গণিত

পৰিমাণ (quantity), গঠন (structure), পৰিবৰ্তন (change) আৰু স্থান (space)-বিষয়ক গৱেষণাকে সাধাৰণতে গণিত বোলা হয়। অন্য কিছুমানৰ মতে গণিত হ'ল "চিত্ৰ (figure) আৰু সংখ্যাৰ (number) গৱেষণা", কিন্তু এইটো হৈছে গণিতৰ অতি সৰল সংজ্ঞা। গণিতৰ দৰ্শনৰ ভিন্ন ভিন্ন দৃষ্টিভঙ্গিৰ মতে গণিতৰ ভিন ভিন সংজ্ঞা দেখা যায়। বিধিগত (formal) দৃষ্টিকোণ মতে গণিত হ'ল যুক্তিবিজ্ঞান (logic) আৰু বিশেষ প্ৰতীক-চিহ্নাদি (notation) ব্যৱহাৰ কৰে স্বতঃসিদ্ধ-ৰূপে সংজ্ঞায়িত বিমূৰ্ত গঠনসমূহৰ (axiomatically defined abstract structures) গৱেষণা, অৰ্থাৎ গণিত হ'ল বিভিন্ন ধৰণৰ বিমূৰ্ত মানসিক খেলা আৰু গণিতৰ কাম হ'ল এই খেলাৰ নিয়মসমূহ আৰু বিভিন্ন খেলাৰ মাজত সম্পৰ্ক স্থাপন কৰা। অন্য এক বাস্তৱতাবাদী (realistic) দৃষ্টিকোণৰ মতে গণিত হ'ল সেই সকলো বস্তু বা ধাৰণাৰ গৱেষণা, আমাৰ যুক্তিনিৰ্মাণ (reasoning) নিৰ্বিশেষে যাৰ স্বাধীন অস্তিত্ব আছে। অৰ্থাৎ গণিত বাস্তব বস্তুৰ গৱেষণা, মানুহৰ মনৰ বিমূৰ্ত সৃষ্টি নহয়, আৰু গণিতজ্ঞসকলৰ কাম হ'ল মূৰ্ত বাস্তবতাৰ পৰা গণিতৰ বিভিন্ন বিমূৰ্ত সূত্ৰ উদ্ঘাটন কৰা। বিজ্ঞানৰ সকলো শাখাতে গণিতৰ ব্যৱহাৰ আছে; গণিতক সেয়ে "বিজ্ঞানৰ ভাষা", "বিশ্বৰ ভাষা" আৰু "সমস্ত বিজ্ঞানৰ ৰাণী" বুলি কোৱা হয়।

গণিত
ৰাফেলৰ কল্পনাত ৩য় শতাব্দীৰ বিখ্যাত গণিতবিদ ইউক্লিড, দ্য স্কুল অফ এথেন্স ছবিৰ অংশবিশেষ।

গণিত
আইজাক নিউটন (১৬৪৩-১৭২৭), কেলকুটাৰৰ জনক

গণিতৰ ইতিহাস

ইংৰাজী "mathematics" শব্দটো Greek: μάθημα (máthēma "knowledge, study, learning") শব্দৰ পৰা আহিছে যাৰ অৰ্থ "বিজ্ঞান, জ্ঞান, বা শিক্ষণ"; μαθηματικός (মাতেমাতিকোস)-ৰ অৰ্থ "জ্ঞানপিপাসু"। বৰ্তমানে "mathematics" বা গণিত বুলি ক'লে পৰিমাণ, সংগঠন, স্থান আৰু পৰিবৰ্তনৰ গৱেষণাভিত্তিক বিশেষ ধৰণৰ জ্ঞানক বুজাই।

ইতিহাস আৰু গণিতবিশ্ব

গণিত 
বিখ্যাত গ্ৰীক গণিতবিদ পাইথাগোৰাছ (৫৭০-৪৯৫ খৃষ্টপূৰ্ব)

প্ৰাচীন বেবিলনৰ গণিত

এই সভ্যতাৰ স্থলী হ'ল টাইগ্ৰীচ নদীৰ সাৰবাৰ উপত্যাকাত। তেওঁলোকে অংক কৰিছিল সঁচা,কিন্তূ সংখ্যাৰ আ্ৱিস্কাৰ বা ব্যৱহাৰ কৰা নাছিল।

প্ৰাচীন মিছৰীয় গণিত

গণিতৰ মৌলিক ধাৰণাসমূহ

অঙ্ক

সংখ্যা (ইংৰাজী: Number): ০,১,২,৩,৪,৫,৬,৭,৮,৯

গণিতৰ প্ৰধান ক্ষেত্ৰসমূহ

পৰিমাণ

গঠন

=== স

=== 

পৰিবৰ্তন

ভিত্তি আৰু পদ্ধতি

তথ্যসূত্ৰ

বহিঃসংযোগ

সাঁচ:WVS

Tags:

গণিত ৰ ইতিহাসগণিত ৰ মৌলিক ধাৰণাসমূহগণিত ৰ প্ৰধান ক্ষেত্ৰসমূহগণিত তথ্যসূত্ৰগণিত বহিঃসংযোগগণিত

🔥 Trending searches on Wiki অসমীয়া:

বগেজাৰী গীতআনন্দৰাম ঢেকিয়াল ফুকনজিকিৰদুৰ্যোগজল প্ৰদূষণজয়সাগৰ পুখুৰীআমেৰিকা যুক্তৰাষ্ট্ৰবৰপেটা (লোকসভা সমষ্টি)জাতনামবেদঅসমীয়া ভাষাকম্পিউটাৰচন্দ্ৰকুমাৰ আগৰৱালাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলছক্ৰেটিছমামণি ৰয়ছম গোস্বামীঅসমীয়া উপন্যাসপৃথিৱীৰ বায়ুমণ্ডলঅসম বিধানসভাকলজ্ঞানপীঠ বঁটাশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ২৬ এপ্ৰিলইষ্ট ইণ্ডিয়া কোম্পানীআনন্দৰাম বৰুৱাএডৱাৰ্ড জেনাৰকোণস্বামী বিবেকানন্দঅসমীয়া খবৰসতীদাহ প্ৰথাউপন্যাসভট্টদেৱঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকামানচিত্ৰপোৱামক্কাচামগুৰি সত্ৰগণৰাজ্য দিৱস (ভাৰত)ভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫হোমেন বৰগোহাঞিঅসমৰ লোকগীতপলাশীৰ যুদ্ধজীৱনীমানৱ উন্নয়ন সূচকপৰিৱেশ বিজ্ঞানঅণুবীক্ষণ যন্ত্ৰৰমন্যাসবাদসিংহকম্পিউটাৰ হাৰ্ডৱেৰঅসমৰ ৰাজ্যিক প্ৰতীকসমূহচ্যু-লিক-ফাধেমাজি জিলামই আৰু নেফাৰামধেনু (আলোচনী)একচেটীয়া বজাৰছাইমন কমিশ্যনসপ্তকাণ্ড ৰামায়ণপাৰ্ৱতি প্ৰসাদ বৰুৱাযুগ্ম সংখ্যাঅসমীয়া ভাষাৰ শব্দসম্ভাৰকেন্দ্ৰীয় শাসিত অঞ্চলৰঘুনাথ দাস মহন্ততেজমেলেৰিয়াকাৰাটেসাধুকথানিৰ্মলপ্ৰভা বৰদলৈনলিনীবালা দেৱীঅসমীয়া ভাষা উন্নতি সাধিনী সভাউমানন্দলক্ষ্মীনন্দন বৰামোৰো এটা সপোন আছেপৰিৱেশ তন্ত্ৰতাল (বাদ্যযন্ত্ৰ)ৱিকিমিডিয়া ফাউণ্ডেশ্যন🡆 More