ছাৰা বাৰ্নহাৰ্ট

ছাৰা বাৰ্নহাৰ্ট (Sarah Bernhardt) (২২ অক্টোবৰ ১৮৪৪ — ২৬ মাৰ্চ ১৯২৩) আছিল এগৰাকী ফৰাচী মঞ্চ আৰু আৰু প্ৰথম অৱস্থাৰ চলচ্চিত্ৰৰ অভিনেত্ৰী। এখেতক 'জগতৰ আটাইতকৈ বিখ্যাত অভিনেত্ৰী' (the most famous actress the world has ever known).

১৮৭০ চনত বাৰ্নহাৰ্টে ফ্ৰান্সৰ মঞ্চত অভিনয় আৰম্ভ কৰে, পাছলৈ সমগ্ৰ ইউৰোপৰ মঞ্চত অভিনয় কৰাৰ উপৰিও আমেৰিকা মহাদেশতো অভিনয় কৰে। ট্ৰেজেদী চৰিত্ৰত তেখেতৰ অভিনয়ক 'ভগৱানৰ অৱদান' বুলি জ্ঞান কৰি সৰ্বসাধাৰণে তেখেতক 'স্বৰ্গীয় ছাৰা' (Divine Sarah) নাম দি লয়। তেওঁৰ অভিনয়ৰ ধাৰা অতি নাটকীয় হ'লেও জনপ্ৰিয়তাই তেখেতক জীৱিত কালতে এক কিংবদন্তীত পৰিণত কৰিছিল।

ছাৰা বাৰ্নহাৰ্ট
ছাৰা বাৰ্নহাৰ্ট
ছাৰা বাৰ্নহাৰ্টৰ ১৮৭৮ চনৰ ছবি, (আলোক চিত্ৰশিল্পী: পল নেডাৰ)
জন্ম ৰ'জিন বাৰ্নহাৰ্ট
২২ অক্টোবৰ, ১৮৪৪
পেৰিছ, ফ্ৰান্স
মৃত্যু ২৬ মাৰ্চ, ১৯২৩
পেৰিছ, ফ্ৰান্স
সক্ৰিয় হৈ থকা সময় ১৮৬২-১৯২২
দাম্পত্যসঙ্গী এমব্ৰ'ছ এৰিষ্টিড দামালা (বি. ১৮৮২৮৯)



ৰেকৰ্ডিংসমূহ

ছাৰা বাৰ্নহাৰ্ট 
Georges Clairin (1843–1919): Sarah Bernhardt. Oil on canvas
  • Phèdre (১৯০২)
  • Le Lac (The Lake) (১৯০২)
  • La Fiancée du Timbalier (১৯০২)
  • Lucie (১৯০২)
  • Le Lac (১৯০৩)
  • La Samaritaine (১৯০৩)
  • Les Vieux (The Old Ones) (১৯০৩)
  • Un Évangile (A Gospel) (১৯০৩)
  • Phèdre (১৯০৩)
  • La Mort d'Izéil (The Death of Izéil) (১৯০৩)
  • La Rêverie de Théroigne de Méricourt (The Dream of Théroigne de Méricourt) (১৯০৩)
  • Un Peu de Musique (A Little Music) (১৯০৩)
  • L'Aiglon (The Eaglet) (১৯১০)
  • Phèdre (১৯১০)
  • Les Buffons (The Buffoons) (১৯০৮)
  • La Samaritaine (১৯১০)
  • L'Étoile dans la Nuit (The Star in the Night) (১৯১৮)
  • Prière pour nos Ennemis (A Prayer for our Enemies) (১৯১৮)

গ্ৰন্থপঞ্জী

  • Dans les nuages, Impressions d'une chaise (১৮৭৮)
  • L'Aveu, drame en un acte en prose (১৮৮৮)
  • Adrienne Lecouvreur, drame en six actes (১৯০৭)
  • Ma Double Vie (১৯০৭), আৰু My Double Life: Memoirs of Sarah Bernhardt, ৰূপে (১৯০৭) William Heinemann
  • Un Coeur d'Homme, pièce en quatre actes (১৯১১)
  • Petite Idole (১৯২০; The Idol of Paris, ৰূপে ১৯২১ চনত)
  • L'Art du Théâtre: la voix, le geste, la prononciation, আদি. (১৯২৩; The Art of the Theatre, ৰূপে ১৯২৪ চনত)
  • Rothwell-Smith, Paul. Silent Films! the Performers (২০১১) ISBN 978-1-907540-32-5

আলোচনী

  • A Christmas Story (ডিচেম্বৰ ১৮৯৩)
  • The Memoirs of Sarah Bernhardt (এপ্ৰিল ১৯০৪-মাৰ্চ ১৯০৫)
  • The Bombardment of Paris (আগষ্ট ১৯১৩)
  • Love Wins (জানুৱাৰী ১৯২১)
  • The Untold Story (এপ্ৰিল ১৯২১)

চিত্ৰভৰাল


তথ্যসূত্ৰ

গ্ৰন্থ সংযোগ

  • Brandon, Ruth. Being Divine: A Biography of Sarah Bernhardt. London: Mandarin, 1992.
  • Gold, Arthur and Robert Fitzdale. The Divine Sarah: A Life of Sarah Bernhardt. New York: Alfred A. Knopf, 1991.
  • Léturgie, Jean and Xavier Fauche: Sarah Bernhardt, Lucky Luke (49). Dupuis, 1982.
  • Lorcey, Jacques. Sarah Bernhardt, l'art et la vie, Paris : Éditions Séguier, 2005. 160 pages. Avec une préface d'Alain Feydeau. ISBN 2-84049-417-5.
  • Menefee, David W. Sarah Bernhardt in the Theater of Films and Sound Recordings. North Carolina: McFarland, 2003.
  • Menefee, David W. The First Female Stars: Women of the Silent Era. Connecticut: Praeger, 2004.
  • Ockmann, Carol and Kenneth E. Silver. Sarah Bernhardt: The Art of High Drama New York: Yale University Press, 2005
  • Skinner, Cornelia Otis. Madame Sarah. Paragon House, 1966.
  • Snel, Harmen. "The ancestry of Sarah Bernhardt; a myth unravelled", Amsterdam, Joods Historisch Museum, 2007, ISBN 978-90-802029-3-1
  • Gottlieb, Robert "Sarah: The Life of Sarah Bernhardt" New Haven, Yale University Press, 2010
  • Rothwell-Smith, Paul. Silent Films! the Performers (2011) ISBN 978-1-907540-32-5

বাহ্যিক সংযোগ

Tags:

ছাৰা বাৰ্নহাৰ্ট ৰেকৰ্ডিংসমূহছাৰা বাৰ্নহাৰ্ট গ্ৰন্থপঞ্জীছাৰা বাৰ্নহাৰ্ট আলোচনীছাৰা বাৰ্নহাৰ্ট চিত্ৰভৰালছাৰা বাৰ্নহাৰ্ট তথ্যসূত্ৰছাৰা বাৰ্নহাৰ্টআমেৰিকাইউৰোপ

🔥 Trending searches on Wiki অসমীয়া:

মিচিং জনগোষ্ঠীৰ সাজপাৰস্বৰাজভাৰতৰ শিক্ষাজল সংৰক্ষণকপৌ ফুলবনঘোষাবীৰেন্দ্ৰনাথ দত্তকামৰূপী লোকগীতৰাতি বিহুঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদদেওপাহাৰনামঘৰলিখন পদ্ধতিসালোক সংশ্লেষণসংখ্যাজন গণ মনঅগ্নিগড়প্ৰাকৃতিক সম্পদমৌৰ্য সাম্ৰাজ্যশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ফকৰা যোজনাকাৰ্বি ভাষানাৰী সবলীকৰণসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাদৌল গোবিন্দ মন্দিৰভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাফাকে জনগোষ্ঠীনামঘোষাহীৰেন গোহাঁইচৰ্যাপদএচিদ বৰষুণযাদৱ পায়েংজাতনামসঁফুৰা (শিশু আলোচনী)সুশোভন সোনু ৰায়নাগৰিকত্বইষ্ট ইণ্ডিয়া কোম্পানীথাই ভাষাসমাজভঠেলিৰেৱতী মোহন দত্তচৌধুৰীদামোদৰ দেৱঋকবেদবাজেটআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰআকাশবাণী গুৱাহাটীহিন্দী ভাষাউপন্যাসকৰ'নাভাইৰাছ ৰোগ ২০১৯ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানগণতন্ত্ৰসপ্তকাণ্ড ৰামায়ণভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহভাৰতৰ নিৰ্বাচন আয়োগকামৰূপ জিলানৱ-বৈষ্ণৱ ধৰ্মৰামধেনুঅংকীয়া নাটঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাগড়গাঁওআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডপিম্পৰা গুচোৱাযোৰানামশিশুৰ খেল-ধেমালিপ্ৰকৃতিঅসমনেলছন মেণ্ডেলাগোৱালপৰীয়া লোকগীতফুলপঞ্চভুজকাৰ্বি জনগোষ্ঠীযতীন্দ্ৰ নাথ দুৱৰাৰাসোৎসৱভাৰতীয় দৰ্শনভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাপাইথেগাৰাছ🡆 More