২৭ অক্টোবৰ: তাৰিখ

২৭ অক্টোবৰ (ইংৰাজী: 27 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩০০তম (অধিবৰ্ষত ৩০১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৫টা দিন বাকী থাকে।

১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৯৬২ - ভাৰতীয় সেনাৰ সাহায্যাৰ্থে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পূঁজি প্ৰতিষ্ঠা কৰা হয়।
  • ১৯৯৯ - এছিয়া মহাদেশৰ অন্তৰ্গত আৰ্মেনিয়াৰ সংসদত গুলীচালনা, দেশখনৰ প্ৰধানমন্ত্ৰী, সংসদৰ অধ্যক্ষসহ আঠজন নিহত হয়।

জন্ম

  • ১৭২৮ - জেমছ কুক, ইংৰাজ অভিযাত্ৰী। (দিনপঞ্জীৰ পুৰণা পদ্ধতি মতে ২৭ অক্টোবৰ আৰু নতুন পদ্ধতি মতে ৭ নৱেম্বৰ)
  • ১৮১১ - আইজাক মেৰিট ছিংগাৰ, ঘৰুৱা ব্যৱহাৰোপযোগী চিলাই কলৰ নিৰ্মাতা।
  • ১৯০১ - আব্বাছউদ্দিন আহমেদ, লোকগীতৰ যশস্বী শিল্পী।
  • ১৯২০ - কে আৰ নাৰায়ণন, ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
  • ১৯৩২ - ছিলভিয়া প্লাথ, আমেৰিকান কবি, ঔপন্যাসিক আৰু চুটি গল্প লেখক।
  • ১৯৭৮ - কল্পনা পাটোৱাৰী, ভাৰতীয় লোকগীতৰ শিল্পী।

মৃত্যু

  • ১৬০৫ - আকবৰ, মোগল সম্ৰাট।
  • ১৯৯০ - ভি শান্তাৰাম, ভাৰতীয় চলচ্চিত্ৰৰ কিংবদন্তি পৰিচালক।
  • ১৯৯১ - নিত্যা দত্ত, অসমীয়া কবি, আততায়ীৰ গুলীত নিহত হয়।
  • ১৯৯৮ - লালন প্ৰসাদ সিঙ, অসমৰ প্ৰাক্তন ৰাজ্যপাল।
  • ২০০১ - প্ৰদীপ কুমাৰ, হিন্দী চলচ্চিত্ৰৰ খ্যাতিমান অভিনেতা।
  • ২০২২ - নিপন গোস্বামী, অসমৰ চলচ্চিত্ৰ আৰু নাটকৰ অভিনেতা।

দিৱস

বাহ্যিক সংযোগ


Tags:

২৭ অক্টোবৰ ঘটনাৱলী২৭ অক্টোবৰ জন্ম২৭ অক্টোবৰ মৃত্যু২৭ অক্টোবৰ দিৱস২৭ অক্টোবৰ বাহ্যিক সংযোগ২৭ অক্টোবৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাযোগাসনমহিম বৰামোৰো এটা সপোন আছেপাৰিপাৰ্শ্বিক সংঘাতপ্লেটোৰাধাগোবিন্দ বৰুৱাতৰল পদাৰ্থঅৰুণোদইওৰাং ৰাষ্ট্ৰীয় উদ্যানযৌন প্ৰৱেশক্ৰিয়ামহেশ্বৰ নেওগআকবৰলোকভাষাচন্দ্ৰকুমাৰ আগৰৱালাআল্লাহবিঘা২৩ এপ্ৰিলমুখমৈথুনকৰ্কট ক্ৰান্তিহেমচন্দ্ৰ বৰুৱাচানডুবি বিলআত্মজীৱনীগণিতৰবীন্দ্ৰনাথ ঠাকুৰআহোম জনগোষ্ঠীআলি আঃয়ে লৃগাংৰঘুনাথ দাস মহন্তজামুগুৰিহাটসমীৰ তাঁতীঅসমৰ তামোল-পাণ সংস্কৃতিপৰিৱেশ অধ্যয়নদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰনিৰ্মলপ্ৰভা বৰদলৈহুঁচৰিহোমেন বৰগোহাঞিঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতআউনীআটী সত্ৰভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাদধীচিকুশল কোঁৱৰহিন্দু ধৰ্মঅসমৰ লোকবাদ্যঅসমৰ ছপাশালপাইথাগোৰাছৰ উপপাদ্যধেমাজি জিলাঅসমত মহাত্মানাগালেণ্ডৰ সংস্কৃতিদঁতাল হাতীৰ উঁয়ে খোৱা হাওদামৰুভূমিকলবেদব্যাসসৰ্বানন্দ সোণোৱাললক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানগুণাভিৰাম বৰুৱাপদ (ব্যাকৰণ)দীৰ্ঘেশ্বৰী দেৱালয়বিশেষ্য পদপদ্মনাথ গোহাঞি বৰুৱাবাঁহঅসমৰ পুৰণি স্থাপত্যঅসমৰ লোকগীতঅনুৰাধাৰ দেশঅসমৰ পৰম্পৰাগত খেল-ধেমালিকুলিঅসমৰ জাতীয় গীতগৌতম বুদ্ধমহাকাব্যৰাভা জনগোষ্ঠীদেউৰী জনগোষ্ঠীকৃষিএৰিষ্ট'টলআৰবী ভাষা🡆 More