চুখ্ৰাম্ফা বা চ্যু-খ্ৰাম্-ফা মৌঙ ডুন চোন খাম বা আহোম ৰাজ্যৰ পঞ্চমজন স্বৰ্গদেউ (চাওফা) আছিল। তেখেত ১৩৩২ চনত ৰাজপাটত বহে।
চাওলুং চ্যু-খ্ৰাম্-ফা | |
---|---|
চাওলুং আহোম ভাষা | |
চাওলুং চ্যু-তু-ফা | |
সম্পূৰ্ণ নাম | |
চাওলুং চ্যু-খ্ৰাম্-ফা | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
ধৰ্ম | আহোম ধৰ্ম |
|
তেওঁৰ দিনত ভাতৃ চাওপুলায়ে চাওপাংবণ্ডুক বৰগোঁহাইৰ সৈতে মিলি স্বৰ্গদেউৰ বিৰুদ্ধে বিদ্ৰোহ কৰে। ৰজাৰ ভাতৃয়ে কমতাপুৰৰ ৰজাৰ সহায়ত আহোম ৰাজ্য আক্ৰমণ কৰে যদিও পাছত আলোচনাৰ মাজেৰে চাৰিংৰ ৰজা পাতি দিয়ে।
চুখ্ৰাংফাৰ দিনত বুঢ়াগোঁহাই পদত চাওফ্ৰংডাম আৰু বৰগোঁহাই পদত তাফ্ৰিখিন বৰগোঁহাই আছিল।
প্ৰায় ৩২ বছৰ কাল শাসনত থাকি ১৩৬৪ চনত ৰজাৰ মৃত্যু হয়।
This article uses material from the Wikipedia অসমীয়া article চুখ্ৰাম্ফা, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.