গোবৰ ৰজা

গোবৰ (ৰাজত্ব ১৬৭৫-১৬৭৫) প্ৰায় তিনি সপ্তাহৰ বাবে আহোম ৰাজ্যৰ ৰজা আছিল। আহোম ৰাজবংশত তুংখুঙীয়া ফৈদৰ তেওঁ প্ৰথম ৰজা আছিল। তেওঁৰ পুত্ৰই পাছলৈ গদাধৰ সিংহ নামেৰে স্বৰ্গদেউ হৈছিল। আহোম ৰাজধানী গড়গাঁৱৰ এজন শক্তিশালী বিষয়া ডেবেৰা বৰবৰুৱাই তেওঁক সিংহাসনত অধিষ্ঠিত কৰাইছিল। গোবৰেই ডেবেৰাই পতা অন্তিম ৰজা আছিল। ইয়াৰ পাছত আতন বুঢ়গোহাঁইৰ নেতৃত্বত শৰাইঘাটীয়া আহোম বিষয়াসকলে তেওঁলোকক ক্ষমতাচ্যুত কৰি মৃত্যুদণ্ড বিহে।

আহোম ৰাজবংশ
গোবৰ ৰজা
চ্যু-কা-ফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯

বংশ পৰিচয়

গোবৰ সাৰঙ্গ গোহাইৰ পুতেক, এই সাৰঙ্গ গোহাই আছিল চুহুঙমুঙৰ তৃতীয় পুতেকৰ পুতেক । তেওঁৰ ককাক চুতেং নামৰূপীয়া ৰজা আছিল আহোম ৰাজবংশৰ তুংখুঙিয়া ফৈদৰ প্ৰতিষ্ঠাতা, যিটো ফৈদৰ শাসনকৰ্তাই আহোমৰ অন্তিম পৰ্যায়লৈ শাসন কৰিছিল ।

টোকা

তথ্যসূত্ৰ

  • Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms first edition 1981 Publication Board of Assam Guwahati
  • Bhuyan S. K. ATAN BURAGOHAN AND HIS TIMES, first edition 1957 Lawyers Book Stall, Guwahati
  • Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681-1826) second edition 1968 Department of HISTORICAL AND ANTIQUARIAN STUDIES IN ASSAM Guwahati

Tags:

🔥 Trending searches on Wiki অসমীয়া:

মহাভাৰতৰামছি জিনপিংহালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)সনামহী ধৰ্মকানাই বৰশী বোৱা শিলালিপিবিশ্বব্ৰহ্মাণ্ডদীপলিনা ডেকাসংগীতজোনাকী (আলোচনী)দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাগঙ্গা নদীবৰপেটাসংবিধান দিৱস (ভাৰত)সাপঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিবৰ্মণ ৰাজবংশভূপাল দুৰ্ঘটনালখিমপুৰ জিলাসংস্কৃত সাহিত্যহোলোঙাপাৰ গিবন অভয়াৰণ্যভীমৰাও ৰামজী আম্বেদকাৰমঘাই ওজাকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যাননাগৰিকত্বলখিমপুৰ (লোকসভা সমষ্টি)বৰাক নদীঅসমৰ বিভিন্ন বঁটা আৰু পুৰস্কাৰমণিৰাম দেৱানবিষ্ণুপ্ৰসাদ ৰাভাকামৰূপ জিলানিৰ্বাচনী বণ্ডচকলংৰোজাবন্দে মাতৰম্‌অষ্ট্ৰেলিয়াস্বামী বিবেকানন্দফাট বিহুঅসম আন্দোলনহিন্দু ধৰ্মবাগ্‌ধ্বনিৰামধেনু (আলোচনী)অংকীয়া নাটআলি আঃয়ে লৃগাংবাজেটউপনিষদভাৰতৰ প্ৰধানমন্ত্ৰীৰাজস্থানধ্বনিবিজ্ঞানপৰিৱেশ অধ্যয়নঘিলাধাৰী ঘাটৰ সন্ধিঅসমৰ বনৌষধিভাৰতীয় দৰ্শনপবা বৰ্ষাৰণ্যব-দ্বীপজালিয়ানৱালাবাগৰ হত্যাকাণ্ডঅসমীয়া লোক-সংস্কৃতিশিৱসাগৰ পুখুৰীমুখমৈথুনশক্তিক্ৰিকেটলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানগৌতম বুদ্ধমাইলছ ব্ৰনছনজেং বিহুমৈদামপ্ৰাকৃতিক পৰিৱেশহেমকোষএইচ.আই.ভি/এইড্‌ছঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাইউৰোপিয়ান ইউনিয়নইংৰাজী ভাষামই আৰু নেফাঅসমীয়া ব্যাকৰণ🡆 More