চ্যু-তণ-ফা

চাওফা চ্যু-তণ-ফা (আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜄𑜨𑜃𑜫 𑜇𑜡, ইংৰাজী: Sutanphaa, শাসনকাল:১৭১৪-১৭৪৪) স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ প্ৰথম পুত্ৰ। ৰুদ্ৰ সিংহৰ মৃত্যুৰ পিছত তেওঁ স্বৰ্গদেউ শিৱ সিংহ নাম লৈ আহোম ৰাজপাটত উঠে।

চাওফা চুতণফা
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜄𑜨𑜃𑜫 𑜇𑜡
চ্যু-তণ-ফা
অসমৰ ৰজা
ৰাজত্ব ১৭১৪-১৭৪৪
উত্তৰসূৰী চুণেণফা
সম্পূৰ্ণ নাম
স্বৰ্গদেউ শিৱ সিংহ
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
পিতৃ চুখ্ৰংফা
ধৰ্ম হিন্দু ধৰ্ম
আহোম ৰাজবংশ
চ্যু-তণ-ফা
চ্যু-কা-ফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯

ৰাজত্বকাল

স্বৰ্গদেউ ৰুদ্ৰ সিংহয়ে তেওঁৰ মৃত্যুসজ্জাত তেওঁৰ জ্যেষ্ঠ পুত্ৰ শিৱ সিংহয়ে ৰাজপাট আৰোহণ কৰাটো বিচাৰিছিল। তেওঁ পিতৃৰ বংগক আক্ৰমণ কৰা ইচ্ছা ত্যাগ কৰিছিল। কিন্তু তেওঁ পিতৃৰ ইচ্ছানুসাৰে পশ্চিম বংগৰ নৱদ্বীপৰ শাক্ত পুৰোহিত কৃষ্ণৰাম ভট্টাচাৰ্য্যৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। তেওঁ কৃষ্ণৰাম ভট্টাচাৰ্য্যক কামাখ্যা মন্দিৰৰ ব্যৱস্থাপনা অৰ্পণ কৰিছিল। তাৰপিছত কৃষ্ণৰাম ভট্টাচাৰ্য নীলাচল পাহাৰৰ শিখৰত বাস কৰিবলৈ লয়। সেয়ে তেওঁক পৰ্বতীয়া গোহাঁই বুলিও জনা গৈছিল। শিৱ সিংহয়ে তেওঁক আহোম ৰাজ্যৰ ৰাজকীয় গুৰু মানিছিল আৰু বহুতো মন্দিৰ আৰু ব্ৰাহ্মণক ভূমিদান কৰিছিল।

ডফলা অভিযান

তেওঁৰ সুদীৰ্ঘ ৩০ বছৰকাল শান্তিপূৰ্ণ ভাবে ৰাজত্ব কৰিছিল। কেৱল ১৭১৭ খ্ৰীষ্টাব্দৰ জানুৱাৰী মাহত তেওঁ উত্তৰৰ পাহাৰীয়া অঞ্চলৰ ডফলা সকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। ডফলা সকলে ভৈয়ামলৈ আহি স্থানীয় লোকৰ সা-সম্পত্তি লুট কৰাৰ বাবে তেওঁ এই অভিযান হাতত লৈছিল। ডফলা সকলক দমন কৰাৰ পিছত তেওঁ পাহাৰৰ নামনিত স্থানীয় লোকক তেওঁলোকৰ ভৱিষ্যতৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ এটা গড় বন্ধোৱাইছিল।

মৃত্যু

১৭৪৪ খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱ সিংহৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছত ৰুদ্ৰ সিংহৰ দ্বিতীয় পুত্ৰ তথা শিৱ সিংহৰ ভাতৃ প্ৰমত্ত সিংহ ৰাজ সিংহাসনত অধিষ্ঠিত হয়।

তথ্য উৎস

Tags:

চ্যু-তণ-ফা ৰাজত্বকালচ্যু-তণ-ফা মৃত্যুচ্যু-তণ-ফা তথ্য উৎসচ্যু-তণ-ফাআহোম ভাষাইংৰাজী ভাষাচাওফাৰুদ্ৰ সিংহ

🔥 Trending searches on Wiki অসমীয়া:

আজান পীৰৱিকিপিডিয়াঅনিৰুদ্ধদেৱবৰপেটামুহাম্মাদঅসমৰ ৰাজ্যিক প্ৰতীকসমূহপিয়লি ফুকনবুৰঞ্জী সাহিত্যভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহভীমৰাও ৰামজী আম্বেদকাৰঋতুকাৰেংঘৰসূত্ৰধাৰ নৃত্যআহোম ৰাজ্যআহোম ৰাজবংশমহাভাৰতচুটিগল্পজুবিন গাৰ্গহীৰেন ভট্টাচাৰ্যফলৰ তালিকাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগযোৰহাট জিলাবাণীকান্ত কাকতিদেবেন্দ্ৰ নাথ আচাৰ্যকেঁচা পাতৰ কঁপনিমৰিগাঁও জিলাবিজয় (অভিনেতা)ভূমিকম্পইষ্ট ইণ্ডিয়া কোম্পানীধেমাজিৰবীন্দ্ৰনাথ ঠাকুৰগামোচাবামুণী পাহাৰ২৯ এপ্ৰিলউত্তৰ-পূব ভাৰতঅসমীয়া জাতিঅসমজোনাকী (আলোচনী)কনকলতা বৰুৱালোকভাষাসত্ৰভৱানন্দ দত্তকাছাৰ জিলালিংগলভিতাকোকৰাঝাৰ জিলাচি (প্ৰগ্ৰামিং লেংগুৱেজ)অসমীয়া লিপিৰ বুৰঞ্জীৰাৱণবেলশুৱালকুছিনৱকান্ত বৰুৱামেদবহুলতামালিনী থানবেউলাগৌতম বুদ্ধশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহউপেন্দ্ৰনাথ গোস্বামীচুতীয়া জনগোষ্ঠীভাৰতীয় জনতা পাৰ্টিঅসমৰ মন্ত্ৰ-সাহিত্যঅসমীয়া সাহিত্যঅসীমত যাৰ হেৰাল সীমাবাগ্‌ধ্বনিগৰ্ভপাতধুতিআঙঠি পিন্ধোৱাবিদ্যুৎমনোমতীগাখীৰসৌৰ শক্তিচামগুৰি সত্ৰহোমেন বৰগোহাঞি🡆 More