আকবৰ

দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে সম্পাদনা দ্বন্দ্ব বা edit conflict বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ ইতিহাস টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে }ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন।

আবুল-ফাহ জালাল-উদ-দিন মুহাম্মদ আকবৰ (ইংৰাজী: Abu'l-Fath Jalal-ud-din Muhammad Akbar) (১৫ অক্টোবৰ ১৫৪২ – ২৭ অক্টোবৰ ১৬০৫), হৈছে মোগল সাম্ৰাজ্যৰ তৃতীয়জন সম্ৰাট। তেঁওক “মহামতি আকবৰ” আৰু “আকবৰ প্ৰথম” নামেৰেও জনা যায়। তেঁও তেঁওৰ পিতৃ হুমায়ুনৰ পিছত ১৫৫৬ খ্ৰীষ্টাব্দৰ পৰা ১৬০৫ খ্ৰীষ্টাব্দলৈ মোগল সাম্ৰাজ্যৰ শাসনকৰ্তা আছিল। ভাৰত উপ-মহাদেশত তেঁওৰ সাম্ৰাজ্য বিস্তাৰ আৰু ৰাজ্য দখল কাৰ্যত বৈৰাম খান নামৰ এজন সভাসদে বিশেষ সহায় কৰিছিল।

আকবৰ
মহামতি

আকবৰ
এটা সিংহ আৰু এটা গৰুৰ পোৱালীৰ সৈতে আকবৰ। চিত্ৰকৰ: গোৱৰ্দ্ধন, প্ৰায় ১৬৩০
৩য় মোগল সম্ৰাট
ৰাজত্ব ১১ ফেব্ৰুৱাৰী ১৫৫৬ – ২৭ অক্টোবৰ ১৬০৫
অভিষেক ১৪ ফেব্ৰুৱাৰী ১৫৫৬
পূৰ্বসূৰী হুমায়ুন
উত্তৰসূৰী জাহাংগীৰ
ৰাজপ্ৰতিভূ বৈৰাম খান (১৫৫৬–১৫৬০)
দাম্পত্য সংগী
  • ৰুকায়া ছুলতান বেগম (বি. ১৫৫৬)

  • ছালিমা ছুলতান বেগম (বি. ১৫৬১)
  • মাৰিয়ম-উজ-জামান (বি. ১৫৬২)
পত্নী
  • ৰাজ কোঁৱৰী (বি. ১৫৭০)
  • নাতী বাঈ (বি. ১৫৭০)
  • ভাক্কাৰী বেগম (বি. ১৫৭২)
  • কোৱাছিমা বানু বেগম (বি. ১৫৭৫)
  • গৌহৰ-আন-নিছা বেগম
  • বিবি দৌলত ছাদ
  • ৰুক্মৱতী
  • আৰু বহুত
সন্তান
  • হাছান মিৰ্জা
  • হোছেইন মিৰ্জা
  • জাহাংগীৰ
  • ছাহজাদা খানম
  • মুৰদ মিৰ্জা
  • ছাক্ৰ-আন-নিছা বেগম
  • দানিয়াল মিৰ্জা
  • আৰাম বানু বেগম
সম্পূৰ্ণ নাম
আবুল-ফাহ জালাল-উদ-দিন মুহাম্মদ আকবৰ (১৫ অক্টোবৰ, ১৫৪২
Posthumous name
আৰ্শ-আশ্যানি (lit.'ঐশ্বৰিক সিংহাসনত যি বাহ সাজে')
বাসগৃহ বাবৰৰ ঘৰ
মাতৃ হামিদা বানু বেগম
পিতৃ হুমায়ুন
জন্ম ১৫ অক্টোবৰ ১৫৪২
অমৰকোট, ৰাজপুতানা (বৰ্তমানৰ ওমেৰকোট, সিন্ধ, পাকিস্তান)
মৃত্যু ২৭ অক্টোবৰ, ১৬০৫ (৬৩ বছৰ)
ফাটেহপুৰ শিক্ৰি, আগ্ৰা, মোগল সাম্ৰাজ্য (বৰ্তমান উত্তৰ প্ৰদেশ, ভাৰত)
সমাধিস্থল নৱেম্বৰ ১৬০৫
আকবৰৰ সমাধি সৌধ, ছিকান্দ্ৰা, আগ্ৰা, ভাৰত
ধৰ্ম ছুন্নী ইছলাম
দিন-ই-ইল্লাহি

সম্ৰাট আকবৰ আছিল মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক জাহৰুদ্দিন মহম্মদ বাবৰৰ নাতি আৰু নাছিৰুদ্দিন হুমায়ুন আৰু হামিদা বানুৰ পুত্ৰ। আকবক ককাকৰ ফালৰ পৰা বাবৰৰ বংশ টাইমুৰ বংশৰ সৈতে আৰু মাতৃৰ ফালৰ পৰা মংগোলীয় নেতা ছেংগিছ খানৰ সৈতে সম্পৰ্কীত আছিল। তেঁওৰ পিতৃৰ মৃত্যুৰ পিছত মাত্ৰ ওঠৰ বছৰ বয়সতে তেঁও ৰাজপাটত আৰোহন কৰিছিল। মোগল সম্ৰাটসকলৰ ভিতৰত আকবৰ একমাত্ৰ সম্ৰাট যিয়ে হিন্দু আৰু মুছলমান উভয় শ্ৰেণীৰ পৰা সমান মৰম আৰু সন্মান লাভ কৰিছিল। হিন্দু-মুছলমান সম্প্ৰদায়ৰ মাজৰ দূৰত্ব হ্ৰাস কৰিবলৈ তেওঁ দীন-ই-ইলাহি নামৰ এটা ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ দৰবাৰ সকলো সময়তে সকলোৰে বাবে মুকলি আছিল। তেওঁৰ দৰবাৰত মুছলমান মুখীয়ালতকৈ হিন্দু মুখীয়াল বেছি আছিল। আকবৰে কেৱল হিন্দুসকলৰ ওপৰত জাপি দিয়া জিজিয়া কৰ বিলুপ্ত কৰাই নহয়, এনে অন্য বহু কাম কৰিছিল, যাৰ বাবে হিন্দু আৰু মুছলমান উভয়েই তেওঁৰ প্ৰশংসক হৈ পৰিছিল। তেওঁৰ ৰাজত্বকালত তেওঁ শক্তিশালী পাষ্টুন বংশধৰ শ্বেৰ শ্বাহ ছুৰীৰ আক্ৰমণ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে আৰু লগতে পানীপথৰ দ্বিতীয় যুদ্ধত নতুনকৈ ঘোষণা কৰা হিন্দু ৰজা হেমুক পৰাস্ত কৰে। দুটা দশকৰ ভিতৰত তেঁও উত্তৰ আৰু মধ্য ভাৰতৰ প্ৰায় সকলো অঞ্চলকে এক শাসনৰ আওতালৈ আনিবলৈ সক্ষম হয়। প্ৰায় সমগ্ৰ ভাৰত উপমহাদেশৰ ওপৰত তেওঁৰ প্ৰভাৱ আছিল আৰু সম্ৰাট হিচাপে অঞ্চলটোৰ এক বৃহৎ অংশ শাসন কৰিছিল। সম্ৰাট হিচাপে আকবৰে শক্তিশালী আৰু অসংখ্য হিন্দু ৰাজপুত ৰজাৰ সৈতে কূটনৈতিক সম্পৰ্ক গঢ়ি তুলিছিল আৰু সেই ৰাজ্যসমূহৰ পৰা বিবাহো কৰিছিল।

তথ্য সংগ্ৰহ

Tags:

সাঁচ:সম্পাদনা দ্বন্দ্ব

🔥 Trending searches on Wiki অসমীয়া:

দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাসম্পাদনাসমাজনামচিংযুগ্ম সংখ্যালোকসভাবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণঅসমত দেখা পোৱা সাপবোৰগুৱাহাটী বিশ্ববিদ্যালয়ভগৱানব্ৰিটিছ ৰাজনাট্য শাস্ত্ৰলক্ষ্যধৰ চৌধুৰীঅসমীয়া বৰ্ণমালাদুৰ্গা পূজাঅশোকৰ অনুশাসনদেওপাহাৰশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাউমাচল শিলালিপিকাৰেঙৰ লিগিৰীসাম্যবাদী সমাজদ্বিতীয় বিশ্বযুদ্ধমহিলাৰ বিৰুদ্ধে হিংসামহাসাগৰঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিয়ইলন মাস্ক্খেৰাইগুণাভিৰাম বৰুৱাযোগাসনশিৱসাগৰৰ শিৱদৌলওৰাং ৰাষ্ট্ৰীয় উদ্যানজাতনামঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাপৃথিৱীছোৱাইন ফ্লুসেউজ গৃহ প্ৰভাৱবাগ্‌ধ্বনিজন গণ মনবেটুপাতসত্ৰভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানঅম্বুবাচীবিশ্ব বাণিজ্য সংস্থাগমধৰ কোঁৱৰহেমচন্দ্ৰ গোস্বামীভাৰতৰ উপৰাষ্ট্ৰপতিডিগবৈ তেল শোধনাগাৰমুগা (ৰেচম)অযোধ্যা (পৌৰাণিক নগৰ)ভাৰত-আৰ্য ভাষা পৰিয়ালপুতলা নাচবাজেটবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদৰং জিলাঅৰ্জুন ভঞ্জনপাঠ পৰিকল্পনাঅসহযোগ আন্দোলনযোগ দৰ্শনস্বদেশী আন্দোলনঅসমৰ মাছছ'ভিয়েট সংঘৰজনীগন্ধামৈদামভাৰতস্বাভাৱিক সংখ্যাপ্ৰাকৃতিক পৰিৱেশলিমাৰিক (কবিতা)ভিটামিননৱবিধা ভক্তিযতি-চিনভাষাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকা🡆 More