বিশ্বব্ৰহ্মাণ্ড

বিশ্বব্ৰহ্মাণ্ড (ইংৰাজী: Universe) হৈছে স্থান আৰু কাল সম্বন্ধীয় সমস্ত বিষয়। পৃথিবী আৰু অন্যান্য সমস্ত গ্ৰহ, সূৰ্য তথা অন্যান্য তৰা আৰু নক্ষত্ৰ, জ্যোতিৰ্বলয়স্থ স্থান আৰু তাৰ অন্তৰ্বৰ্তীস্থ গুপ্ত পদাৰ্থ, লেম্‌ডা-ছিডিএম নক্সা, তমোশক্তি আৰু শূন্যস্থান (মহাকাশ) - যিবোৰ এতিয়াও তাত্ত্বিকভাৱে জ্ঞাত কিন্তু সঠিককৈ পৰ্যবেক্ষিত নহয় - এই ধৰণৰ সকলো পদাৰ্থ আৰু শক্তি লগলাগি যি জগত তাকেই মহাবিশ্ব বা বিশ্বব্ৰহ্মাণ্ড বোলা হয়। বৰ্তমানলৈকে পৰ্যবেক্ষণ-লব্ধ মহাবিশ্বৰ ব্যাস প্ৰায় ২৮ বিলিয়ন পাৰছেক (৯১ বিলিয়ন আলোকবৰ্ষ)। সম্পূৰ্ণ বিশ্বব্ৰহ্মাণ্ডৰ আকাৰ অজানা হলেও ইয়াৰ উপাদান আৰু সৃষ্টিধাৰা সম্পৰ্কে বহুতো তত্ত্ব বিদ্যমান। মহাবিশ্বৰ উৎপত্তি সংক্ৰান্ত বিষয়ক বিশ্বতত্ত্ব বোলে। দৃশ্যমান মহাবিশ্বৰ সুদূৰতম প্ৰান্তৰ পৰ্যবেক্ষণ আৰু বিভিন্ন তাত্ত্বিক গবেষণাৰ পৰা অনুমান কৰা হয় যে মহাবিশ্বৰ প্ৰতিটি প্ৰক্ৰিয়াই তাৰ সৃষ্টিৰ পৰাই একে ধৰণৰ প্ৰাকৃতিক নিয়ম আৰু বহুকেইটা নিৰ্দিষ্ট ধ্ৰুবকৰ দ্বাৰা নিৰ্ধাৰিত হয়। বিগ বেং (Big Bang) তত্ত্ব অনুসৰি ইয়াৰ আয়তন ক্ৰমবৰ্ধমান। সম্প্ৰতি আধুনিক পদাৰ্থবিজ্ঞানীৰ বিভিন্ন তত্ত্বমতে আমাৰ এই দৃশ্যমান মহাবিশ্বৰ আশে পাশে আৰু অনেক মহাবিশ্ব থকাৰ অৰ্থাৎ অনন্ত মহাবিশ্ব থকাৰ সম্ভাৱনাৰ কথাও অনুমান কৰা হয়।

বিশ্বব্ৰহ্মাণ্ড
বিশ্বব্ৰহ্মাণ্ড
The Hubble Ultra-Deep Field image shows some of the most remote galaxies visible with present technology, each consisting of billions of stars. The image's area of sky is very small – equivalent in size to one tenth of a full moon.
বয়স ১৩.৭৯৯ ± ০.০২১ বিলিয়ন বছৰ
ব্যাস প্ৰায় সাঁচ:Convert/e9parsecসাঁচ:Convert/test/Aoff
Mass (ordinary matter) At least 1053 kg
Average density 4.5 x 10−31 g/cm3
Average temperature 2.72548 K
Main Contents Ordinary (baryonic) matter (4.9%)
Dark matter (26.8%)
Dark energy (68.3%)
Shape Flat with only a 0.4% margin of error

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষামহানাদসময়

🔥 Trending searches on Wiki অসমীয়া:

ৰুক্মিণীবাগ্‌ধ্বনিলিমাৰিক (কবিতা)ৰাণী লক্ষ্মীবাইৰাধাগোবিন্দ বৰুৱাৰবীন্দ্ৰনাথ ঠাকুৰভাৰতৰ ৰাষ্ট্ৰপতিৰংঘৰচৈয়দ আব্দুল মালিকসংশয় ব্যৱস্থাপনাডিব্ৰুগড় জিলাৰামায়ণচুতীয়া ৰাজ্যস্বাধীনতা দিৱস (ভাৰত)হীৰেন ভট্টাচাৰ্যবৃহস্পতি গ্ৰহঅসহযোগ আন্দোলনদ্য টাইমছ অৱ ইণ্ডিয়াভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকানলবাৰী জিলাআনন্দ চন্দ্ৰ আগৰৱালামেঘালয়শ্ৰীকৃষ্ণকীৰ্তনপ্ৰকৃতিবায়ু প্ৰদূষণনাৰীবাদকালিকা পুৰাণহাড়মহঅসমৰ জনগোষ্ঠীৰাজনৈতিক দলইয়াণ্ডাবু সন্ধিগোৱালপাৰা জিলাপূৰবী বৰমুদৈউদয় শংকৰব'হাগ বিহু২০২১ৰ অসম বিধানসভা নিৰ্বাচনঅসমৰ কাঁহ শিল্পন'বেল বঁটাব’হাগদিনচকৰি ফেঁটী বুৰঞ্জীগণৰাজ্য দিৱস (ভাৰত)কমলাবাৰী সত্ৰঅসমীয়া যুক্তাক্ষৰবেলি ফুলছোৱাইন ফ্লুদিহানামঈয়াৰুইঙ্গমজণ্ডিছপাঠ পৰিকল্পনাকৰ্কট ক্ৰান্তিপ্ৰেমচন্দপৰিৱেশ বিজ্ঞানগুৱাহাটী (লোকসভা সমষ্টি)ক্ৰিকেটঅসম বিধানসভাগোলকীয় উষ্ণতা বৃদ্ধিমহা মৃত্যুঞ্জয় মন্দিৰহোমেন বৰগোহাঞিহৃদযন্ত্ৰএককোষী জীৱমৃত্যুশিৱমৰিগাঁও জিলাপিম্পৰা গুচোৱাসাত বিহুকাৰেংঘৰঅসীমত যাৰ হেৰাল সীমাৱিকিমিডিয়া ফাউণ্ডেশ্যনতিনিচুকীয়া জিলাভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যলোকভাষাখনিকৰ (নাট)দৰ্শন🡆 More