অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী

অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী (ইংৰাজী: Sino-Tibetan and Tai peoples of Assam) বা অসমৰ মংগোলীয় জনগোষ্ঠী প্ৰাচীন আৰু মধ্যযুগীয় কালত চীন আৰু মানদেশ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰব্ৰজন কৰা জনগোষ্ঠী। তেওঁলোকে অসমৰ জনসংখ্যাৰ সৰ্ববৃহৎ অংশক প্ৰতিনিধিত্ব কৰি ৰাজ্যৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশত প্ৰবল প্ৰভাৱ পেলাইছে।

জনগোষ্ঠী সমূহৰ নাম

মান-তিব্বতীয়

টাই

ইতিহাস

অসমলৈ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠীৰ কেইবাটাও ঢৌ আহিছিল।

প্ৰাগঐতিহাসিক

চীনা-তিব্বতীয়সকলৰ পূৰ্বপুৰুষসকলে প্ৰায় ১০,০০০ - ৫,০০০ খ্ৰীষ্টপূৰ্বত চীনৰ হালধীয়া নদীৰ ওপৰৰ মধ্যম অৱবাহিকাত বাস কৰিছিল আৰু চীনৰ আদিম নৱপ্ৰস্তৰ যুগৰ অন্যতম সংস্কৃতি গঢ়ি তুলিছিল। উত্তৰ-পূব ভাৰতত ব্ৰহ্মপুত্ৰৰ উপত্যকালৈ সম্প্ৰসাৰণ হোৱা কছাৰী (বড়ো-কছাৰী) লোকৰ ৮৫% আৰু ৰাভা লোকৰ ৭৬.৫% উচ্চ কম্পাঙ্কত পিতৃবংশৰ ফালৰ O-M134 জিন পোৱা যায়।

মধ্যযুগীয়

দ্বিতীয় ঢৌ আছিল টাই-আহোম যি দাই-চীনা জনগোষ্ঠীৰ। তেওঁৰ দলটোক বৰ্তমানৰ দক্ষিণ চীনৰ পৰা পাটকাইৰ পাংছাউ পাছৰ মাজেৰে অসমলৈ নেতৃত্ব দিছিল। আহোমসকলৰ পিছত বৌদ্ধ ধৰ্মাৱলম্বী আন টাই জনগোষ্ঠী: খামটি, খাময়াং, আইতন, ফাকে আৰু তুৰুং যিসকলে উজনি অসম আৰু অৰুণাচল প্ৰদেশত বসতি স্থাপন কৰিছিল।

ৰাজ্য গঠন

ম্লেছ বংশ হৈছে চীনা-তিব্বতীয় বংশ যিয়ে ৬৫৫–৯০০ চনলৈকে প্ৰায় সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত শাসন কৰিছিল।সুনীত কুমাৰ চেটাৰ্জীৰ মতে এই বৰ্মন বংশ আৰু ম্লেছ বংশ চীনা-তিব্বতীয়। হিউ বি. আৰ্বানে (২০১১)ও অনুমান কৰিছে যে বৰ্মনসকল অনাৰ্য জনগোষ্ঠীৰ পৰাই আহিছে। মধ্যযুগীয় যুগত অধিকাংশ ৰাজ্য এই চীনা-তিব্বতীয়সকলে নিৰ্মাণ কৰিছিল। তাৰ ভিতৰত আহোম, চুতীয়া, কছাৰী ৰাজ্য আৰু কোচ বংশ উল্লেখযোগ্য।

লগতে চাওক

তথ্য সংগ্ৰহ

উৎস প্ৰসংগ

  • Gogoi, Jahnabi (2002), Agrarian system of medieval Assam, Concept Publishing Company, New Delhi
  • Taher, Mohammad (1993), "The Peopling of Assam and contemporary social structure", in Ahmad, Aijazuddin (ed.), Social Structure and Regional Development, New Delhi: Rawat Publication, pp. 201–218
  • Reddy, B. M.; Langstieh, B.; Kumar, V.; Nagaraja, T.; Reddy, A.; Meka, A.; Reddy, A. G.; Thangaraj, K.; Singh, L. (2007). "Austro-Asiatic Tribes of Northeast India Provide Hitherto Missing Genetic Link between South and Southeast Asia". PLOS ONE. 2 (11): e1141. doi:10.1371/journal.pone.0001141. PMC 2065843. PMID 17989774.
  • Burling, Robbins (2013). "The Tibeto-Burman Languages of Northeastern India". In LaPollo, Randy J. Sino-Tibetan languages. Routledge. ISBN 9781135797171. Search this book on
  • Choudhury, Sujit (2007). The Bodos: Emergence and Assertion of an ethnic minority. Shimla: Indian Institute of Advanced Study. ISBN 9788179860540. Search this book on
  • DeLancey, Scott (2012). Hyslop, Gwendolyn; Morey, Stephen; w. Post, Mark, eds. "On the Origin of Bodo-Garo". Northeast Indian Linguistics. 4: 3–20. doi:10.1017/UPO9789382264521.003. ISBN 9789382264521.
  • Endle, Sidney (1911). The Kacharis. London: Macmillan and Co. Retrieved February 20, 2013. Search this book on
  • Jaquesson, François (2017). Translated by van Breugel, Seino. "The linguistic reconstruction of the past: The case of the Boro-Garo languages". Linguistics of the Tibeto-Burman Area. 40 (1): 90–122. doi:10.1075/ltba.40.1.04van.

Tags:

অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী জনগোষ্ঠী সমূহৰ নামঅসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী ইতিহাসঅসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী মধ্যযুগীয়অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী ৰাজ্য গঠনঅসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী লগতে চাওকঅসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী তথ্য সংগ্ৰহঅসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী উৎস প্ৰসংগঅসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠীইংৰাজী ভাষাচীনব্ৰহ্মপুত্ৰ উপত্যকামানদেশ

🔥 Trending searches on Wiki অসমীয়া:

ডাকৰ বচনশ্ৰীনিবাস ৰামানুজনসমাজৰামনৱ-বৈষ্ণৱ ধৰ্মকোণমৃণাল কলিতাছুনামিকীৰ্তন-ঘোষাতেজপুৰমই আৰু নেফাঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাসাম্যবাদকলাখাৰবিশ্ব বেংকযতি-চিনপ্ৰাকৃতিক পৰিৱেশকীৰ্তন ঘোষা সংকলনভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যসংস্কৃত ভাষানগাঁও জিলাঅসমীয়া খাদ্যাভ্যাসমাছপাৰিজাত হৰণ নাটকুলধৰ শইকীয়াজ'মাট'অংগৰাগ মহন্তমোহনদাস কৰমচান্দ গান্ধীআজান পীৰজাভাবিহুগীতসমাজতত্ত্বপিঠানাটকতোলনি বিয়ামানৱ শৰীৰচ্যু-খ্ৰুং-ফাসূৰ্যকুমাৰ ভূঞাশিক্ষকমংগোলিয়াভাৰতৰ শিক্ষাঅসমৰ চাহ জনগোষ্ঠীমণিৰাম দেৱান (চলচ্চিত্ৰ)শিশু সাহিত্যতাল (বাদ্যযন্ত্ৰ)ঘৰচিৰিকাআনন্দৰাম ঢেকিয়াল ফুকনপৃথিৱীমে ডাম মে ফিঅসমৰ ৰাজ্যিক প্ৰতীকসমূহইজৰাইলউদ্ভিদঅংকপতঞ্জলিৰ যোগসূত্ৰবসন্ত ৰোগউচ্চ ৰক্তচাপমৌৰ্য সাম্ৰাজ্যবৰপেটাভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যঅষ্ট্ৰেলিয়ামামণি ৰয়ছম গোস্বামীকমলাবাৰী সত্ৰঅসমৰ সত্ৰসমূহৰ তালিকাশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯কমলাকান্ত ভট্টাচাৰ্য্যবিয়া নামহৰি-হৰ যুদ্ধপ্লেটোৰঙিয়া ৰেলৱে সংমণ্ডল🡆 More