স্বাভাৱিক সংখ্যা

স্বাভাৱিক সংখ্যা (ইংৰাজী: Natural Number) মানুহে প্ৰতিদিনৰ গণনা সংক্ৰান্তিয় কাম কাজ কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰক বুজায়। এই সংখ্যা হৈছে মানুহে ব্যৱহাৰ কৰা সবাতোকৈ আদিম সংখ্যা পদ্ধতিবোৰৰ এটা।

■ স্বাভাৱিক সংখ্যাৰ সংহতি (seats) অসীম। ইয়াক ইংৰাজী N আখৰেৰে প্ৰকাশ কৰা হয়।

■ স্বাভাৱিক সংখ্যাৰ সংহতি হ'ল- {১,২,৩,৪,৫,৬,৭,৮,৯,১০,...}

গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল ১

[বিঃদ্ৰ] স্বাভাৱিক সংখ্যাৰ সংহতিত শূন্যক অন্তভুৰ্ক্ত কৰাক লৈ মতভেদ আছে। কোনোবাই মাথোঁ ধনাত্মক পূৰ্ণসংখ্যাক স্বাভাৱিক সংখ্যা বুলি কয়; {১,২,৩, ...}। আকৌ কোনোবাই অঋণাত্মক সংখ্যাৰ সংহতি {০,১,২,৩, ...} দি সংজ্ঞা প্ৰদান কৰে। প্ৰথম সংজ্ঞাটো প্ৰাচীনকালৰ পৰাই চলি আহিছে, দ্বিতীয়টো উনিশ শতকত জনপ্ৰিয় হয়। আমাৰ বিদ্যালয়ৰ পাঠ্যপুথিত প্ৰথমটোক প্ৰাধান্য দিয়া হৈছে।

গণিত শিক্ষাৰ আৰম্ভণি হয় নিম্নোক্ত পূৰ্ণ সংখ্যাবোৰৰ পৰা:

১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯, ...

পৰৱৰ্তীকালত শূন্যৰ অন্তৰ্ভুক্তিৰ দ্বাৰা গণিতৰ জ্ঞান আৰু এধাপ ওপৰলৈ আগবাঢ়িল।

০, ১, ২, ৩, ৪, ৫, ৬, ৯,৮, ...

গণিত স্বাভাৱিক সংখ্যৰ দুটা অৰ্থ প্ৰচলিত হৈ আছে। স্বাভাবিক সংখ্যাৰ প্ৰথম গাণিতিক সংজ্ঞা দিছিল গটলব ফ্ৰেগে (ঊনবিংশ শতাব্দীতে) আৰু ইয়াৰ পিছৰজন আছিল বাৰ্ট্ৰাণ্ড ৰাচেল


তথ্যসূত্ৰ

Tags:

ইংৰাজী ভাষাগণনা

🔥 Trending searches on Wiki অসমীয়া:

যৌন সংগমগায়ন-বায়নসিন্ধু সভ্যতাভাৰতীয় শিল্পকলাবিত্তীয় ব্যৱস্থাকৰ্কট ক্ৰান্তিঅসমৰ পৰম্পৰাগত সাজ-পাৰঅসমৰ তেল শোধনাগাৰজাতিসংঘচ্যু-কা-ফাউপনিষদঅসহযোগ আন্দোলনপিঠাবাথৌ পূজাআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰকৃষিভাৰতঅযোধ্যা (পৌৰাণিক নগৰ)যৌন নিৰ্যাতনঅণুবীক্ষণ যন্ত্ৰভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহডিব্ৰুগড় জিলাঅসমৰ পৰম্পৰাগত খেল-ধেমালিশৰৎচন্দ্ৰ চট্টোপাধ্যায়মৃণাল কলিতাবিষুৱ ৰেখাঅসমৰ চলচ্চিত্ৰকৃষ্ণঅৰুণাচল প্ৰদেশভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যৰাতি বিহুকীৰ্তন-ঘোষালোকসভাদৌল গোবিন্দ মন্দিৰডিগবৈ তেল শোধনাগাৰহৃদযন্ত্ৰপুতলা নাচলোকাচাৰমানুহমিয়া খলিফাকেতেকী ফুলশ্ৰী শ্ৰী বটদ্ৰৱা থানভূপেন হাজৰিকাৰ সাহিত্যনৱবিধা ভক্তিপৰ্যাবৃত্ত তালিকাৰঙিয়াচৰ্যাপদচান্দ সদাগৰসমাজআহোম বিবাহ পৰম্পৰাচৰকাৰজামুগুৰিহাটইন্দিৰা মিৰিযোগাসনভাষাব্ৰহ্মগুপ্ততাজমহলঅসমভাষাবিজ্ঞানঅসমীয়া জাতিসিন্ধী ভাষাঅসমৰ পৰম্পৰাগত সাজ- পাৰপাইক প্ৰথাহীৰেন গোহাঁইলক্ষ্মীনাথ বেজবৰুৱামৃত্যুআধুনিকতাবাদভাস্কৰ (প্ৰথম)অসমৰ মাছভাৰতত মহিলা শিক্ষাদূৰদৰ্শন (চেনেল)মনোমতীঅসমীয়া কবিতাচুতীয়া ৰাজ্য🡆 More