২৭ অক্টোবৰ: তাৰিখ

২৭ অক্টোবৰ (ইংৰাজী: 27 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩০০তম (অধিবৰ্ষত ৩০১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৫টা দিন বাকী থাকে।

১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৯৬২ - ভাৰতীয় সেনাৰ সাহায্যাৰ্থে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পূঁজি প্ৰতিষ্ঠা কৰা হয়।
  • ১৯৯৯ - এছিয়া মহাদেশৰ অন্তৰ্গত আৰ্মেনিয়াৰ সংসদত গুলীচালনা, দেশখনৰ প্ৰধানমন্ত্ৰী, সংসদৰ অধ্যক্ষসহ আঠজন নিহত হয়।

জন্ম

  • ১৭২৮ - জেমছ কুক, ইংৰাজ অভিযাত্ৰী। (দিনপঞ্জীৰ পুৰণা পদ্ধতি মতে ২৭ অক্টোবৰ আৰু নতুন পদ্ধতি মতে ৭ নৱেম্বৰ)
  • ১৮১১ - আইজাক মেৰিট ছিংগাৰ, ঘৰুৱা ব্যৱহাৰোপযোগী চিলাই কলৰ নিৰ্মাতা।
  • ১৯০১ - আব্বাছউদ্দিন আহমেদ, লোকগীতৰ যশস্বী শিল্পী।
  • ১৯২০ - কে আৰ নাৰায়ণন, ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
  • ১৯৩২ - ছিলভিয়া প্লাথ, আমেৰিকান কবি, ঔপন্যাসিক আৰু চুটি গল্প লেখক।
  • ১৯৭৮ - কল্পনা পাটোৱাৰী, ভাৰতীয় লোকগীতৰ শিল্পী।

মৃত্যু

  • ১৬০৫ - আকবৰ, মোগল সম্ৰাট।
  • ১৯৯০ - ভি শান্তাৰাম, ভাৰতীয় চলচ্চিত্ৰৰ কিংবদন্তি পৰিচালক।
  • ১৯৯১ - নিত্যা দত্ত, অসমীয়া কবি, আততায়ীৰ গুলীত নিহত হয়।
  • ১৯৯৮ - লালন প্ৰসাদ সিঙ, অসমৰ প্ৰাক্তন ৰাজ্যপাল।
  • ২০০১ - প্ৰদীপ কুমাৰ, হিন্দী চলচ্চিত্ৰৰ খ্যাতিমান অভিনেতা।
  • ২০২২ - নিপন গোস্বামী, অসমৰ চলচ্চিত্ৰ আৰু নাটকৰ অভিনেতা।

দিৱস

বাহ্যিক সংযোগ


Tags:

২৭ অক্টোবৰ ঘটনাৱলী২৭ অক্টোবৰ জন্ম২৭ অক্টোবৰ মৃত্যু২৭ অক্টোবৰ দিৱস২৭ অক্টোবৰ বাহ্যিক সংযোগ২৭ অক্টোবৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

ভটিমালোক-সংগীতভাৰতীয় জনতা পাৰ্টিভাইটি (চলচ্চিত্ৰ)পথেৰ পাঁচালীভাৰতৰ ইতিহাসসাগৰপৃথিৱীচীনা-তিব্বতীয় ভাষামিচিং ভাষাজৈৱ বৈচিত্ৰ্যপ্ৰফুল্ল দত্ত গোস্বামীসন্ধিচামেলি মেমচা'বলে'ভ লাণ্ডাউসংবিধান দিৱস (ভাৰত)নলবাৰী জিলাটেক্‌ট'নিক প্লেটকলিমাতাজমহলহৰি-হৰ যুদ্ধআইন অমান্যইংলেণ্ডবাণীকান্ত ৰচনাৱলীধৰ্মঅসমীয়া গদ্য-সাহিত্যৰ গতি-পথচীনঅসম সাহিত্য সভাগ্ৰিডা নৃত্যখ্ৰীষ্টান ধৰ্মমহো-হো উৎসৱআৰুবাবসন্ত ঋতুচাৰ্বাক দৰ্শনভাৰতৰ নিৰ্বাচন আয়োগফাকুৱাবৰষুণচন্দ্ৰযান-৩ছাইমন কমিশ্যনঅশোক ফুলঅসমীয়া ভাষাগোলাঘাট জিলাকৃষিবিচূৰ্ণীভৱনগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকামাধৱদেৱস্তন্যপানঅসমৰ পুৰণি স্থাপত্যমৌন ওঁঠ মুখৰ হৃদয়বিশ্ব বেংকগান্ধী–আৰউইন চুক্তিগণতন্ত্ৰবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যঅসমীয়া ভাষাৰ শব্দসম্ভাৰঅসমত দেখা চৰাইবোৰঅৰ্শৰোগসত্যনাথ বৰাবৰপেটা সত্ৰবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণভাৰতৰ উপৰাষ্ট্ৰপতিভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাভাষাইটালীমে ডাম মে ফিঅৰ্থনীতিকুলিশ্ৰীমন্ত শংকৰদেৱ বঁটাৰজনীকান্ত বৰদলৈশ্ৰীমদ্ভগৱতগীতাপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনআলুআমেৰিকান ডলাৰটি এছ ইলিয়টভূটান🡆 More