১২ অক্টোবৰ: তাৰিখ

১২ অক্টোবৰ (ইংৰাজী: 12 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮৫তম (অধিবৰ্ষত ২৮৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮০টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

ঘটনাৱলী

  • ১৯৫৭ - ভাৰতৰ ৰাজহুৱা খণ্ডৰ শিল্প প্ৰতিষ্ঠান ভিলাই ইস্পিট কাৰখানাত প্ৰথম ইস্পিট উৎপাদন আৰম্ভ হয়।
  • ১৯৮৬ - মধ্য আমেৰিকাৰ প্ৰশান্ত মহাসাগৰৰ উপকূলৱৰ্তী সৰু দেশ এল ছালভাদেৰাত ভূমিকম্পৰ ফলত ১৮০০ লোকৰ মৃত্যু হয়।
  • ১৯৯০ - বিশ্বৰ কনিষ্ঠতম পৰ্বতাৰোহী ফ্ৰান্সৰ বেট্ৰাণ্ড ৰোছে এভাৰেষ্ট শৃংগ আৰোহণ কৰে।
  • ১৯৯৭ - দুৰ্লভ প্ৰজাতিৰ প্ৰাণী চিকাৰৰ অভিযোগত হিন্দী চলচ্চিত্ৰ অভিনেতা ছলমান খানক গ্লেপ্তাৰ কৰা হয়।
  • ১৯৯৮ - সুষমা স্বৰাজে দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে।
  • ১৯৯৯ - পাকিস্তানত সামৰিক শাসন আৰম্ভ হয়। পাৰভেজ মুছৰফৰ ক্ষমতা দখল। নৱাব শ্বৰীফ গৃহবন্দী হয়।
  • ১৯৯৯ - ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি পৃথিৱীৰ জনসংখ্যা ৬০০ কোটি বুলি ঘোষণা কৰে।

জন্ম

  • ১৮৬৪ - কামিনী ৰায়, ব্ৰিটিছ শাসনৰ সময়ৰ এগৰাকী শীৰ্ষ বঙালী কবি, সমাজকৰ্মী আৰু নাৰীবাদী কৰ্মী।
  • ১৯১১ – বিজয় মাৰ্চেণ্ট, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।(মৃঃ ১৯৮৭)
  • ১৯২৭ - পূৰ্ণিমা সিন্‌হা, ভাৰতীয় পদাৰ্থ বিজ্ঞানী।
  • ১৯৩১ - ডাঃ ভূমিধৰ বৰ্মন, অসমৰ এজন ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
  • ১৯৩৫ – শিৱৰাজ পাটিল, ভাৰতীয় অধিবক্তা আৰু ৰাজনীতিবিদ, ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰী।
  • ১৯৪৮ - প্ৰতিমা গৌৰী বেদী, ভাৰতীয় মডেল তথা ওদিছি নৃত্যশিল্পী।
  • ১৯৮৬ - লি ৱেনলিয়াং, চীনা চকুৰোগ বিশেষজ্ঞ।

মৃত্য

  • ১৯৬৭ - ৰাম মনোহৰ লোহিয়া, ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু সমাজবাদী নেতা।

ছুটী আৰু দিৱস

বাহ্যিক সংযোগ

তথ্য সূত্ৰ

Tags:

১২ অক্টোবৰ ঘটনাৱলী১২ অক্টোবৰ জন্ম১২ অক্টোবৰ মৃত্য১২ অক্টোবৰ ছুটী আৰু দিৱস১২ অক্টোবৰ বাহ্যিক সংযোগ১২ অক্টোবৰ তথ্য সূত্ৰ১২ অক্টোবৰঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰবৈচাগুজ্ঞানপীঠ বঁটাচৰকাৰসন্ধিচৰাইৰত্নকান্ত বৰকাকতীঅণুবীক্ষণ যন্ত্ৰবিৰিঞ্চি কুমাৰ বৰুৱাপ্ৰেমচন্দগাঁও পঞ্চায়তকলগণৰাজ্য দিৱস (ভাৰত)মানৱ উন্নয়ন সূচক অনুযায়ী দেশৰ তালিকানুমলীগড় তেল শোধনাগাৰগুৱাহাটীলিঅ'নাৰ্ড' দা ভিন্সিমহাভৈৰৱ মন্দিৰবিহুগীতনাটকঅসমকাৰেংঘৰঅসম মাধ্যমিক শিক্ষা পৰিষদসাঁচিপাতৰীতা চৌধুৰীসিন্ধু সভ্যতাশীলা কৌলচীনবসন্ত ৰোগপদুমঅসমৰ জনগোষ্ঠীগুৰুপ্ৰসাদ দাসৰাজিয়া চুলতানাঅসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানভাৰতীয় জনতা পাৰ্টিমৃগনাভি (চলচ্চিত্ৰ)এচিদ বৰষুণচেৰা-বিহুপ্ৰাগজ্যোতিষপুৰঋকবেদনলবাৰী নগৰঅসমীয়া খাদ্যাভ্যাসবিশ্ব বাণিজ্য সংস্থাজীৱনীত্ৰিপুৰাপাটকাইৰ ইপাৰে মোৰ দেশঅসমীয়া সাহিত্যশূন্যযোগাসনৰাজনীতিআহোম বিবাহ পৰম্পৰাআৱাহন (আলোচনী)বচন (ব্যাকৰণ)অসমীয়া জাতি২৯ নৱেম্বৰভাৰত ত্যাগ আন্দোলনযৌন সংগমঅসম বিধানসভাপ্ৰকৃতিউপভাষাকপাহ২০১৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনমাঘ বিহুৱিকিমিডিয়া ফাউণ্ডেশ্যনশ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰবীন্দ্ৰনাথ ঠাকুৰবৰা চাউলগুৱাহাটী বিশ্ববিদ্যালয়সূৰ্য (দেৱতা)কৰ্কট ক্ৰান্তিমৌখিক লোকসাহিত্যঅসমীয়া লিপিৰ বুৰঞ্জীপুৰুষোত্তম দাসকেলিগোলা🡆 More