গাৰো জনগোষ্ঠী

গাৰো জনগোষ্ঠী হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয়, অসম, ত্ৰিপুৰা আৰু নাগালেণ্ড ৰাজ্য, আৰু বাংলাদেশৰ কিছুমান চুবুৰীয়া অঞ্চলত বসবাস কৰা চীনা-তিব্বতীয় জনগোষ্ঠী। ঐতিহাসিকভাৱে গাৰো নামটো ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ বিস্তৃত পৰিসৰৰ বাসিন্দাৰ বাবে ব্যৱহাৰ কৰা হৈছিল যদিও এওঁলোকে নিজকে আ•চিক মাণ্ডে (অৰ্থ: পাহাৰীয়া মানুহ, আ•চিক পাহাৰীয়া + মাণ্ডে মানুহ) বুলি কয়। এওঁলোক ভাষিক ভাৱে বড়ো-কছাৰী সকলৰ সৈতে একে গোষ্ঠীৰ যাক বড়ো-গাৰো পৰিয়াল বুলি কোৱা হয়।ইয়াৰ ভিতৰত ডিমাছা, ৰাভা, আটং, তিৱা, কোচ আদি ভাষাও অন্তৰ্ভুক্ত। ইটোৱে সিটোৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবে এই ভাষাবোৰৰ বহুতো মিল আছে; আৰু এই ভাষাসমূহৰ শব্দৰ কোনো নিৰ্দিষ্ট তথ্যৰ পৃষ্ঠীয় স্তৰৰ পৰ্যবেক্ষণৰ পৰাও সাদৃশ্যসমূহ সহজেই চিনাক্ত কৰিব পাৰি।

গাৰো
গাৰো জনগোষ্ঠী
পৰম্পৰাগত সাজপাৰ পৰিধান কৰি গাৰো দম্পতি
মুঠ জনসংখ্যা
২,০০০,০০০ (২০০১)
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
ভাৰত
              মেঘালয়
              অসম
              ত্ৰিপুৰা ৬,০০০
              পশ্চিমবঙ্গ
বাংলাদেশ
ভাষাসমূহ

গাৰো ভাষা

ধৰ্ম

খ্ৰীষ্টিয়ান ধৰ্ম , জনজাতীয় ধৰ্ম

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

অসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠী , বড়ো-কছাৰী

ভাষা

গাৰোসকলৰ ভাষাক আচিক ভাষা বুলি কোৱা হয়। ভাষাবিদসকলৰ মতে গাৰোসকলে কোৱা ভাষাটো মূলতঃ চীনা-তিব্বতীয় ভাষাৰ মান-তিব্বতীয় উপপৰিয়ালৰ অসম-মান শাখাৰ বড়ো ভাষা উপগোটৰ অন্তৰ্গত। গাৰোসকলৰ কোনো লিপি বা আখৰ নাই।

শাৰীৰিক বৈশিষ্ট্য

গাৰো সকলৰ নাক চেপেটা, চকু সৰু, গাৰ ৰং বগা হয়। শাৰীৰিকভাৱে এওঁলোক শক্তিশালী। এওঁলোকৰ চুলি সাধাৰণতে ক’লা, পোন আৰু যথেষ্ট ডাঠ হয়।

লগতে চাওক

তথ্য সংগ্ৰহ

উৎস প্ৰসংগ

Tags:

গাৰো জনগোষ্ঠী ভাষাগাৰো জনগোষ্ঠী শাৰীৰিক বৈশিষ্ট্যগাৰো জনগোষ্ঠী লগতে চাওকগাৰো জনগোষ্ঠী তথ্য সংগ্ৰহগাৰো জনগোষ্ঠী উৎস প্ৰসংগগাৰো জনগোষ্ঠীঅসমৰ চীনা-তিব্বতীয় আৰু টাই জনগোষ্ঠীকোচডিমাছাতিৱাবড়ো-কছাৰীব্ৰহ্মপুত্ৰ নদীৰাভা

🔥 Trending searches on Wiki অসমীয়া:

ইয়াণ্ডাবু সন্ধিভাৰত ত্যাগ আন্দোলনসৌৰজগতইংৰাজী ভাষাঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাঅসমীয়া ভাষা উন্নতি সাধিনী সভাবনঘোষাব’হাগভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহহেমচন্দ্ৰ বৰুৱানাৰী সবলীকৰণপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনত্ৰিভুজঅসমৰ মহকুমাসমূহৰ তালিকাসংগীতঁ (চন্দ্ৰবিন্দু)চৰাইঅসমত দেখা পোৱা মাছৰ তালিকাআকবৰঅসমীয়া কবিতাকামৰূপ ৰাজ্যসুন্দৰীদিয়া সত্ৰযতি-চিনমৃত্যুঞ্জয়পিম্পৰা গুচোৱাৰাজ্যসভাহিন্দু ধৰ্মচুতীয়া ৰাজ্যউগ্ৰতাৰা দেৱালয়ভাৰতীয় ৰেলতিৱা জনগোষ্ঠীকামৰূপী লোকগীতঅসমীয়া পুৰণি সাহিত্যবসন্ত ৰোগঅসমৰ ধান খেতিৰ সঁজুলিসমূহবুৰঞ্জীমাজুলীগণিতৰাজনৈতিক দলg987zভেঁকুৰঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকামাৰ্ঘেৰিটা মহকুমাশিশু সাহিত্যমঙ্গলদৈ (লোকসভা সমষ্টি)জ্ঞানপীঠ বঁটাদৌল গোবিন্দ মন্দিৰশামুকবিশ্ব পৰিৱেশ দিৱসম’বাইল ফোনঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিনগাঁও জিলাভাওনাসংস্কৃতিবাগ্‌ধ্বনিকামৰূপ জিলাভাৰতৰ জাতীয় পতাকানলবাৰী জিলাসতী সাধনীহিতেশ্বৰ বৰবৰুৱাৰমন্যাসবাদনাৰীবাদবৌদ্ধ ধৰ্মইয়াত এখন অৰণ্য আছিলবানপানীমাঘ বিহুভাৰতীয় দৰ্শনসিংহএককোষী জীৱউৎপাদন (অৰ্থনীতি)আউনীআটী সত্ৰ🡆 More