চুতেওফা

চাওলুং চ্যু-তেও-ফা (আহোম: 𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜄𑜧 𑜇𑜡) অসম ৰাজ্য বা মুঙ দুন চুন খামৰ দ্বিতীয়জন চাওফা আছিল। তেখেত চাওলুং চুকাফাৰ বৰ পুতেক আছিল। তেখেতৰ ৰাজ্যকাল ১২৬৮ চনৰ পৰা ১২৮১ চনলৈকে।

চাওলুং চ্যু-তেও-ফা
𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜄𑜧 𑜇𑜡
চাওলুং (আহোম ভাষা)
অসম ৰাজ্য বা মুঙ দুন চুন খামৰ দ্বিতীয়জন চাওফা
চ্যু-কা-ফা
চাওলুং চ্যু-বিণ্‌-ফা
সম্পূৰ্ণ নাম
চাওলুং চ্যু-তেও-ফা
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
পিতৃ চ্যু-কা-ফা
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
চুতেওফা
চ্যু-কা-ফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯

চুতেওফাৰ বঢ়াগোঁহাইৰ নাম আছিল থাওৰুৰু বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ নাম আছিল চাওবিন বৰগোঁহাই।

বৈদেশিক সৰ্ম্পক : চুতেওফাই নৰাৰাজ্যলৈ নিজ কটকী প্ৰেৰণ কৰি নৰাৰাজ্যৰ লগত নিজৰ সৰ্ম্পক সুদৃঢ় কৰে আৰু কুটনৈতিক কৌশলেৰে কছাৰীসকলৰ পৰা দিখৌ নৈৰ পূব অংশ নিজ ৰাজ্যৰ অৰ্ন্তভুক্ত কৰে।

চুতেওফাৰ দিনতে ৰামখা দেও শালৰ বৰুৱা পদটি সৃষ্টি কৰে। ৰামখা দেও শালৰ পুজাৰ বাবে খাজানা ৰেহাই দিয়া মাটি দান কৰে আৰু বৰদেউৰী, সৰুদেউৰী , দেওঘৰিয়া , আঠপৰিয়া , তেলি , মালী , নাপিত, কমাৰ, চমাৰ , ধুলীয়া , বলিকটীয়া , খাতোয়াল , বাৰিচোয়া , বেলিচোয়া , চাউলকৰা , মলখুবচা আৰু পানিতোলা আদি পূজাৰ বাবে সহায়ক পদ সৃষ্টি কৰে।

Tags:

আহোম ভাষাআহোম ৰাজ্যচাওফাচাওলুং চুকাফা

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতত মহিলাৰ ৰাজনৈতিক অংশগ্ৰহণযাদৱ পায়েংস্তন্যপানপ্ৰদূষণনিমাতী কইনাচকলংবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণকামৰূপ জিলানিৰ্মলপ্ৰভা বৰদলৈজীৱনৰ বাটতমালিনী থানমঘাই ওজাহাবুংতেজপুৰতিৱা জনগোষ্ঠীমুদ্ৰাস্ফীতিচুতীয়া জনগোষ্ঠীঅসমীয়া সাহিত্যফেইচবুকঅসমৰ জাতীয় গীতমোৰ জীৱন সোঁৱৰণতামোলখনিজ পদাৰ্থপৰিৱেশ বিজ্ঞানভ্ৰাম্যমাণ থিয়েটাৰসিন্ধু নদীফিফা বিশ্বকাপকাৰেংঘৰপঞ্জাবৰ লোক-নৃত্যঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিকেশৱ মহন্তকেতেকী ফুলমিঠু বৰুৱাকেঁচুসাৰবিজ্ঞানজ্ঞানপীঠ বঁটাৱিকিপিডিয়াচৈয়দ আব্দুল মালিকলোককথাপাচন তন্ত্ৰদেউলশব্দ (অভিধান)অৰুণাচল প্ৰদেশঋতুকামৰূপী উপভাষাচীনা-তিব্বতীয় ভাষাশব্দবিশ্বব্ৰহ্মাণ্ডমহকানাই বৰশী বোৱা শিলালিপিভাৰত-চীন যুদ্ধবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনচানডুবি বিলঅসীমত যাৰ হেৰাল সীমাচকুব্ৰহ্মপুত্ৰ নদকৃষ্ণকান্ত সন্দিকৈসাঁথৰঅসমৰ চিত্ৰকলাৰ ইতিহাসভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাৰামধেনুআইন অমান্যকিতাপইউৰোপিয়ান ইউনিয়নভাওনাঅসমত দেখা পোৱা মাছৰ তালিকাবিশেষ্য পদবুলু ফিল্মঅসমত দেখা চৰাইবোৰছি জিনপিংমহাকাব্যভাৰতঅসমৰ পৰম্পৰাগত খেল-ধেমালিভাইটি (চলচ্চিত্ৰ)ৰাম🡆 More