অৰুণাচল প্ৰদেশ

অৰুণাচল প্ৰদেশ (হিন্দী: अरुणाचल प्रदेश, উচ্চাৰণ:  ( শুনক)) উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। অৰুণাচল প্ৰদেশৰ দক্ষিণে অসম আৰু নাগালেণ্ড, পশ্চিমে ভূটান, পূৱে ম্যানমাৰ আৰু উত্তৰে চীন দেশ, তিনিওপিনৰ পৰা দেশৰ সীমা হোৱা বাবে অৰুণাচলৰ ৰাজনৈতিক গুৰুত্ব অধিক। সংস্কৃতত অৰুণাচল প্ৰদেশৰ অৰ্থ পুৱতিৰ আলোকেৰে আলোকিত দেশ উত্তৰ-পূব ভাৰতত ইয়াৰ অৱস্থানৰ বাবে অৰুণাচল প্ৰদেশক সূৰ্য্য উঠা দেশ বুলিও জনা যায়। (প্ৰদেশৰ অৰ্থ ৰাজ্য, বা অঞ্চল)। উত্তৰ-পূৱ ভাৰতৰ আন আন ৰাজ্যৰ দৰে অৰুণাচল প্ৰদেশৰো সৰহ সংখ্যক লোক তিব্বতীয় বংশোদ্ভৱ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ চীন ভাৰতৰ একমাত্ৰ সংযোগকাৰী বিখ্যাত লিডু-বাৰ্মা পথ (ষ্টিলৱেল পথ)ৰাজ্যখনৰ পূৱ প্ৰান্তেদি গৈছে।

অৰুণাচল প্ৰদেশ
—  ৰাজ্য  —
অৰুণাচল প্ৰদেশ
অৰুণাচল প্ৰদেশ
অৰুণাচল প্ৰদেশ
অৰুণাচল প্ৰদেশ
অৰুণাচল প্ৰদেশ
অৰুণাচল প্ৰদেশ
ওপৰৰ বাওঁফালৰ পৰা সোঁফালে: গোল্ডেন পেগোডা, নামছাই, টাৱাং মঠ, টুটছা নাগা নৃত্যশিল্পী, জিৰো উপত্যকা, পাক্কে বাঘ সংৰক্ষিত বনাঞ্চল, ছেলা পাছ
অৰুণাচল প্ৰদেশৰ মোহৰ
মোহৰ
অৰুণাচল প্ৰদেশ
ভাৰতৰ মানচিত্ৰত অৰুণাচল প্ৰদেশৰ অৱস্থান
ভাৰতৰ মানচিত্ৰত অৰুণাচল প্ৰদেশৰ অৱস্থান
অৰুণাচল প্ৰদেশ
অৰুণাচল প্ৰদেশৰ মানচিত্ৰ
অৰুণাচল প্ৰদেশৰ মানচিত্ৰ
ভৌগোলিক স্থানাংক (ইটানগৰ): 27°04′N 93°22′E / 27.06°N 93.37°E / 27.06; 93.37 93°22′E / 27.06°N 93.37°E / 27.06; 93.37
দেশ অৰুণাচল প্ৰদেশ ভাৰত
গঠন ২০ ফেব্ৰুৱাৰী ১৯৮৭
ৰাজধানী ইটানগৰ
জিলাসমূহ 16
চৰকাৰ
 - ৰাজ্যপাল ব্ৰিগেদিয়াৰ বি.ডি. মিশ্ৰ
 - মুখ্যমন্ত্ৰী পেমা খান্দু (ভাজপা)
 - বিধান সভাৰ আসন ৬০ খন
 - লোকসভাৰ আসন ২ খন
 - উচ্চ ন্যায়ালায় গুৱাহাটী উচ্চ ন্যায়ালয়
মাটিকালি
 - মুঠ ৮৩,৭৪৩ কি.মি. 
(৩২,৩৩৩.৪ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক ১৪শ
জনসংখ্যা (২০১১)
 - মুঠ ১৩,৮২,৬১১ জন
 - স্থান ২৬তমতম
 - জনঘনত্ব ১৬.৫ প্ৰতি বৰ্গ কি.মি. 
(৪২.৮ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+05:30)
আই এচ অ’ ৩১৬৬ কোড IN-AR
মানৱ সম্পদ বিকাশ সূচাংক বৃদ্ধি ০.৬১৭ (মধ্যম)
HDI স্থান ১৮শ (২০০৫)
সাক্ষৰতা ৬৬.৯৫%
চৰকাৰী ভাষা ইংৰাজী
ৱেবছাইট arunachalpradesh.nic.in

ভূগোল

পাহাৰে আৱৰা প্ৰদেশখনৰ অসম সংলগ্ন কিছু অংশ সমতলভূমি। ৰাজ্যখনৰ দুই-তৃতীয়াংশতকৈও বেছি অঞ্চল ঘন অৰণ্যৰে আৱৰা।

জনগাঁঠনি

অৰুণাচলত অনুসূচীত জাতি আৰু জনজাতিৰ প্ৰাধান্য অধিক। ১৯৮১ চনৰ লোকপিয়ল অনুযায়ী অনুসূচীত জনজাতি ৭৯%। ই সমগ্ৰ ভাৰতৰ অনুসূচীত জনজাতিৰ ৭%। ইয়াত প্ৰধানকৈ ২০টা জনগোষ্ঠীয়ে বসবাস কৰে। এওঁলোকৰ বহুতো উপজাতি আছে। প্ৰধান জনগোষ্ঠীসমূহ হ’ল – আদি, নিশি, আপাতানি, তাগিন, খামটি, নোকটে, ৱাঞ্চে, তাংচা, চিংফৌ, মেনপা, শোৰদুকপেন আৰু অকা[উদ্ধৃতিৰ প্ৰয়োজন]

প্ৰশাসনিক বিভাজন

অৰুণাচল প্ৰদেশক ১৬খন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছে।জিলাসমূ্হ প্ৰশাসনিক বিষয়া হৈছে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্ত। ৰাজ্যখনৰ বিভিন্ন চৰকাৰী বিভাগে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্তক জিলাখন সূচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে। জিলাখনৰ আইন সম্বন্ধীয় বিষয়সমূহ পুলিছ অধীক্ষকে (Superintendent of Police) পৰিচালনা কৰে।

এই ১৬খন জিলা হৈছে: টাৱাং, পশ্চিম কামেং, পূব কামেং, পাপুমপাৰে, উজনি সোৱণশিৰি, নামনি সোৱণশিৰি, পশ্চিম ছিয়াং, পূব ছিয়াং, উজনি ছিয়াং, চাংলাং, টিৰাপ, কুৰুং কুমেই, দিবাং উপত্যকা, নামনি দিবাং উপত্যকা, লোহিত, আৰু অনজৌ জিলা।

অৰুণাচল প্ৰদেশক ১৬খন জিলা হৈছে:

সংকেত জিলা সদৰ জনসংখ্যা
(২০১১)
মাটিকালি
(বৰ্গ কিমি)
জনঘনত্ব
(প্ৰতি বৰ্গ কিমি)
ৱেবছাইট
০১ টাৱাং টাৱাং চহৰ ৪৯৯৫০ ২০৮৫ ২৩ tawang.nic.in
০২ পশ্চিম কামেং বমডিলা ৮৭০১৩ ৭৪২২ ১২ westkameng.nic.in
০৩ পূব কামেং চেপ্পা ৭৮৪১৩ ৪১৩৪ ১৯ eastkameng.nic.in
০৪ পাপুমপাৰে য়ুপিয়া ১৭৬৩৮৫ ২৮৭৫ ৬১ papumpare.nic.in
০৫ উজনি সোৱণশিৰি দাপৰিজো ৮৩২০৫ ৭০৩২ ১২
০৬ পশ্চিম ছিয়াং আলং ১১২২৭২ ৮৩২৫ ১৩ westsiang.nic.in
০৭ পূব ছিয়াং পাচিঘাট ৯৯০১৯ ৪০০৫ ২৭ eastsiang.nic.in
০৮ উজনি ছিয়াং য়ুং কিয়োং ৩৫২৮৯ ৬১৮৮
০৯ চাংলাং চাংলাং ১৪৭৯৫১ ৪৬৬২ ৩২ changlang.nic.in
১০ টিৰাপ খোন্সা ১১১৯৯৭ ২৩৬২ ৪৭ tirap.nic.in
১১ নামনি সোৱণশিৰি জিৰ' ৮২৮৩৯ ৩৪৬০ ২৪
১২ কুৰুং কুমেই কলৰিয়াং ৮৯৭১৭ ৮৮১৮ ১৫
১৩ দিবাং উপত্যকা অনীনি ৭৯৪৮ ৯১২৯
১৪ নামনি দিবাং উপত্যকা ৰইং ৫৩৯৮৬ ৩৯০০ ১৪ roing.nic.in
১৫ লোহিত তেজু ১৪৫৫৩৮ ২৪০২ ২৮ lohit.nic.in
১৬ অনজৌ হাৱাই ২১০৮৯ ৬১৯০








তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

অৰুণাচল প্ৰদেশ ভূগোলঅৰুণাচল প্ৰদেশ জনগাঁঠনিঅৰুণাচল প্ৰদেশ প্ৰশাসনিক বিভাজনঅৰুণাচল প্ৰদেশ তথ্য সংগ্ৰহঅৰুণাচল প্ৰদেশ বাহ্যিক সংযোগঅৰুণাচল প্ৰদেশArunachal.oggঅসমউত্তৰ-পূব ভাৰতচিত্ৰ:Arunachal.oggচীননাগালেণ্ডবাৰ্মাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহভূটানম্যানমাৰলিডুষ্টিলৱেল পথহিন্দী ভাষাৱিকিপিডিয়া:IPA for Hindi and Urdu

🔥 Trending searches on Wiki অসমীয়া:

কলসংগীত নাটকবাৰেচহৰীয়া ভাওনা মহোৎসৱযোৰানামপিয়লি ফুকনশুৱালকুছিবৰ্মণ ৰাজবংশচিপাহী বিদ্ৰোহ ১৮৫৭অসমীয়া সাহিত্যৰ অৰুণোদয় যুগকুলিমাধৱদেৱঅংকীয়া নাটধুবুৰী (লোকসভা সমষ্টি)মাইলছ ব্ৰনছনখোলগুণাভিৰাম বৰুৱাখামটি জনগোষ্ঠীদ্বিতীয় বিশ্বযুদ্ধএ পি জে আব্দুল কালামআজান পীৰওডিছীতলাতল ঘৰনগাঁও জিলাভগৱানআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডএহাত ডাবাহনুমানঅসমীয়া সাহিত্যচন্দ্ৰকুমাৰ আগৰৱালানদীস্বাস্থ্যঅসম আৰক্ষীলীলা গগৈপদাৰ্থৰ অৱস্থাভৌতিক সংস্কৃতিঅংগনবাদীমাতৃভাষাগাঁও পঞ্চায়তপোহৰঋণাত্মক অখণ্ড সংখ্যাসাহিত্যলুৰিন জ্যোতি গগৈমিকী মাউছঋতুতেজপুৰভাৰত-ইউৰোপীয় ভাষা পৰিয়ালবিশ্ব গ্ৰন্থ দিৱসআনন্দৰাম বৰুৱাঅসমৰ পৰম্পৰাগত সাজ- পাৰসমাজতত্ত্বথাই ভাষানামঘোষামধ্যাহ্ন ভোজন আঁচনিমৌলিক সংখ্যাঅনুবাদঅসমৰ কাঁহ শিল্পঅনাভেদী যৌনক্ৰিয়ামিত্ৰদেৱ মহন্তআনন্দ চন্দ্ৰ আগৰৱালাজৱাহৰলাল নেহৰুলোক-সংগীতভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানহেপাটাইটিছ বিসংক্ৰমণপৰ্যটনভাৰতীয় দৰ্শনযৌন সংগমঅসম চুক্তিওজাপালিবিশ্বনাথ ঘাটমাটিৰ হিচাপজৈন ধৰ্ম🡆 More