গ্ৰন্থ বকুল ফুলৰ দৰে: অসমীয়া ভাষাৰ উপন্যাস

বকুল ফুলৰ দৰে হৈছে ড॰ মৃণাল কলিতাৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস। ২০১৫ চনৰ নৱেম্বৰ মাহত বান্ধৱ প্ৰকাশনে এই উপন্যাসখন প্ৰকাশ কৰে। উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰথমে কিশোৰ-কিশোৰীৰ বাবে উপযোগী মাহেকীয়া আলোচনী বাৰ ওঠৰত প্ৰকাশ পায়। উপন্যাসখন ৯২.৭ বিগ এফ এমৰ আজিৰ পৃষ্ঠা নামৰ অনুষ্ঠানটিৰ যোগেদি আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগেদিও প্ৰচাৰ কৰা হৈছে। ২০২১ চনৰ ডিচেম্বৰ মাহৰ ৩০ তাৰিখে এই গ্ৰন্থখনৰ বাবে মৃণাল কলিতাই সাহিত্য অকাডেমিৰ ‘শিশু সাহিত্য বঁটা’ লাভ কৰে।

বকুল ফুলৰ দৰে  
গ্ৰন্থখনৰ বেটুপাত
গ্ৰন্থখনৰ বেটুপাত
লেখক মৃণাল কলিতা
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশক বান্ধৱ প্ৰকাশন
প্ৰকাশ নৱেম্বৰ, ২০১৫
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৮৩

লেখক পৰিচিতি

বকুল ফুলৰ দৰে উপন্যাসখনৰ ৰচক মৃণাল কলিতা অসমৰ এগৰাকী শিশু-সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক আৰু নিৱন্ধকাৰ। তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক।

লেখকৰ অন্যান্য গ্ৰন্থ

  • অনুশীলন (গল্প সংকলন)
  • অযান্ত্ৰিক অনুশীলন (গল্প সংকলন)
  • গডফাদাৰৰ হাত আৰু চয়তানৰ মগজু (ৰচনা সংকলন)
  • গণিতৰ বৰ্ণিল জগত (জনপ্ৰিয় গণিতৰ পুথি)
  • ৰিব্‌ৰিব্‌, মুনমীহঁতৰ শেষ নোহোৱা কাহিনী (কাহিনী সংকলন)

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

গ্ৰন্থ বকুল ফুলৰ দৰে লেখক পৰিচিতিগ্ৰন্থ বকুল ফুলৰ দৰে লেখকৰ অন্যান্য গ্ৰন্থগ্ৰন্থ বকুল ফুলৰ দৰে তথ্য সংগ্ৰহগ্ৰন্থ বকুল ফুলৰ দৰে বাহ্যিক সংযোগগ্ৰন্থ বকুল ফুলৰ দৰেআকাশবাণী গুৱাহাটীবাৰ ওঠৰমৃণাল কলিতাসাহিত্য অকাডেমি

🔥 Trending searches on Wiki অসমীয়া:

চৰিত পুথিআহোম-মোগলৰ সংঘৰ্ষকাৰ্বি জনগোষ্ঠীচলচ্চিত্ৰভক্তি ৰত্নাৱলীঅসমৰ বনৌষধিপঞ্চায়তী ৰাজনিৰ্মলপ্ৰভা বৰদলৈকামাখ্যা মন্দিৰমিয়া খলিফাপ্ৰাক-ইতিহাসৰুদ্ৰ কন্দলীশালস্তম্ভ ৰাজবংশবচন (ব্যাকৰণ)হৰিবৰ বিপ্ৰৰূপালীমবড়ো জনগোষ্ঠীমঙ্গলদৈ (লোকসভা সমষ্টি)বৃহস্পতি গ্ৰহহাজোব্ৰহ্মগুপ্তফাট বিহুকামৰূপ ৰাজ্যপ্ৰাকৃতিক সম্পদঅসমৰ মাছঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাবসন্ত ৰোগকাৰ্বি ভাষাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাৰংম'হৰ শিঙৰ পেঁপাঅনুবাদহিন্দী ভাষাঅসমৰ গামোচাএহাত ডাবাবাল্মীকিহয়গ্ৰীৱ মাধৱ মন্দিৰবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যঅসমীয়া গালি-গালাজভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাযকৃৎযৌন নিৰ্যাতনএচিদ বৰষুণমোৱামৰীয়া বিদ্ৰোহফাকুৱামিত্ৰদেৱ মহন্তভাৰতৰ নিৰ্বাচন আয়োগপদাৰ্থৰ অৱস্থাগৱেষণাঅসমীয়া সাহিত্যকৰ্কট ক্ৰান্তিসত্ৰ২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনবিত্তীয় বজাৰবিশ্ব গ্ৰন্থ দিৱসদানৱ ৰাজবংশনৱ-বৈষ্ণৱ ধৰ্মবিজ্ঞানলক্ষ্মীনন্দন বৰাদৰং জিলাৰামমোহন ৰায়ভাৰতৰ উপৰাষ্ট্ৰপতিবব্ৰুবাহনৰ যুদ্ধভৌতিক সংস্কৃতিঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাডিমাছা জনগোষ্ঠীঅব্যয় পদপুথিভঁৰালমামণি ৰয়ছম গোস্বামীক্ষআহোম বিবাহ পৰম্পৰাঅসম বিধানসভাহীৰেন গোহাঁইলীলা গগৈতাল (বাদ্যযন্ত্ৰ)অসমৰ পৰম্পৰাগত সাজ-পাৰ🡆 More