২৫ অক্টোবৰ: তাৰিখ

২৫ অক্টোবৰ (ইংৰাজী: 25 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯৮তম (অধিবৰ্ষত ২৯৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৭টা দিন বাকী থাকে।

১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৯৪৭ - পাকিস্তানী অনুপ্ৰৱেশকাৰীয়ে কাশ্মীৰ আক্ৰমণ কৰে। কাশ্মীৰৰ মহাৰজা হৰি সিঙৰ সহায় প্ৰাৰ্থনা।
  • ১৯৫১ - স্বাধীন ভাৰতৰ প্ৰথম লোকসভা নিৰ্বাচন আৰম্ভ হয়। নিৰ্বাচন প্ৰক্ৰিয়াৰ সামৰণি পৰে ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত।
  • ১৯৭১ - চীন ৰাষ্ট্ৰসংঘৰ সদস্য হয় আৰু টাইৱান বহিষ্কৃত হয়।
  • ১৯৭১ - বাংলাদেশৰ নেতা শ্বেখ মজিবুৰ ৰহমান পাকিস্তানী সেনাৰ হাতত বন্দী হয়।
  • ১৯৯১ - বিবদমান অযোধ্যাৰ অধিগৃহীত মাটিত কোনো স্থায়ী নিৰ্মাণ যাতে নহয়, তাৰ ব্যৱস্থা ল'বলৈ উত্তৰ প্ৰদেশ চৰকাৰক এলাহাবাদ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে।
  • ২০০৫ - আলফাই আলোচনাৰ বাবে গঠন কৰি দিয়া পি চি জি আৰু কেন্দ্ৰৰ মাজত প্ৰথমলানি আলোচনা অনুষ্ঠিত হয়।

জন্ম

মৃত্যু

  • ১৪০০ - জিঅ'ফ্ৰে চচাৰ, ইংৰাজ কবি।
  • ১৬৪৭ - ইভানজেলিষ্টা টৰিচেলি, ইটালীৰ পদাৰ্থবিদ।
  • ২০১২ - যশপাল ভাট্টি, ভাৰতীয় কৌতুক শিল্পী, প্ৰযোজক আৰু পৰিচালক।
  • ২০২১ - ৰবীন দেৱচৌধুৰী, ভাৰতীয় পুৰাতত্ত্ববিদ, লেখক, অধ্যাপক।

দিৱস

  • সশস্ত্ৰ বাহিনী দিৱস (ৰোমানিয়া)।
  • ধন্যবাদ জ্ঞাপন দিৱস (গ্ৰেনাডা)।

বাহ্যিক সংযোগ


Tags:

২৫ অক্টোবৰ ঘটনাৱলী২৫ অক্টোবৰ জন্ম২৫ অক্টোবৰ মৃত্যু২৫ অক্টোবৰ দিৱস২৫ অক্টোবৰ বাহ্যিক সংযোগ২৫ অক্টোবৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

গোলকীকৰণলোক-নৃত্যকৰম পূজাঅব্যয় পদনগাঁও (লোকসভা সমষ্টি)সৌৰজগতবিহুৰ সাজ-পোচাক আৰু অলংকাৰদৰিদ্ৰতাহাঁওফাঁওব্ৰহ্মগুপ্তহেমচন্দ্ৰ গোস্বামীআহোম ধৰ্মবৰগীতপাচন তন্ত্ৰসমাজতত্ত্বউদাৰনৈতিকতাবাদজ্যোতি সংগীতঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেততুলাপাতৰাসায়নিক মৌলডিমাছা জনগোষ্ঠীঅসমীয়া খাদ্যাভ্যাসধৰিত্ৰী দিৱসশীতল যুদ্ধসদৌ অসম ছাত্ৰ সন্থাজ্ঞানপীঠ বঁটাঘৰ শালিকাঅংকআলেকজেণ্ডাৰ গ্ৰাহাম বে'লসৰ্বেপল্লী ৰাধাকৃষ্ণণমেলেৰিয়াৰূপালীমচন্দ্ৰকুমাৰ আগৰৱালাদধীচিস্বদেশী আন্দোলনবাৰেচহৰীয়া ভাওনা মহোৎসৱবাবৰমহেশ্বৰ নেওগসতী সাধনীচলচ্চিত্ৰৰামধেনু (আলোচনী)অসমৰ তামোল-পাণ সংস্কৃতিভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকামামণি ৰয়ছম গোস্বামীতেজমণিৰাম দেৱানআহোম-মোগলৰ সংঘৰ্ষপৃথিৱীৰ বায়ুমণ্ডলবিহু নৃত্যআৰবী ভাষাকুচিয়া মাছবড়ো জনগোষ্ঠীবিষ্ণুৰাম মেধিআকবৰইন্দিৰা মিৰিঅসমীয়া সাহিত্যত মালিতাপৰিৱেশ বিজ্ঞানসিন্ধু সভ্যতাওজাপালিআত্মসহায়ক গোটশালস্তম্ভ ৰাজবংশভাৰতত মহিলা শিক্ষাটকা (বাদ্য)সাধুকথাবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাচানডুবি বিলঅসম চুক্তিবাংলাদেশবায়ু প্ৰদূষণকাঠনিবাৰী ঘাটমাধৱ কন্দলিমহাকাব্যমহেন্দ্ৰ বৰাৰাম গগৈ🡆 More