২৩ অক্টোবৰ: তাৰিখ

২৩ অক্টোবৰ (ইংৰাজী: 23 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯৬তম (অধিবৰ্ষত ২৯৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৯টা দিন বাকী থাকে।

১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ২০১১ - তুৰস্কত হোৱা ভূমিকম্পত ৫৮২ জন লোকৰ মৃত্যু হয়।

জন্ম

  • ১৭৭৮ - কিট্টুৰ চেন্নাম্মা, বৰ্তমানৰ কৰ্ণাটকৰ অন্তৰ্গত দেশীয় ৰাজ্য কিট্টুৰৰ ৰাণী আছিল।
  • ১৯১১ - তীৰ্থনাথ শৰ্মা, অসমৰ বিশিষ্ট সাহিত্যিক।
  • ১৯৩৫ - ভৱকান্ত নাথ, অসমীয়া সাহিত্যক, অনুবাদক, প্ৰত্নতত্ববিদ আৰু গৱেষক৷
  • ১৯৪০ - পেলে, ব্ৰাজিলৰ প্ৰসিদ্ধ ফুটবল খেলুৱৈ।
  • ১৯৬৯ - নন্দিতা দাস, অসমৰ ৰাজনীতিবিদ।
  • ১৯৭৪ - অৰবিন্দ আদিগা, ভাৰতীয় ঔপন্যাসিক, সাংবাদিক।
  • ১৯৭৯ - প্ৰভাস, তেলেগু, হিন্দী আৰু তামিল ভাষাৰ চলচ্চিত্ৰ অভিনেতা।
  • ১৯৮৩ - অৰ্চনা বৰঠাকুৰ, ভাৰতীয় সমাজকৰ্মী তথা সাহিত্যিক।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ


তথ্য সূত্ৰ

Tags:

২৩ অক্টোবৰ ঘটনাৱলী২৩ অক্টোবৰ জন্ম২৩ অক্টোবৰ মৃত্যু২৩ অক্টোবৰ দিৱস২৩ অক্টোবৰ বাহ্যিক সংযোগ২৩ অক্টোবৰ তথ্য সূত্ৰ২৩ অক্টোবৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

ভূপেন্দ্ৰ সংগীতবৃন্দাবনী বস্ত্ৰস্বাস্থ্যমহা মৃত্যুঞ্জয় মন্দিৰঅসমৰ লোকবাদ্যআল্লাহমাতৃভাষাঅসমসংবিধান দিৱস (ভাৰত)ইউৰোপিয়ান ইউনিয়নকলেৰাচানডুবি বিলকাল সংহতিমিডিয়াৱিকিকাৰ্বি জনগোষ্ঠীঅসমীয়া যুক্তাক্ষৰআমৰলি টোপভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যহিমবাহআত্মজীৱনীযতি-চিনমাটিকীৰ্তন-ঘোষাশংকৰপালীসাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ তালিকাহিন্দু ধৰ্মপৰিস্থিতি বিজ্ঞানবড়ো জনগোষ্ঠীডিমাছা জনগোষ্ঠীভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাবৰগীতকৃষিবুলু ফিল্মৰাজহুৱা ক্ষেত্ৰমিৰি জীয়ৰীভূটানআত্মসহায়ক গোটজাতনামকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঅসমত দেখা পোৱা মাছৰ তালিকামৃত্যুভাৰতৰ উচ্চতম ন্যায়ালয়ইংলেণ্ডবিষ্ণুপ্ৰসাদ ৰাভাঅসমীয়া ভাষাৰ শব্দসম্ভাৰঠেঙ্গাল কছাৰী জনগোষ্ঠীমুদ্ৰা বজাৰআৰ্টিমিচযাদৱ পায়েংপ্ৰফুল্ল দত্ত গোস্বামীঅসমৰ মাছ ধৰা সঁজুলিগোলকীয় উষ্ণতা বৃদ্ধিশ্ৰী সূৰ্য পাহাৰহেমচন্দ্ৰ বৰুৱাসংঘাতফুলসাধুকথাকাৰেংঘৰভূগোলবিৰিঞ্চি কুমাৰ বৰুৱাতামোলবিচূৰ্ণীভৱনতিনিচুকীয়া জিলাপুঁজিবাদকালিদাসমানৰ অসম আক্ৰমণহেমচন্দ্ৰ গোস্বামীকোচ ৰাজবংশচৌদি আৰৱউপেন্দ্ৰনাথ ব্ৰহ্মএকে লিংগৰ বিবাহভাৰত-চীন যুদ্ধচম্পু কাব্যচৰাইদেউ জিলা🡆 More