২২ অক্টোবৰ: তাৰিখ

২২ অক্টোবৰ (ইংৰাজী: 22 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯৫তম (অধিবৰ্ষত ২৯৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭০টা দিন বাকী থাকে।

১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাপঞ্জী

  • ১৭৬৪ - বংগ আৰু বিহাৰত নবাবৰ শাসন অন্ত, ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন আৰম্ভ।
  • ১৭৬৪ - বক্সাৰ যুদ্ধ আৰু ইংৰাজৰ বিহাৰ অধিকাৰ।
  • ১৮৭৯ – ৰাৰ্বনাইজড সূত্ৰৰ ফিলামেণ্ট ব্যৱহাৰ কৰি টমাছ আলভা এডিছনৰ দ্বাৰা প্ৰথম বৈদ্যুতিক বাল্বৰ ব্যৱহাৰিক পৰীক্ষণ।
  • ১৯৩৮ - পদাৰ্থ বিজ্ঞানী ছেষ্টাৰ কাৰ্লছনৰ দ্বাৰা জেৰৌগ্ৰাফী বা জেৰক্স মেচিন নিৰ্মাণত ব্যৱহৃত " ইলেক্ট্ৰোফটোগ্ৰাফ " নামৰ এক পদ্ধতিৰ আৱিষ্কাৰ।
  • ১৯৪৭ - কাশ্মীৰ ভাৰতৰ অন্তৰ্ভুক্ত হয়।
  • ১৯৬২ - ভাৰতৰ ভাক্ৰা নাংগল বহুমুখী নদী উপত্যকা প্ৰকল্প ৰাষ্ট্ৰৰ উদ্দেশ্যে উছৰ্গা।
  • ১৯৬৬ - ছোভিয়েট ইউনিয়নে লুনা -১২ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন।
  • ১৯৬৮ – পৃথিৱীক ১৬৩ বাৰ পৰিভ্ৰমণ কৰাৰ পাছত এপল ৭ সফলতাৰে আট্লাণ্টিক মহাসাগৰত অৱতৰণ।
  • ১৯৯৪ - শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জামিনি দেশনায়ক আৰু আন ৬০ জন লোক এক বোমা বিস্ফোৰণত নিহত হয়।
  • ১৯৯৯ - ব'ফৰ্ছ মোকৰ্দমাৰ চাৰ্জশ্বীট দাখিল , ৰাজীৱ গান্ধী সহ আন চাৰিজন অভিযুক্ত।
  • ১৯৯৯ - লোকসভাৰ অধ্যক্ষ ৰূপে জি এম চি বালাযোগী নিৰ্বাচিত।
  • ২০০১ - আফগানিস্তানৰ এক চিকিৎসালয়ত আমেৰিকান বোমা দিয়াৰ ফলত ১০০ জন জনলোকৰ মৃত্যু।
  • ২০০৩ - চনৰ আজিৰ দিনটোতে ফিফাৰ ৰেংকিংত ব্ৰাজিলৰ বিশ্ব ফুটবলত শীৰ্ষ স্থান অধিকাৰ।
  • ২০০৮ – ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান চন্দ্ৰযান - ১ ৰ উৎক্ষেপন।

জন্ম

মৃত্যু

দিৱস

বাহ্যিক সংযোগ


Tags:

২২ অক্টোবৰ ঘটনাপঞ্জী২২ অক্টোবৰ জন্ম২২ অক্টোবৰ মৃত্যু২২ অক্টোবৰ দিৱস২২ অক্টোবৰ বাহ্যিক সংযোগ২২ অক্টোবৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

উপভাষাভূমিদান প্ৰথাশৰ্মা মন্ত্ৰীসভাদীপৰ বিলঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিমণিৰাম দেৱানভ্ৰাম্যমাণ থিয়েটাৰসতীদাহ প্ৰথালোকবিশ্বাসনগাঁওমৌখিক লোকসাহিত্যচাহএংকৰ ৱাটভাৰতৰ নিৰ্বাচন আয়োগঅসমৰ কাঁহ শিল্পবিহুৰ সাজ-পোচাক আৰু অলংকাৰতেজঅসম সাহিত্য সভাসোণপ্ৰদূষণঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগমণিৰাম দেৱান (চলচ্চিত্ৰ)মাধৱদেৱ২৯ মাৰ্চকাৰ্ল মাৰ্ক্সঅসমৰ লোকবাদ্যস্নায়ুকোষএকচেটীয়া বজাৰপঞ্জাৱ নেচনেল বেংকঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাপৰিস্থিতি বিজ্ঞানডিমাছা ভাষাঅৰুণ শৰ্মাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহআজান পীৰনীতি আয়োগশ্ৰীমদ্ভগৱতগীতাজোনাকী (আলোচনী)ভাৰতীয় ভাষাবাটৰ নাটধ্বনিতত্ত্বশিৱসামাজিক উপভাষাবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যঅসমত দেখা চৰাইবোৰকপৌ ফুলশৰাইঘাট দলংনীলিম কুমাৰঅসমীয়া কবিতাৰ ইতিহাসদাণ্ডী যাত্ৰাবৰপেটামানস ৰাষ্ট্ৰীয় উদ্যানশ্বজিবু নোংমা পানবাতিৱা জনগোষ্ঠীশিৱ পুৰাণবেলিমাৰ (নাটক)লখিমপুৰ জিলাবলদশাৱতাৰচন্দ্ৰপ্ৰভা শইকীয়ানীপৰিসংখ্যাঅজন্তা গুহাসমূহশিৱসাগৰনগেন শইকীয়াপালি ভাষাচলচ্চিত্ৰদেওধাই অসম বুৰঞ্জীজাতীয়তাবাদগণিতবেণুধৰ শৰ্মাউৎসেচকহয়গ্ৰীৱ মাধৱ মন্দিৰভাৰতত নাৰীবাদচীনা সাম্যবাদী বিপ্লৱগৌতম বুদ্ধকানাই বৰশী বোৱা শিলালিপি🡆 More