মিডিয়াৱিকি

মিডিয়াৱিকি হৈছে এক মুক্তউৎসৰ ৱিকি ছফ্টৱেৰ পেকেজ, ইয়াক মূলতঃ ৱিকিকিপিডিয়াত ব্যৱহাৰ কৰা, পিএইচপি প্ৰ'গ্ৰামিং ভাষাত লিখা হ​য়। বৰ্তমান এই ছফ্টৱেৰটোৱে অব্যৱসায়িক প্ৰতিষ্ঠান, ৱিকিমিডিয়া প্ৰতিষ্ঠানৰ বিভিন্ন পৰিসেৱা আৰু প্ৰকল্পৰ কৃতকৰ্মকো সামৰি লয়; আনকি এই ৱেবছাইট অৰ্থাৎ অসমীয়া ৱিকিপিডিয়ায়েও এই ছফ্টৱেৰৰ জৰিয়তেই কাম কৰে।

মিডিয়াৱিকি
মিডিয়াৱিকি
আনুষ্ঠানিক ল'গ' আৰু মূলমন্ত্ৰ
মূল উদ্ভাৱক Magnus Manske, Lee Daniel Crocker
বিকাশক ৱিকিমিডিয়া প্ৰতিষ্ঠান আৰু মিডিয়াৱিকি স্বেচ্ছাসেৱক
প্ৰথম মুক্তি ২৫ জানুৱাৰী ২০০২; ২২ বছৰ আগত (2002-01-25)
লিখা হৈছে PHP
অপাৰেটিং চিষ্টেম Windows, OS X, Linux, FreeBSD, Solaris, NetWare
আকাৰ ~২২.৯ MB
উপলব্ধ হয় ২৪০ টা ভাষা
প্ৰকাৰ ৱিকি
অনুজ্ঞাপত্ৰ GPLv2+
ৱেবছাইট mediawiki.org

তথ্য সংগ্ৰহ

Tags:

অসমীয়া ৱিকিপিডিয়াছফ্টৱেৰৱিকিমিডিয়া ফাউণ্ডেচনৱেবছাইট

🔥 Trending searches on Wiki অসমীয়া:

বৃত্তত্ৰিপিটকহৰণ (গণিত)বিষুৱ ৰেখাৰাভা জনগোষ্ঠীঅসমীয়া পুৰণি সাহিত্যএ পি জে আব্দুল কালামৰূপালীমঅসমীয়া সাহিত্যত মালিতাঅসমীয়া লোকসাহিত্যএৰিষ্ট'টলযতি-চিনসংস্কৃতিশ্ৰীনিবাস ৰামানুজনকাৰেংঘৰউইলিয়াম শ্বেইকছপীয়েৰপৰিয়ালআৰবী ভাষাভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগলোকাচাৰযোৰানামভাৰতত মহিলাৰ স্বাস্থ্যএৰী ৰেচমঢ়হনুমানযৌন সংগমৰামায়ণকপৌ ফুলদৰ্শনঅণুবীক্ষণ যন্ত্ৰশিৱসাগৰ জিলাসৰ্বেপল্লী ৰাধাকৃষ্ণণমিচিং জনগোষ্ঠীশাল গছপৰিমেয় সংখ্যাশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ভাৰতীয় জনতা পাৰ্টিবিহুৰ সাজ-পোচাক আৰু অলংকাৰবেক্টেৰিয়াব্ৰহ্মগুপ্তঅনিৰুদ্ধদেৱদৌল গোবিন্দ মন্দিৰসংগীতপঞ্চায়তী ৰাজমাৰ্ঘেৰিটা মহকুমাস্বদেশী আন্দোলনসন্ধিফকৰা যোজনাচ্যু-খ্ৰুং-ফানামঘোষাদীৰ্ঘেশ্বৰী দেৱালয়আয়ুৰ্বেদঅৰুণাচল প্ৰদেশউগ্ৰতাৰা দেৱালয়ভগদত্তপদ (ব্যাকৰণ)পৃথিৱীপাৰিপাৰ্শ্বিক সংঘাতদিনঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাগগৈভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাবিশ্ব স্বাস্থ্য সংস্থাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাসাম্যবাদকৃষ্ণকান্ত সন্দিকৈসালোক সংশ্লেষণছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)বিশ্ব পৰিৱেশ দিৱসৰাইমনা ৰাষ্ট্ৰীয় উদ্যানসোণোৱাল কছাৰীভট্টদেৱহিতেশ্বৰ বৰবৰুৱালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীচুটিগল্প🡆 More