিত্য কৰ্ম

    উপন্যাস
  • ১৯৫৩: সঁহাৰি পাই
  • ১৯৫৫: ডাৱৰ আৰু নাই
  • ১৯৫৯: জোনাকীৰ জুই
  • ১৯৬৩: নিৰুপায়-নিৰুপায়
  • ১৯৬৫: এমুঠি ধূলি
  • ১৯৬৭: হাজাৰ ফুল
  • ১৯৬৯: ছাঁ‌ জুই খেদি
  • ১৯৭০: এমুঠি ধূলি
  • ১৯৭০: উৎকণ্ঠ উপকণ্ঠ
  • ১৯৭২: নেদেখা জুইৰ ধোঁৱা
  • ১৯৭২: অবৈধ
  • ১৯৭৭: নৰেশ, মালতী আৰু...
  • ১৯৭৯: সৰু সৰু ঢৌ
  • ১৯৭৯: ডাঙৰ দা আৰু চন্দন
  • ১৯৮১: ৰজনী বিদূৰ
  • ১৯৮৩: এই অৰণ্য
  • ১৯৮৫: কাগজৰ বাঘ আৰু মানুহৰ তেজ
  • ১৯৮৭: এনাজৰী
  • ১৯৮৭: নতুন কণ্ঠ
  • ১৯৮৭: চিৰিচ গছৰ ছাঁ‌
  • ১৯৮৮: নিষ্ঠুৰ সময়
  • ১৯৮৯: সংগ্ৰাম লগ্নে
  • ১৯৮৯: এজন খঙাল মানুহ
  • ১৯৮৯: পোহৰ বিচাৰি
  • ১৯৯১: জতুগৃহ
  • ১৯৯২: একা বেঁ‌কা
  • ১৯৯২: সোঁ‌তৰ বিপৰীতে
  • ১৯৯৩: আন্ধাৰৰ কিংবদন্তি
  • ১৯৯৪: সৃষ্টি আৰু বেদনা

    চুটিগল্প
  • ১৯৫৩: কলপটুৱাৰ মৃত্যু
  • ১৯৫৬: পপীয়া তৰা
  • ১৯৫৮: আন্ধাৰৰ আঁৰে আঁৰে
  • ১৯৬১: ত্ৰিবেণী
  • ১৯৬৩: মদাৰৰ বেদনা
  • ১৯৬৫: হাজাৰ লোকৰ ভিৰ
    অনুবাদ গ্ৰন্থ
  • আমাৰ কবি
  • ব্ৰাহ্মণ কন্যা
  • ৰবীন হুড
  • বনে বনে
    অন্যান্য
  • ১৯৭২: Folklore of Assam
  • গল্পৰ কুঁকি
  • হেম বৰুৱা
  • সমকালীন গল্প

বঁটা

তথ্য সংগ্ৰহ

Tags:

যোগেশ দাস শিক্ষা আৰু চাকৰিযোগেশ দাস মৃত্যুযোগেশ দাস লেখক জীৱনযোগেশ দাস সাহিত্য কৰ্মযোগেশ দাস বঁটাযোগেশ দাস তথ্য সংগ্ৰহযোগেশ দাসঅসমঅসম সাহিত্য সভাইংৰাজী ভাষাপৃথিৱীৰ অসুখসাহিত্য অকাডেমি বঁটা

🔥 Trending searches on Wiki অসমীয়া:

মৃত্যুঞ্জয়বতাহনৰনাৰায়ণ সেতুমোৱামৰীয়া বিদ্ৰোহবিবাহঅসমীয়া লোক-সংস্কৃতিমানৰ অসম আক্ৰমণহেমচন্দ্ৰ গোস্বামীভাৰতৰ স্বাধীনতা আন্দোলনয়সমাৰ্থক শব্দইংৰাজী ভাষাঅসমীয়া কবিতাহীৰেন গোহাঁইৰঙিয়া (বিধানসভা সমষ্টি)দৰিদ্ৰতাঘড়ীবিহুৰ সাজ-পোচাক আৰু অলংকাৰঅসমৰ সাহিত্যিকসকলৰ তালিকাফাকুৱাসালোক সংশ্লেষণ১৯ এপ্ৰিলশ্ৰীনিবাস ৰামানুজনবিজ্ঞানআই সবাহঅব্যয় পদজিকিৰইংলেণ্ডবাঁহধৰিত্ৰী দিৱসবিজ্ঞাপনহিতেশ ডেকামনআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাফাট বিহুবকুল ফুলৰ দৰে (গ্ৰন্থ)আন্তৰ্জাতিক মাতৃভাষা দিৱসম'হৰ শিঙৰ পেঁপাসুতুলীনামচিংমিত্ৰদেৱ মহন্তঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাৰমন্যাসবাদবিপৰীতাৰ্থক শব্দযুগ্ম সংখ্যাঅসমৰ বনৌষধিউগ্ৰতাৰা দেৱালয়ৰুবুল মাউতঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতদুৰ্গা পূজাঅসম আন্দোলনকীৰ্তন-ঘোষাভাৰত ৰত্নবকুলনেপোলিয়ন বোনাপাৰ্টবিহুৰ বাদ্যযন্ত্ৰপূৰবী বৰমুদৈশ্ৰীকৃষ্ণকীৰ্তনলোকবিশ্বাসপুৰাণবিশ্ব সাহিত্য কেন্দ্ৰকাৰ্বি আংলং জিলাশ্ৰী শ্ৰী আঠখেলীয়া নামঘৰমিঠু বৰুৱাদিহানামএছিয়াপাচন তন্ত্ৰঅৰ্থনীতিমহেশ্বৰ নেওগহুঁচৰিমাধৱদেৱজৈন ধৰ্মহালধীয়া সাংবাদিকতাঅসমৰ তামোল-পাণ সংস্কৃতিজল সংৰক্ষণকাৰ্ল মাৰ্ক্স🡆 More