২৪ অক্টোবৰ: তাৰিখ

২৪ অক্টোবৰ (ইংৰাজী: 24 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯৭তম (অধিবৰ্ষত ২৯৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৮টা দিন বাকী থাকে।

১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৫৭৭ - মোগল সম্ৰাট আকবৰে আবণ্টন দিয়া ভূমিত চতুৰ্থ শিখ গুৰু ৰামদাসে অমৃতসৰ চহৰ প্ৰতিষ্ঠা কৰে।
  • ১৬০৫ - চতুৰ্থ মোগল সম্ৰাট জাহাংগীৰৰ সিংহাসনত আৰোহণ কৰে।
  • ১৮৫১ - কলকাতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত জনসাধাৰণৰ বাবে প্ৰথম টেলিগ্ৰাফ লাইন মুকলি কৰা হয়।
  • ১৯৪৫ - ৫০খন দেশৰ অন্তৰ্ভুক্তিৰে বিশ্ব শান্তিৰ উদ্দেশ্য ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হয়।
  • ১৯৮৪ - কলকাতাত ভাৰতৰ প্ৰথম মাটিৰ তলেদি যোৱা ৰে'ল ব্যৱস্থাৰ বা বামে'ট্ৰো ৰে'ল মুকলি কৰা হয়।

জন্ম

মৃত্যু

  • ১৬০১ - টাইকো ব্ৰাহে, ছুইডেনৰ জ্যোৰ্তিবিজ্ঞানী।
  • ১৯৯১ - ইস্মত চুগতাই, ভাৰতীয় উৰ্দু ঔপন্যাসিক, চুটিগল্প লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতা।
  • ২০১৩ - মান্না দে, ভাৰতীয় ধ্ৰপদী সংগীতৰ কণ্ঠশিল্পী।
  • ২০১৭ - গিৰিজা দেৱী, বিখ্যাত ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী।

দিৱস

বাহ্যিক সংযোগ


Tags:

২৪ অক্টোবৰ ঘটনাৱলী২৪ অক্টোবৰ জন্ম২৪ অক্টোবৰ মৃত্যু২৪ অক্টোবৰ দিৱস২৪ অক্টোবৰ বাহ্যিক সংযোগ২৪ অক্টোবৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

এলবাৰ্ট আইনষ্টাইনঅসমৰ জিলাসমূহনাটকগুগলনাগৰিকত্বসোণোৱাল কছাৰীসিংহভূপেন হাজৰিকাআহোম ৰাজ্যনৱকান্ত বৰুৱাদুৰ্যোগঅসমীয়া ভাষাঢেঁকীভট্টদেৱউদাৰনৈতিকতাবাদমহাদেশঅমিয় কুমাৰ ভূঞাশৰৎচন্দ্ৰ গোস্বামীঅসীমত যাৰ হেৰাল সীমামহেঞ্জোদাৰোছ'ভিয়েট সংঘমই আৰু নেফাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলঅম্বিকাগিৰি ৰায়চৌধুৰীমামণি ৰয়ছম গোস্বামীইংৰাজী ভাষাশৰৎ ঋতুজ'মাট'২৫ এপ্ৰিলহস্তীবিদ্যাৰ্ণৱনীলমণি ফুকন (জ্যেষ্ঠ)ধ্যান চান্দলুৰিন জ্যোতি গগৈকামৰূপী উপভাষাঔষধি উদ্ভিদসিন্ধু সভ্যতাআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডকিতাপৱিকিমিডিয়া ফাউণ্ডেশ্যনশিক্ষানগাঁও জিলামৰুভূমিকীৰ্তন ঘোষা সংকলনবেদভবেন্দ্ৰ নাথ শইকীয়ামনোবিজ্ঞানভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাঅসমীয়া কবিতাবুলু ফিল্মসৌৰজগতহীৰেন ভট্টাচাৰ্যভীমৰাও ৰামজী আম্বেদকাৰমৌ-মাখিপৰিসংখ্যাঅযোধ্যা (পৌৰাণিক নগৰ)বহনক্ষম ভূমি ব্যৱস্থাপনানুৰ জাহানঅসমীয়া লোকসাহিত্যভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাঅসমীয়া পুৰণি সাহিত্যবুৰঞ্জীলেটিন ভাষাসম্ৰাট অশোকপ্ৰাকৃতিক পৰিৱেশঅসমৰ নদীসমূহৰ তালিকাহিমাংশু প্ৰসাদ দাস🡆 More