৭ অক্টোবৰ: তাৰিখ

৭ অক্টোবৰ (ইংৰাজী: 7 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮০তম (অধিবৰ্ষত ২৮১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮৫টা দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৫১৩ – দা লীগ অৱ কেম্ব্ৰাইৰ যুদ্ধ: স্পেইনে ভেনিচক পৰাস্ত কৰে।
  • ১৮৪০ – ৱিলেম দ্বিতীয় নেডাৰলেণ্ডৰ ৰজা হয়।
  • ১৯১৯ - কেএলএম, ৰয়েল ডাচ্চ এয়াৰলাইনচৰ প্ৰতিষ্ঠা হয়। (আটাইতকৈ পুৰণি বিদ্যমান এয়াৰলাইন)
  • ১৯৪৯ – কমিউনিষ্ট জাৰ্মান ডেমক্ৰেটিক ৰিপাব্লিক (পূব জাৰ্মানী) গঠন হয়।
  • ১৯৫০ - মাদাৰ টেৰেছাই কলকাতাত মিছনেৰীজ অৱ চেৰিটি স্থাপন কৰিছিল।
  • ১৯৫৯ - ছোভিয়েট ৰাছিয়াৰ লুনা-৩ মহাকাশযানৰ মহাকাশ অনুসন্ধানৰ সৌজন্যত চন্দ্ৰৰ দূৰৱৰ্তী ফাল প্ৰথমবাৰৰ বাবে দেখা গৈছিল।
  • ১৯৯২ - ৰেপিড একচন ফৰ্চ সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰা হৈছিল।
  • ১৯৯৬ – ফক্স নিউজ চেনেলৰ সম্প্ৰচাৰ আৰম্ভ।
  • ২০০২ – আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ সমাবেশ অব্যাহত ৰাখিবলৈ এছটিএছ-১১২ স্পেচ শ্বাটল আটলান্টিছে উৎক্ষেপণ কৰে।
  • ২০০৮ – গ্ৰহাণু ২০০৮ টিচি৩-য়ে চুদানৰ ওপৰত পৃথিৱীক প্ৰভাৱিত কৰে, প্ৰথমবাৰৰ বাবে গ্ৰহাণুৰ প্ৰভাৱ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ আগতে ধৰা পৰে।

জন্ম

  • ১৮৮৫ - নিলছ্ ব'ৰ, কোৱাণ্টাম পদাৰ্থ বিজ্ঞান সম্প্ৰসাৰিত কৰা ডেনিছ পদাৰ্থবিজ্ঞানী আৰু ১৯২২ চনত ন'বেল বঁটা লাভ কৰিছিল। ডেনমাৰ্কৰ ক'পেনহেগেনত জন্মগ্ৰহণ কৰিছিল। (মৃ: ১৯৬২)
  • ১৯১৪ - বেগম আখ্টাৰ, প্ৰসিদ্ধ গজল গায়িকা আৰু অভিনেত্ৰী।
  • ১৯২২ - বলীৰাম ভগত, স্বাধীনতা সংগ্ৰামী আৰু লোকসভাৰ প্ৰাক্তন অধ্যক্ষ।
  • ১৯৩৯ - বিজয়া চক্ৰৱৰ্তী, অসমৰ এগৰাকী ৰাজনীতিক।
  • ১৯৫২ - ভ্লাদিমিৰ পুটিন, এজন ৰাছিয়াৰ ৰাজনীতিবিদ আৰু প্ৰাক্তন চোৰাংচোৱা বিষয়া যি ২০১২ চনৰ পৰা ৰাছিয়াৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
  • ১৯৬০ - অশ্বিনী ভিড়ে-দেশপাণ্ডে, এগৰাকী ভাৰতীয় কণ্ঠশিল্পী।
  • ১৯৬৬ - ৰেণুকা শ্বাহানে, বলীউডৰ চলচ্চিত্ৰ উদ্যোগ আৰু ভাৰতীয় দূৰদৰ্শনত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক দূৰদৰ্শন টিভি অনুষ্ঠান সুৰভি (১৯৯৩-২০০১)ৰ সহ-উপস্থাপক হিচাপে জনা যায়।
  • ১৯৭৯ - যুক্তা মুখী, এগৰাকী ভাৰতীয় অভিনেত্ৰী, নাগৰিক কৰ্মী আৰু মিছ ৱৰ্ল্ড ১৯৯৯ ৰ বিজয়ী।
  • ১৯৭৯ - জাহিৰ খান, ভাৰতীয় ক্ৰিকেটাৰ।
  • ১৯৭৫ - ৰাজজ্যোতি কোঁৱৰ, অসমৰ এজন গায়ক আৰু সুৰকাৰ।
  • ১৯৮১ - অভিজিৎ শাৱন্ত, ভাৰতীয় নেপথ্য গায়ক, অভিনেতা আৰু উপস্থাপক।

মৃত্যু

  • ১৭০৮ – গুৰু গোবিন্দ সিং, ভাৰতীয় দশম শিখ গুৰু। (জন্ম: ১৬৬৬)
  • ১৯৫০ - ৱিলিছ কেৰিয়াৰ, আমেৰিকান অভিযন্তা (আধুনিক শীতা-তাপ নিয়ন্ত্ৰণ বিকাশ কৰা), ৭৩ বছৰ বয়সত মৃত্যু হয়।
  • ১৯৭২ - অনিল বৰা, ভাষাৰ মাধ্যম আন্দোলনৰ শ্বহীদ।
  • ১৯৭৫ - দেৱানাহাল্লি ভেংকটৰমনায়া গুণ্ডাপ্পা, কানাড়া লেখক আৰু দাৰ্শনিক।
  • ২০২০ - মাৰিঅ মলিনা, মেক্সিকান বিজ্ঞানী, ১৯৯৫ চনৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা জয়ী (অ'জ'ন স্তৰৰ ওপৰত চিএফচিৰ (CFC) প্ৰভাৱ), ৭৭ বছৰ বয়সত মৃত্যু হয়।

ছুটী আৰু দিৱস

  • বিশ্ব মহাকাশ সপ্তাহৰ চতুৰ্থ দিন। (৪ ৰ পৰা ১০ অক্টোবৰলৈ পালন কৰা হয়)
  • শিক্ষক দিৱস (লাউচ)।

বাহ্যিক সংযোগ


তথ্য সূত্ৰ

Tags:

৭ অক্টোবৰ ঘটনাৱলী৭ অক্টোবৰ জন্ম৭ অক্টোবৰ মৃত্যু৭ অক্টোবৰ ছুটী আৰু দিৱস৭ অক্টোবৰ বাহ্যিক সংযোগ৭ অক্টোবৰ তথ্য সূত্ৰ৭ অক্টোবৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

হাঁচতিৰাতি বিহুমিচিং জনগোষ্ঠীযৌন নিৰ্যাতনইষ্ট ইণ্ডিয়া কোম্পানীমে ডাম মে ফিলোকভাষাবৃত্তমৃত্যুঞ্জয়ভবেন্দ্ৰ নাথ শইকীয়াপৰিৱেশ অধ্যয়নশব্দ প্ৰদূষণযোগ দৰ্শনশক্তিৰাজ্যসভাউমানন্দঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাভাৰতচ্যু-কা-ফাখনিকৰ (নাট)জাতিসংঘনিৰ্মলপ্ৰভা বৰদলৈভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাযুগ্ম সংখ্যালক্ষ্যধৰ চৌধুৰীমঙ্গলদৈ (লোকসভা সমষ্টি)অসমৰ লোকগীতসাম্যবাদী সমাজসংগীতঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাশকুন্তলাফলৰ তালিকাপৃথিৱীযকৃৎঅসীমত যাৰ হেৰাল সীমাআমেৰিকা যুক্তৰাষ্ট্ৰশচীন তেণ্ডুলকাৰমৌখিক পৰম্পৰাকাৰ্বি জনগোষ্ঠীচকৰি ফেঁটী বুৰঞ্জীঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাচ্যু-লিক-ফাহেম বৰুৱা (ত্যাগবীৰ)মাটিৰ হিচাপওডিছীদুৰ্গামাঘ বিহুঅশ্বিনী কুমাৰ বৰুৱাবায়ু প্ৰদূষণমিজোৰামপাইথেগাৰাছনীলমণি ফুকন (কনিষ্ঠ)শিক্ষাৰ অধিকাৰঅন্তৰীপ (উপন্যাস)বুৰঞ্জী সাহিত্যহাজোইউনিক’ডবেণুধৰ শৰ্মাদীনেশ চন্দ্ৰ গোস্বামীহৃদযন্ত্ৰকামৰূপ ৰাজ্যসত্যনাথ বৰাবিহুৰ খাদ্যঅযোধ্যা (পৌৰাণিক নগৰ)পদাৰ্থৰ অৱস্থাগুমৰাগস্বামী বিবেকানন্দমহাদেশসংগীত নাটকক্ৰিকেটচৈয়দ আব্দুল মালিকমাধৱ কন্দলিবহনক্ষম ভূমি ব্যৱস্থাপনা🡆 More