চুদিংফা

চুদিংফা বা চ্যু-দিং-ফা ওৰফে চন্দ্ৰকান্ত সিংহ ১৯৩২ শকৰ ৬ মাঘত অসমৰ ৰজা হৈছিল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ভায়েক আছিল। ৰজা হোৱাৰ সময়ত তেওৰ বয়স আছিল তেৰ বছৰ। তেও দুবাৰকৈ অসমৰ ৰজা হৈছিল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউৰ দিনতে কুকুৰাচোৱা ভুতৰ পুতেকৰ খবৰ সংঘটিত হৈছিল। তেওৰ দিনতে অসমলৈ প্ৰথমবাৰ মান আহিছিল।

চুদিংফা
স্বৰ্গদেউ

অসমৰ ৰজা
উত্তৰসূৰী পুৰন্দৰ সিংহ
দাম্পত্য সঙ্গী মদাম্বিকা
সন্তান
ঘনকান্ত সিংহ, হেমকান্ত কোৱৰ
সম্পূৰ্ণ নাম
চন্দ্ৰকান্ত সিংহ
ধৰ্ম হিন্দু ধৰ্ম, ফুৰালুং
আহোম ৰাজবংশ
চুদিংফা
চ্যু-কা-ফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯

Tags:

🔥 Trending searches on Wiki অসমীয়া:

ধ্ৰুৱবাদইমেইলমোৰ জীৱন সোঁৱৰণসাঁচিপাতৰ পুথি (উপন্যাস)ৰমজানঅভিধানহোমেন বৰগোহাঞিপঃৰাগবৰাক নদীঅনুৰাধা শৰ্মা পূজাৰীঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিসিন্ধু সভ্যতাশৰাইঘাটৰ যুদ্ধগঙ্গা নদীইতিহাসসংগীতযতি-চিনকাঞ্চন (উপন্যাস)পৰ্যটনহিমালয়সালোক সংশ্লেষণস্বৰ্গপ্ৰথম বিশ্বযুদ্ধবৰপেটালোকসভাৰ অধ্যক্ষশ্বজিবু নোংমা পানবানিৰ্মলপ্ৰভা বৰদলৈসন্ধ্যাৰাগ (চলচ্চিত্ৰ)সাধুপাইথাগোৰাছৰ উপপাদ্যনৰেন্দ্ৰ মোদীভাষাঅনুবাদঅসমৰ চলচ্চিত্ৰবাঁহী (আলোচনী)এচিদ বৰষুণবজ্ৰাংগী আইগুণাভিৰাম বৰুৱাহেমকোষএকচেটীয়া বজাৰঅসমৰ কুঁহিলা শিল্পভবেন্দ্ৰ নাথ শইকীয়াআনন্দৰাম ঢেকিয়াল ফুকনঅম্বিকাগিৰি ৰায়চৌধুৰীকল্পনা চাওলাআধুনিকতাবাদচৰাইবৌদ্ধ ধৰ্মকপিলীপৰীয়া সাধুবকুল ফুলৰ দৰেকোৰআনসৰ্থেবাৰীভূপেন্দ্ৰ সংগীতএশিঙীয়া গঁড়ৰাভা জনগোষ্ঠীভাৰতৰ জাতীয় পতাকালিংগহেমচন্দ্ৰ গোস্বামীহিমা দাসজুবিন গাৰ্গকাৰ্বি জনগোষ্ঠীযাদৱ পায়েংজোনবিৰি (অলংকাৰ)হেঙুল আৰু হাইতালবাটৰ নাটসূৰ্যবিৰিঞ্চি কুমাৰ বৰুৱাঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাকোষ (জীৱবিজ্ঞান)অসমত দেখা চৰাইবোৰপঞ্জাবী ভাষাউমানন্দপোহৰএ পি জে আব্দুল কালাম🡆 More