প্ৰেমচন্দ

প্ৰেমচন্দ (হিন্দী-प्रेमचंद) হিন্দী আৰু উৰ্দু ভাষাৰ লোকপ্ৰিয় গল্পকাৰ, ঔপন্যাসিক তথা সমালোচক আছিল। তেওঁৰ প্ৰকৃত নাম আছিল ধনপত ৰায় শ্ৰীবাস্তৱ। তেওঁ সেৱাসদন, প্ৰেমাশ্ৰম, ৰংগভূমি, নিৰ্মলা, গবন, কৰ্মভূমি, গোদান আদি জনপ্ৰিয় উপন্যাস তথা কফন, পূস কী ৰাত, পঞ্চ পৰমেশ্বৰ, বড়ে ঘৰ কী বেটী, বুঢ়ী কাকী, দো বৈলো কী কথা আদি তিনিশতাধিক গল্পৰ ৰচক। তেওঁ হিন্দী পত্ৰিকা জাগৰণ তথা সাহিত্যিক পত্ৰিকা হংসৰ সম্পাদক তথা প্ৰকাশক আছিল। আদৰ্শোন্মুখ যথাৰ্থবাদ প্ৰেমচন্দৰ সাহিত্যৰ মুখ্য বিশেষত্ব। হিন্দী গল্প-উপন্যাসৰ ক্ষেত্ৰত ১৯১৮ ৰ পৰা ১৯৩৬ চনৰ এই কালছোৱাক 'প্ৰেমচন্দ যুগ' হিচাপে জনা যায়।

প্ৰেমচন্দ
প্ৰেমচন্দ
প্ৰেমচন্দ
জন্ম ৩১ জুলাই, ১৮৮০
লমহী, উত্তৰ প্ৰদেশ
মৃত্যু ৮ অক্টোবৰ, ১৯৩৬
বাৰাণসী, উত্তৰ প্ৰদেশ
পেচা অধ্যাপক, লেখক, সাংবাদিক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
সময় আধুনিক কাল
ধৰণ গল্প আৰু উপন্যাস
বিষয় সামাজিক আৰু খেতিয়ক জীৱন
সাহিত্যিক বিপ্লৱ আদৰ্শোন্মুখ যথাৰ্থবাদ, অখিল ভাৰতীয় প্ৰগতিশীল লেখক স্ংঘ

স্বাক্ষৰ প্ৰেমচন্দ

সাহিত্যিক অৱদান

উপন্যাস

  • অসৰাৰে মআবিদ / দেৱস্থান ৰহস্য
  • হমখুৰ্মা ৱ হমসৱাব / প্ৰেমা
  • কিশনা
  • ৰূঠী ৰানী
  • জলৱএ ঈসাৰ
  • সেৱাসদন
  • প্ৰেমাশ্ৰম
  • ৰংগভূমি
  • নিৰ্মলা
  • কায়াকল্প
  • অহংকাৰ
  • প্ৰতিজ্ঞা
  • গবন
  • কৰ্মভূমি
  • গোদান
  • মংগলসূত্ৰ (অসম্পূৰ্ণ)- এইখন উপন্যাস তেওঁৰ পুত্ৰ অমৃতৰায়ে সম্পূৰ্ণ কৰিছিল।

গল্প সংকলন

  1. সপ্তসৰোজ
  2. নৱনিধি
  3. প্ৰেমপূৰ্ণিমা
  4. প্ৰেম-পচীসী
  5. প্ৰেম-প্ৰতিমা
  6. প্ৰেম-দ্বাদশী
  7. সমৰযাত্ৰা
  8. মানসৰোবৰ

নাটক

  1. সংগ্ৰাম
  2. কৰ্বলা
  3. প্ৰেম কী বেদী

তথ্যসূত্ৰ

Tags:

প্ৰেমচন্দ সাহিত্যিক অৱদানপ্ৰেমচন্দ তথ্যসূত্ৰপ্ৰেমচন্দউৰ্দুহিন্দী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

অপভ্ৰংশমোৰো এটা সপোন আছেশীতল যুদ্ধলিংগ (জৈৱিক)ভৃগু কুমাৰ ফুকনঅসমীয়া ভাষাযৌন সংগমসতীদেউৰী জনগোষ্ঠীতোলনি বিয়ামাধৱ কন্দলিব্ৰজাৱলী ভাষাকমলাবাৰী সত্ৰমোৱামৰীয়া বিদ্ৰোহমুদ্ৰাবধকাব্যদ্বিতীয় বিশ্বযুদ্ধঅসমৰ ৰেচম শিল্পবায়ু প্ৰদূষণমৌ-মাখিগণৰাজ্য দিৱস (ভাৰত)গমধৰ কোঁৱৰবিহুৰ খাদ্যসংস্কৃতিসংবিধান দিৱস (ভাৰত)চৰ্যাপদপদাৰ্থৰ অৱস্থাহাজং জনগোষ্ঠীহুঁচৰিঅৰুণাচল প্ৰদেশস্বদেশী আন্দোলনমামণি ৰয়ছম গোস্বামীৰ উপন্যাসহেপাটাইটিছ বিবতৰঅসম বিধানসভামহাদেশবৰপেটা (লোকসভা সমষ্টি)অসমীয়া প্ৰতিদিনবিষ্ণুৰাম মেধিভাৰতীয় দৰ্শনযোৰহাটভাৰতৰ উপৰাষ্ট্ৰপতিপিয়লি ফুকনবিহুৰ সাজ-পোচাক আৰু অলংকাৰধানশিশু সাহিত্যঅম্বিকাগিৰি ৰায়চৌধুৰীসন্ধিকোচ ৰাজবংশমিৰি জীয়ৰীভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যমৌখিক পৰম্পৰামালিনী থানঅশোকৰ অনুশাসনবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনঅন্তৰীপ (উপন্যাস)দেউলকাঞ্চন (উপন্যাস)শিক্ষক দিৱসজৈৱ বৈচিত্ৰ্যমণিপুৰসৌৰজগতপৰিমেয় সংখ্যাস্বাস্থ্যছাইমন কমিশ্যনগান্ধীবাদথাই ভাষালিমাৰিক (কবিতা)বকুল ফুলৰ দৰে (গ্ৰন্থ)খামটি জনগোষ্ঠীএককোষী জীৱৰাজহুৱা ক্ষেত্ৰ🡆 More