এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ইংৰাজী | |
---|---|
English ইংলিছ | |
থলুৱা অঞ্চল | যুক্তৰাজ্য আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, আয়াৰলেণ্ড, কানাডা, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড আৰু অন্যান্য দেশত (আন্তৰ্জাতিক যানবাহনতো ব্যৱহৃত) |
স্থানীয় ভাষিক | মাতৃভাষী: ৩-৮,০০০,০০০ দ্বিতীয় ভাষা: ১৫০,০০০,০০০-১,০০০,০০০,০০০ |
ভাষা পৰিয়াল | |
লিখন প্ৰণালী | লেটিন বৰ্ণমালা |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা | আইনত, একমাত্ৰ: লাইবেৰিয়া, বহু কমনৱেলথ ৰাষ্ট্ৰ আইনত, কেৱল নহয়: কানাডা, হংকং, আয়াৰলেণ্ড, দক্ষিণ আফ্ৰিকা, ভাৰত, ফিলিপাইন, ছিংগাপুৰ, ইউৰোপিয়ান ইউনিয়ন কাৰ্যত, একমাত্ৰ: অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ কাৰ্যত, একমাত্ৰ নহয়: নিউজিলেণ্ড, যুক্তৰাজ্য |
ভাষা সংকেত | |
ISO 639-1 | en |
ISO 639-2 | eng |
ISO 639-3 | eng |
![]() |
১৫০০ চনৰ ফালে বিৰাট স্বৰধ্বনি সৰণ (Great Vowel Shift) সংঘটিত হয় আৰু আধুনিক ইংৰাজীৰ উদ্ভৱ ঘটে। উইলিয়াম শ্বেক্সপিয়েৰৰ ৰচনাসহ আধুনিক ইংৰাজী সাহিত্যৰ প্ৰায়বোৰেই এই আধুনিক ইংৰাজী ভাষাত লিখা। এথ্ন'লগ অনুসাৰে ইংৰাজী ভাষাৰ মাতৃভাষীৰ সংখ্যা প্ৰায় ৩৪ কোটি।[উদ্ধৃতিৰ প্ৰয়োজন] মাতৃভাষীৰ সংখ্যা অনুযায়ী ইংৰাজীৰ স্থান মেণ্ডাৰিন, হিন্দী আৰু স্পেনীয় ভাষাৰ পিছতেই। প্ৰথমে ইংলেণ্ড আৰু পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক, অৰ্থনৈতিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক প্ৰভাৱৰ কাৰণে বিশ্বৰ অন্য যিকোনো ভাষাতকৈ ইংৰাজীয়েই বেছি বিস্তাৰ লাভ কৰিছে। ইংৰাজী প্ৰায় ৫২খন দেশৰ জাতীয় বা চৰকাৰী ভাষা।
বিশ্বৰ ইণ্টাৰনেট ব্যৱহাৰকাৰী জনসংখ্যাৰ ৩৫ শতাংশই ইংৰাজীভাষী।[উদ্ধৃতিৰ প্ৰয়োজন] আধুনিক যোগাযোগ আৰু বিভিন্ন পেছাত ইংৰাজীৰ ব্যাপক ব্যৱহাৰৰ কাৰণে এইটো বৰ্তমানৰ বিশ্বৰ সবাতোকৈ বেছি অধীকৃত দ্বিতীয় ভাষা। সংস্কৃতি আৰু প্ৰযুক্তিৰ নতুন নতুন আন্তৰ্জাতিক পৰিভাষাৰ অধিকাংশই ইংৰাজী পৰা আহিছে।
গ্ৰন্থপঞ্জীত নিৰ্দেশিত গ্ৰন্থাৱলী
ৱিকিপিডিয়া, মুক্ত বিশ্বকোষখনৰ ইংৰাজী ভাষাৰ সংস্কৰণ |
This article uses material from the Wiki অসমীয়া article ইংৰাজী ভাষা, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply. (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
#Wikipedia® is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.