চীনা-তিব্বতীয় ভাষা

চীনা-তিব্বতীয় ভাষা(ইংৰাজী: Sino-Tibetan language) এটা ভাষা পৰিয়াল; ইয়াৰ ভিতৰত প্ৰায় ৪০০টা ভাষা অন্তৰ্ভুক্ত। পূব এছিয়া, দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ কিছু অংশত এই ভাষাৰ ব্যৱহাৰ কৰা হয়। জনসংখ্যাৰ ক্ষেত্ৰত ই ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ পিছতে দ্বিতীয় স্থানত আছে। চীন-তিব্বতী ভাষাৰ ভিতৰত চীনা ভাষাৰ ১২ বিলিয়ন, মান ভাষাৰ ৩.৩ কোটি আৰু তিব্বতী ভাষাৰ ৮০ লাখ ব্যৱহাৰকাৰী আছে।

চীনা-তিব্বতীয়
জাতি: চীনা,মান,অসমৰ চীনা- তিব্বতীয় আৰু টাই জনগোষ্ঠী
ভৌগোলিক
বিস্তৃতি:
চীন, মানদেশ, ব্ৰহ্মপুত্ৰ উপত্যকা
ভাষাৰ শ্ৰেণীবিভাজন: Sino-Tibetan
  • চীনা-তিব্বতীয়
উপশ্ৰেণীসমূহ:
প্ৰায় ৪০ জনীয়া এটা প্ৰতিষ্ঠিত নিম্নস্তৰৰ গোট
বিভিন্ন প্ৰস্তাৱিত শীৰ্ষ-স্তৰৰ গোট
পৰম্পৰাগত বিভাজন:
মান-তিব্বতীয় ভাষা
ISO 639-2 and 639-5: sit
চীনা-তিব্বতীয় ভাষা
চীনা-তিব্বতীয় ভাষাৰ বিভিন্ন শাখাৰ সম্প্ৰসাৰণ

চীনা গৱেষণা

লি (১৯৩৭)

১৯৩৭ চনৰ চাইনিজ ইয়েৰবুকত লি ফাং-কুৱেইয়ে কৰা এক সমীক্ষাত এই পৰিয়ালটোক চাৰিটা শাখাৰে গঠিত বুলি বৰ্ণনা কৰিছে:

  • চীনা ভাৰতীয় (চীনা-তিব্বতীয়)
    • চীনা
    • টাই (পাছলৈ কাম-টাই)
    • মিয়াও-য়াও (হমং-মিয়েন)
    • মান তিব্বতীয়

১.চীনা ভাষা

এই শাখাত চীনা ভাষা অন্তৰ্গত কৰা হৈছে।

২.টাই ভাষা

পশ্চিমীয়া গৱেষকে টাই সকলক এটা স্বাধীন ভাষা পৰিয়াল (ক্ৰা-ডাই ভাষা পৰিয়াল) হিচাপে স্বীকৃতি দিছে। কিন্তু চীনা গৱেষক সকলে টাই সকলক চীনা-তিব্বতীয় ভাষাৰ চাৰিটা শাখাৰ এটা শাখা বুলি ভাগ কৰিছে।

৩.মান-তিব্বতীয়

অসমৰ মান-তিব্বতীয় জনগোষ্ঠী সমূহ হৈছে:

৪.মিয়াও-য়াও (হমং-মিয়েন)

পশ্চিমীয় গৱেষণা

বেনেডিক্ট (১৯৪২)

বেনেডিক্টে ভিয়েটনামীসকলক প্ৰকাশ্যভাৱে বাদ দিছিল আৰু মন-খ্মেৰত ৰাখিছিল লগতে হমং-মিয়েন আৰু ক্ৰা-ডাইক অষ্ট্ৰ'-টাইত ৰাখিছিল।

  • চীনা
  • টিবেটো-কেৰেন
  • কেৰেন
  • তিব্বত-বাৰ্মান

ইতিহাস

১৯ শতিকাত প্ৰথমে প্ৰস্তাৱ কৰা হৈছিল যে কায় অঞ্চলৰ চীনা, তিব্বতী, বাৰ্মিজ আৰু অন্যান্য ভাষাসমূহ জিনগতভাৱে সম্পৰ্কিত; যিটো এতিয়া সকলোৰে পৰিচিত।

তথ্যসূত্ৰ

Tags:

চীনা-তিব্বতীয় ভাষা চীনা গৱেষণাচীনা-তিব্বতীয় ভাষা পশ্চিমীয় গৱেষণাচীনা-তিব্বতীয় ভাষা ইতিহাসচীনা-তিব্বতীয় ভাষা তথ্যসূত্ৰচীনা-তিব্বতীয় ভাষাইংৰাজী ভাষাচীনা ভাষাভাৰত-ইউৰোপীয় ভাষা পৰিয়ালমান ভাষা

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ মাছ ধৰা সঁজুলিপদ (ব্যাকৰণ)মই আৰু নেফা২৫ এপ্ৰিলমানচিত্ৰফুটবলকবিৰত্ন সৰস্বতীবচন (ব্যাকৰণ)অসমীয়া লিপিৰ বুৰঞ্জীভাৰত-চীন যুদ্ধকাৰেংঘৰদানৱ ৰাজবংশঅসমৰ লোকবাদ্যঢ়দেওপাহাৰধানজৱাহৰলাল নেহৰুপাইথাগোৰাছৰ উপপাদ্যএডৱাৰ্ড জেনাৰনিমাতী কইনাআহোম ৰাজবংশৱিকিপিডিয়াঅসমৰ মহকুমাসমূহৰ তালিকাযৌন সংগমমহিলাৰ বিৰুদ্ধে হিংসাবিপৰীতাৰ্থক শব্দমনোমতীহুঁচৰিঅসমত দেখা পোৱা সাপবোৰঅসমীয়া লোক কবিতাআহোম ৰাজ্যতামোলদীৰ্ঘেশ্বৰী দেৱালয়সতীইউনিক’ডঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিবিশ্বনাথ ঘাটপদাৰ্থৰ অৱস্থাতথ্য প্ৰযুক্তিগঙ্গা নদীহেম বৰুৱামিচিং জনগোষ্ঠীনামঘৰপলাশীৰ যুদ্ধশ্ৰীকৃষ্ণকীৰ্তনকাৰ্বি ভাষাকৰ্কট ৰোগভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাভাইৰাছহেম বৰুৱা (ত্যাগবীৰ)কোষ (জীৱবিজ্ঞান)নলবাৰী জিলামিয়া খলিফাবেদএচিদ বৰষুণশিশু সাহিত্যমূৰাৰা, ৰঙিয়াকেশৱ মহন্তভট্টদেৱআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডমানুহএহাত ডাবাভাওনাউমাচল শিলালিপিমাতৃভাষাগোলাঘাটতথ্য জনাৰ অধিকাৰ আইন, ২০০৫কামৰূপ জিলাজাতীয়তাবাদপানীগোলকীকৰণশুৱালকুছিদুৰ্যোগঅসমৰ লোকগীতসূৰ্যপদ্মধৰ চলিহা🡆 More