১৬ অক্টোবৰ: তাৰিখ

১৬ অক্টোবৰ (ইংৰাজী: 16 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮৯তম (অধিবৰ্ষত ২৯০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭৬টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৯০৫ - লৰ্ড কাৰ্জনৰ প্ৰথম বংগ বিভাজন আইন কাৰ্যকৰী হয়।
  • ১৯৪৫ - বিশ্ব খাদ্য সংস্থা প্ৰতিষ্ঠা কৰা হয়।
  • ১৯৬৮ - হৰগোবিন্দ খোৰানালৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হয়।
  • ১৯৬৯ - ভাৰতৰ নাৰী শিক্ষাৰ ৰাষ্ট্ৰীয় পৰিষদ উদ্বোধন কৰা হয়।
  • ১৯৯০ - আফ্ৰিকাৰ মুক্তি আন্দোলনৰ নেতা নেলছন মেণ্ডেলালৈ ভাৰতৰত্ন সন্মান আগবঢ়োৱা হয়।

জন্ম

  • ১৭৫৮ - নোৱা ৱেবষ্টাৰ, ইংৰাজী ভাষাত প্ৰথম অভিধান ৰচয়িতা।
  • ১৮৮৮ - ইউজিন অ' নীল, আমেৰিকান নাট্যকাৰ।
  • ১৯০৪ - সুভদ্ৰা কুমাৰী চৌহান, ভাৰতীয় কবি।
  • ১৯২৯ - তফজ্জুল আলি, অসমৰ প্ৰসিদ্ধ গীতিকাৰ।
  • ১৯৪৮ - হেমা মালিনী, ভাৰতীয় অভিনেত্ৰী, লেখিকা, পৰিচালিকা, প্ৰযোজক, নৃত্যশিল্পী তথা ৰাজনীতিবিদ।
  • ১৯৫০ - দণ্ডমুদি সুমথি ৰাম মোহন ৰাও, ভাৰতীয় আনদ্ধ বাদ্যযন্ত্ৰ বাদক।
  • ১৯৫১ - লিয়াকৎ আলী খান, পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী। ৰাৱলপিণ্ডিত এক বক্তৃতা প্ৰদান কালত আততায়ীৰ গুলীত নিহত হৈছিল।
  • ১৯৫৫ - খগেশ সেন ডেকা, অসমীয়া গৱেষক, ব্যাকৰণবিদ আৰু ভাষাবিদ।
  • ১৯৭৬ - কুইন হাজৰিকা, ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী।
  • ১৯৯৭ - নাওমি অ'ছাকা, জাপানী পেছাদাৰী টেনিছ খেলুৱৈ৷

মৃত্যু

  • ১৯৮৩ - হৰিশ-চন্দ্ৰ, ভাৰতীয়-আমেৰিকান গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী।

দিৱস

  • বিশ্ব খাদ্য দিৱস।

বাহ্যিক সংযোগ

Tags:

১৬ অক্টোবৰ ঘটনাৱলী১৬ অক্টোবৰ জন্ম১৬ অক্টোবৰ মৃত্যু১৬ অক্টোবৰ দিৱস১৬ অক্টোবৰ বাহ্যিক সংযোগ১৬ অক্টোবৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

মৰুভূমিউদাৰনৈতিকতাবাদগণিতসাহিত্য সমালোচনানেপালী জনগোষ্ঠীধৰিত্ৰী দিৱসমানুহকামাখ্যা মন্দিৰশকুন্তলালক্ষ্যধৰ চৌধুৰীৰাজিয়া চুলতানা২৩ এপ্ৰিলহৰিবৰ বিপ্ৰঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫ৰজনীকান্ত বৰদলৈৰঙিয়াচৰ্যাপদজ্যামিতিঅসমৰ ৰাজ্যিক প্ৰতীকসমূহহৃদযন্ত্ৰকাৰ্ল মাৰ্ক্সদুৰ্যোগলাচিত বৰফুকনবৰ্মণ ৰাজবংশযুগ্ম সংখ্যাশামুকপৰিৱেশ বিজ্ঞানসিন্ধু সভ্যতামিচিং জনগোষ্ঠীঅসমীয়া ব্যাকৰণগোলাঘাট জিলাবৌদ্ধ ধৰ্মকথা কবিতাঅখণ্ড সংখ্যাআত্মজীৱনীমৃণাল কলিতানৱগ্ৰহ মন্দিৰ, গুৱাহাটীভাৰতত মহিলা শিক্ষাঅশোকৰ অনুশাসনশিৱসাগৰৰ শিৱদৌলঅসমীয়া গীতি সাহিত্যতামোলব্ৰিটিছ ৰাজছোৱাইন ফ্লুলোকবিশ্বাসগণেশহিউৱেন-চাংসংখ্যাঠেঙ্গাল কছাৰী জনগোষ্ঠীচাচনি মেৰবিলতাল (বাদ্যযন্ত্ৰ)ৰংঘৰমানৰ অসম আক্ৰমণঈয়াৰুইঙ্গমবানপানীতথ্য প্ৰযুক্তিধুবুৰী (লোকসভা সমষ্টি)ভাৰত-চীন যুদ্ধনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯বাঁহীপালি ভাষাটুক্ৰেশ্বৰী দেৱালয়অসমৰ তেল শোধনাগাৰলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীফুলগুৰি ধেৱাবিশেষ শিক্ষাএ পি জে আব্দুল কালামজীৱনীপুৰাণপাইক প্ৰথামিয়া খলিফাভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫বিপন্ন প্ৰজাতি🡆 More