চুজাংফা

চ্যু-জাং-ফা (আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜎𑜂𑜫 𑜇𑜡)১৪০৭ চনৰ পৰা ১৪২২ চনলৈ আহোম ৰাজ্যত ৰাজত্ব কৰা স্বৰ্গদেউ। তেওঁ চুডাংফাৰ তিনি পুত্ৰৰ জ্যেষ্ঠ আছিল। কম বয়সতে দেউতাকৰ মৃত্যুৰ পাছত ১৮০৭ চনত চুজাংফা ৰাজপাটত উঠে। তেওঁৰ পোন্ধৰ বছৰীয়া ৰাজত্বকালৰ একো গুৰুত্বপূৰ্ণ ঘটনা বুৰঞ্জীত লিপিবদ্ধ নাই। ১৪২২ চনত তেওঁৰ মৃত্যুৰ পাছত পুতেক চুফক্‌ফা স্বৰ্গদেউ হয়।

চাওফা চ্যু-জাং-ফা
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜎𑜂𑜫 𑜇𑜡
চাওফা
অসমৰ ৰজা
১৪০৭ চনৰ পৰা ১৪২২ চনলৈ
সম্পূৰ্ণ নাম
চাওফা চ্যু-জান্‌-ফা
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
চুজাংফা
চ্যু-কা-ফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯

টোকা

তথ্যসূত্ৰ

Tags:

আহোম ভাষাআহোম ৰাজ্যচুডাংফাচুফক্‌ফা

🔥 Trending searches on Wiki অসমীয়া:

কুচিয়া মাছসমাজতত্ত্বকালিকা পুৰাণযক্ষ্মাবাবৰী মছজিদমাধৱ কন্দলিশ্ৰীনিবাস ৰামানুজনগামখাৰুগুপ্ত সাম্ৰাজ্যঁ (চন্দ্ৰবিন্দু)অসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকামহানাদবিহুপ্লেটোকীৰ্তন ঘোষা সংকলনইছলামপৰিয়ালপাইথেগাৰাছনাথ-যোগী সম্প্ৰদায়ব্যক্তিত্বনাৰীচাণক্যচ্যু-কা-ফাভাওনাযোগাসনবকুল ফুলৰ দৰে (গ্ৰন্থ)অসমৰ পৰম্পৰাগত সাজ-পাৰপাচন তন্ত্ৰদৰং জিলাকৃত্ৰিম বুদ্ধিমত্তাঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাবড়ো ভাষাপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনঅসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ তালিকাঅশোক ফুলপিঠাচাপাটিনুমলীগড় তেল শোধনাগাৰসংস্কৃত সাহিত্যঅসমীয়া লোক-সংস্কৃতিঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলপৃথিৱীচিদাম্বৰম (চলচ্চিত্ৰ)ভূটানঅসমৰ ধান খেতিৰ সঁজুলিসমূহচাহেবপুৰাৰ বৰষুণপ্ৰজ্ঞাতাৰাসৰুআইবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণ২৯ মাৰ্চনিউয়ৰ্ক মহানগৰউপনিষদআহোম ৰাজবংশপাঁচালীভাইটি (চলচ্চিত্ৰ)ভিটামিনমুদ্ৰাদৌল গোবিন্দ মন্দিৰঅসমৰ চলচ্চিত্ৰইষ্ট ইণ্ডিয়া কোম্পানীময়ূৰ বৰাকাৰ্ল মাৰ্ক্সমিৰি জীয়ৰীডাকৰ বচনফুলভাৰতৰ উচ্চতম ন্যায়ালয়অসমৰ পৰম্পৰাগত সাজ- পাৰজীৱনৰ বাটতশ্ৰী সূৰ্য পাহাৰউপেন্দ্ৰনাথ গোস্বামীবাগ্‌ধ্বনিকিলোগ্ৰামখামটি জনগোষ্ঠীমহা মৃত্যুঞ্জয় মন্দিৰনিৰ্মলপ্ৰভা বৰদলৈ🡆 More