চীনা-তিব্বতীয় ভাষা

চীনা-তিব্বতীয় ভাষা(ইংৰাজী: Sino-Tibetan language) এটা ভাষা পৰিয়াল; ইয়াৰ ভিতৰত প্ৰায় ৪০০টা ভাষা অন্তৰ্ভুক্ত। পূব এছিয়া, দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ কিছু অংশত এই ভাষাৰ ব্যৱহাৰ কৰা হয়। জনসংখ্যাৰ ক্ষেত্ৰত ই ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ পিছতে দ্বিতীয় স্থানত আছে। চীন-তিব্বতী ভাষাৰ ভিতৰত চীনা ভাষাৰ ১২ বিলিয়ন, মান ভাষাৰ ৩.৩ কোটি আৰু তিব্বতী ভাষাৰ ৮০ লাখ ব্যৱহাৰকাৰী আছে।

চীনা-তিব্বতীয়
জাতি: চীনা,মান,অসমৰ চীনা- তিব্বতীয় আৰু টাই জনগোষ্ঠী
ভৌগোলিক
বিস্তৃতি:
চীন, মানদেশ, ব্ৰহ্মপুত্ৰ উপত্যকা
ভাষাৰ শ্ৰেণীবিভাজন: Sino-Tibetan
  • চীনা-তিব্বতীয়
উপশ্ৰেণীসমূহ:
প্ৰায় ৪০ জনীয়া এটা প্ৰতিষ্ঠিত নিম্নস্তৰৰ গোট
বিভিন্ন প্ৰস্তাৱিত শীৰ্ষ-স্তৰৰ গোট
পৰম্পৰাগত বিভাজন:
মান-তিব্বতীয় ভাষা
ISO 639-2 and 639-5: sit
চীনা-তিব্বতীয় ভাষা
চীনা-তিব্বতীয় ভাষাৰ বিভিন্ন শাখাৰ সম্প্ৰসাৰণ

চীনা গৱেষণা

লি (১৯৩৭)

১৯৩৭ চনৰ চাইনিজ ইয়েৰবুকত লি ফাং-কুৱেইয়ে কৰা এক সমীক্ষাত এই পৰিয়ালটোক চাৰিটা শাখাৰে গঠিত বুলি বৰ্ণনা কৰিছে:

  • চীনা ভাৰতীয় (চীনা-তিব্বতীয়)
    • চীনা
    • টাই (পাছলৈ কাম-টাই)
    • মিয়াও-য়াও (হমং-মিয়েন)
    • মান তিব্বতীয়

১.চীনা ভাষা

এই শাখাত চীনা ভাষা অন্তৰ্গত কৰা হৈছে।

২.টাই ভাষা

পশ্চিমীয়া গৱেষকে টাই সকলক এটা স্বাধীন ভাষা পৰিয়াল (ক্ৰা-ডাই ভাষা পৰিয়াল) হিচাপে স্বীকৃতি দিছে। কিন্তু চীনা গৱেষক সকলে টাই সকলক চীনা-তিব্বতীয় ভাষাৰ চাৰিটা শাখাৰ এটা শাখা বুলি ভাগ কৰিছে।

৩.মান-তিব্বতীয়

অসমৰ মান-তিব্বতীয় জনগোষ্ঠী সমূহ হৈছে:

৪.মিয়াও-য়াও (হমং-মিয়েন)

পশ্চিমীয় গৱেষণা

বেনেডিক্ট (১৯৪২)

বেনেডিক্টে ভিয়েটনামীসকলক প্ৰকাশ্যভাৱে বাদ দিছিল আৰু মন-খ্মেৰত ৰাখিছিল লগতে হমং-মিয়েন আৰু ক্ৰা-ডাইক অষ্ট্ৰ'-টাইত ৰাখিছিল।

  • চীনা
  • টিবেটো-কেৰেন
  • কেৰেন
  • তিব্বত-বাৰ্মান

ইতিহাস

১৯ শতিকাত প্ৰথমে প্ৰস্তাৱ কৰা হৈছিল যে কায় অঞ্চলৰ চীনা, তিব্বতী, বাৰ্মিজ আৰু অন্যান্য ভাষাসমূহ জিনগতভাৱে সম্পৰ্কিত; যিটো এতিয়া সকলোৰে পৰিচিত।

তথ্যসূত্ৰ

Tags:

চীনা-তিব্বতীয় ভাষা চীনা গৱেষণাচীনা-তিব্বতীয় ভাষা পশ্চিমীয় গৱেষণাচীনা-তিব্বতীয় ভাষা ইতিহাসচীনা-তিব্বতীয় ভাষা তথ্যসূত্ৰচীনা-তিব্বতীয় ভাষাইংৰাজী ভাষাচীনা ভাষাভাৰত-ইউৰোপীয় ভাষা পৰিয়ালমান ভাষা

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া সাহিত্যত মালিতাগুৰু আসনউত্তৰ-পূব সীমান্ত ৰেলৱেআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰবিশ্ব বৌদ্ধিক সম্পত্তি দিৱসউপভাষাগঙ্গা নদীকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলআত্মজীৱনীদক্ষিণপাট সত্ৰলীলা গগৈশিক্ষাৰাষ্ট্ৰসংঘহালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)ভাৰতীয় জনতা পাৰ্টিবেক্টেৰিয়াঅসমব্ৰহ্মগুপ্তবহনক্ষম উন্নয়নৰ লক্ষ্যনয়ন নীলিমকোকৰাঝাৰ (লোকসভা সমষ্টি)মাটিৰ হিচাপবিয়া নামজাতনামপ্ৰাকৃতিক দুৰ্যোগৰাজহুৱা ক্ষেত্ৰযক্ষ্মাশৰৎ ঋতুবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণবীৰেন্দ্ৰনাথ দত্তহিন্দু ধৰ্মঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫আলি আঃয়ে লৃগাংবড়ো ভাষাবিহুগীতভাৰতত মহিলাৰ স্বাস্থ্যব্ৰহ্মপুত্ৰ নদনগাঁও জিলামুগা (ৰেচম)২৭ এপ্ৰিলতোলনি বিয়াঅষ্ট্ৰেলিয়াআকবৰভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাপ্ৰদূষণভাৰতীয় ভাষাকম্পিউটাৰএককোষী জীৱপ্ৰাকৃতিক পৰিৱেশঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদগণৰাজ্য দিৱস (ভাৰত)আন্তৰ্জাতিক মানৱ অধিকাৰ আইনসংবিধান দিৱস (ভাৰত)অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিদশাৱতাৰঅসমীয়া লোক-সংস্কৃতিঘিলাধাৰী ঘাটৰ সন্ধিঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাগড়মূৰ সত্ৰগোৱালপৰীয়া লোকগীতলক্ষ্মীনাথ বেজবৰুৱাআৱাহন (আলোচনী)ৰজনীকান্ত বৰদলৈগাখীৰঅসমৰ লোকবাদ্যভাৰতৰ উপৰাষ্ট্ৰপতিভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যমহাকাব্যম'হৰ শিঙৰ পেঁপাঅৰ্জুন ভঞ্জনকোচ ৰাজবংশীদেউৰী জনগোষ্ঠী🡆 More