চ্যু-লিক-ফা

চাওফা চ্যু-লিক-ফা (আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜎𑜢𑜀𑜫 𑜇𑜡,ইংৰাজী: Sulikphaa) বা ৰত্নধ্বজ সিংহ ১৬৭৯ চনৰ পৰা ১৬৮১ চনলৈ আহোম ৰাজ্যৰ ৰজা আছিল। গুৱাহাটী আৰু নামনি অসমৰ আহোম ৰাজপ্ৰতিনিধি লালুকসোলা বৰফুকনে আগৰ ৰজা চুদৈফাক আঁতৰাই চুলিক্‌ফাক ৰজা পাতোঁতে তেওঁৰ বয়স আছিল মাত্ৰ ১৪ বছৰ। এই বয়সতে ৰজা হোৱা বাবে তেওঁ ল'ৰা ৰজা নাম পাইছিল। তেওঁৰ শাসনকালত লালুকসোলা বৰফুকনে নানা দুৰ্ষ্কাৰ্য কৰিছিল। তাৰ ভিতৰত এটা আছিল আহোম ৰাজবংশৰ কোঁৱৰসকলৰ অংগ ক্ষত কৰা। তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণি পলাই সাৰিলেও তেওঁৰ পত্নী জয়মতীক চুলিক্‌ফাৰ সৈন্যই অমানুসিক অত্যাচাৰ চলায় আৰু কুঁৱৰী মৃত্যুমুখত পৰে। ৰাজসভাৰ বিবাদত লালুকসোলা বৰফুকনৰ হত্যাৰ পাছত কলিয়াবৰৰ মন্ত্ৰীসকলে ল'ৰা ৰজাক আঁতৰাই যোগ্য কোঁৱৰ এজনক ৰজা পাতিবলৈ মনস্থ কৰে। সেই মৰ্মে কামৰূপৰ ৰাণী অঞ্চলত আত্মগোপন কৰি থকা গদাপাণিক আনি ৰজা পতা হয়। চুলিক্‌ফাক নামৰূপলৈ নিৰ্বাসন দিয়া হয় আৰু পাছত মৃত্যুদণ্ড বিহা হয়।

চাওফা চ্যু-লিক-ফা
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜎𑜢𑜀𑜫 𑜇𑜡
চাওফা
অসমৰ ৰজা
সম্পূৰ্ণ নাম
চাওফা চ্যু-লিক-ফা
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
চ্যু-লিক-ফা
চ্যু-কা-ফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯


তথ্যসূত্ৰ

টোকা

Tags:

আহোম ভাষাআহোম ৰাজবংশআহোম ৰাজ্যইংৰাজী ভাষাকামৰূপ জিলাগুৱাহাটীচাওফাচুদৈফাজয়মতীতুংখুঙীয়া ফৈদনামনি অসমলালুকসোলা বৰফুকন

🔥 Trending searches on Wiki অসমীয়া:

জ্ঞানপীঠ বঁটাগড়মূৰ সত্ৰঘৰ শালিকাপাইক প্ৰথাস্বদেশী আন্দোলনঅসমীয়া ভাষাৰ শব্দসম্ভাৰভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাঅণুজীৱঁ (চন্দ্ৰবিন্দু)চিপাহী বিদ্ৰোহ ১৮৫৭বাথৌ পূজাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলপাৰিজাত হৰণ নাটঅসমত গঁ‌ড়ৰ চোৰাং চিকাৰইয়াত এখন অৰণ্য আছিলঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহভাৰতৰ সংৰক্ষণ ব্যৱস্থামহেঞ্জোদাৰোবুৰঞ্জী সাহিত্যসংঘাতজাতীয়তাবাদপ্ৰাকৃতিক পৰিৱেশৰাজনৈতিক দলদক্ষিণপাট সত্ৰতেজপুৰঅপাৰেটিং চিষ্টেমআপংদৌল গোবিন্দ মন্দিৰঢোলশিৱসাগৰ জিলাচাইকেল২০২৩ জি-২০ নতুন দিল্লী সন্মিলনডিগবৈছ'ভিয়েট সংঘমণিৰাম দেৱান (চলচ্চিত্ৰ)বিহুগীতঅসমৰ বাঁহ-বেতৰ শিল্পবাংলাদেশবিশ্বকোষমহাকাব্যহিতেশ্বৰ বৰবৰুৱাভূগোলচুটিগল্পউত্তৰ-পূব সীমান্ত ৰেলৱেপৰিৱেশ অধ্যয়নশিৱসাগৰ পুখুৰীমানস ৰাষ্ট্ৰীয় উদ্যানআকাশবাণী গুৱাহাটীসঁফুৰা (শিশু আলোচনী)ঘৰচিৰিকাপদুমবুৰঞ্জীশিশুৰ খেল-ধেমালিগৰু বিহুমাৰ্ঘেৰিটা মহকুমাশক্তিমে ডাম মে ফিজীৱনৰ বাটতঅসমৰ ৰাজ্যপালসকলৰ তালিকাচিলাৰায়অৰ্কিডৰামধেনু (আলোচনী)পতঞ্জলিৰ যোগসূত্ৰঅষ্ট্ৰেলিয়াঅসমীয়া উপন্যাসঅসমীয়া লোক-সংস্কৃতিঅসমীয়া সাহিত্যআন্তৰ্জাতিক মানৱ অধিকাৰ আইনতুলসীযতীন্দ্ৰ নাথ দুৱৰাতথ্যধুবুৰী (লোকসভা সমষ্টি)🡆 More