ভাৰতীয় উপমহাদেশ

ভাৰতীয় উপমহাদেশ (ইংৰাজী: Indian subcontinent) হৈছে এছিয়া মহাদেশৰ দক্ষিণৰ এক উপদ্বীপ অঞ্চল। এই অঞ্চলটোৰ অধিকাংশই ভাৰতীয় ভূত্বকীয় ফলকত অৱস্থিত আৰু এয়া উত্তৰে হিমালয় পৰ্বতমালাৰ পৰা দক্ষিণে ভাৰত মহাসাগৰলৈ বিস্তৃত্ব। ভূতাত্ত্বিকভাবে, ভাৰতীয় উপমহাদেশটি হৈছে প্ৰায় ৫.৫ কোটি বছৰ পূৰ্বে গণ্ডৱানাৰ পৰা পৃথক হৈ ইউৰেছিয়ান ফলকৰ সৈতে লগ হোৱা স্থলভাগৰ সৈতে সম্পৰ্কিত থকা অঞ্চল। ভৌগোলিকভাবে, ভাৰতীয় উপমহাদেশ হৈছে উত্তৰে হিমালয় পৰ্বতমালা, পশ্চিমে হিন্দু কুশ পৰ্বতমালা আৰু পূবে আৰাকান পৰ্বতমালাৰে আৱৰি থকা দক্ষিণ-মধ্য এছিয়াৰ উপদ্বীপ অঞ্চল। ৰাজনৈতিকভাবে, ভাৰতীয় উপমহাদেশত নেপাল, পাকিস্তান, বাংলাদেশ, ভাৰত, ভূটান, মালদ্বীপ আৰু শ্ৰীলংকা অন্তৰ্ভুক্ত।

ভাৰতীয় উপমহাদেশ
ভাৰতীয় উপমহাদেশ
মাটিকালি ৪৪ লাখ বৰ্গ কিলোমিটাৰ
(১৭ লাখ বৰ্গমাইল)
জনসংখ্যা ১৭১ কোটি (২০১৫)
জনঘনত্ব ৩৮৯ প্ৰতি বৰ্গ কিলোমিটাৰ
দেশসমূহ ভাৰতীয় উপমহাদেশ নেপাল
ভাৰতীয় উপমহাদেশ পাকিস্তান
ভাৰতীয় উপমহাদেশ বাংলাদেশ
ভাৰতীয় উপমহাদেশ ভাৰত
ভাৰতীয় উপমহাদেশ ভূটান
ভাৰতীয় উপমহাদেশ মালদ্বীপ
ভাৰতীয় উপমহাদেশ শ্ৰীলংকা

কিছুক্ষেত্ৰত, 'ভাৰতীয় উপমহাদেশ' ভৌগোলিক শব্দটো আৰু 'দক্ষিণ এছিয়া' শব্দটো পৰস্পৰৰ প্ৰতিশব্দ হিচাপে ব্যৱহৃত হয়। পিছে দক্ষিণ এছিয়া বুলিলে সাধাৰণতে এক ৰাজনৈতিক অঞ্চলক বুজোৱা যায় য'ত ভাৰতীয় উপমহাদেশৰ দেশসমূহৰ লগতে আফগানিস্তানকো অন্তৰ্ভুক্ত কৰা হয়। এই দুয়োটা অঞ্চলৰ সংজ্ঞাত কোন-কোন দেশক অন্তৰ্ভুক্ত কৰা উচিত সেয়া এক বিতৰ্কিত বিষয়।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাএছিয়া মহাদেশনেপালপাকিস্তানবাংলাদেশভাৰতভাৰত মহাসাগৰভূটানমালদ্বীপশ্ৰীলংকাহিমালয়

🔥 Trending searches on Wiki অসমীয়া:

বহনক্ষম উন্নয়নৰ লক্ষ্যসংগীত নাটকধুবুৰী (লোকসভা সমষ্টি)ব্যৱস্থাপনাটকা (বাদ্য)কনকলতা বৰুৱাঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাপোৱামক্কাগঙ্গা নদীনামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পগোলাঘাট জিলাকাৰ্বি জনগোষ্ঠীঅসমীয়া লোকসাহিত্যস্বাভাৱিক সংখ্যানেপালী জনগোষ্ঠীমুগা (ৰেচম)পুৰাণঢ়অসমীয়া ভাষাৰ শব্দসম্ভাৰনৱ-বৈষ্ণৱ ধৰ্মশিৱসাগৰনাঙলগুগলবিহুৰ খাদ্যৰাজহুৱা ক্ষেত্ৰআলি আঃয়ে লৃগাংবাঁহীপঞ্চায়তী ৰাজজ'মাট'তথ্য জনাৰ অধিকাৰ আইন, ২০০৫সাম্যবাদফাকুৱামদন কামদেৱ দেৱালয়অংগনবাদীসিন্ধী ভাষাৰংজাপিলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানছ'ভিয়েট সংঘমহিলাৰ বিৰুদ্ধে হিংসাহলায়ুধবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনএচিদ বৰষুণভাৰতৰ সংবিধানপৰিমেয় সংখ্যাসংশয় ব্যৱস্থাপনাঅসমীয়া ভাষাৰ ব্যাকৰণ (হেমচন্দ্ৰ বৰুৱা)আইদেউ সন্দিকৈকৰ্কট ক্ৰান্তিভাইৰাছপৰম্পৰাচামগুৰি সত্ৰভাৰতৰ উচ্চতম ন্যায়ালয়বিজ্ঞানমুদ্ৰাউত্তৰ-পূব ভাৰতঅসমৰ ৰাজ্যপালসকলৰ তালিকাঅৰুণোদইহিমবাহৰংঘৰযোগ দৰ্শনঅসীমত যাৰ হেৰাল সীমাহাবুংজাতীয়তাবাদপুথিভঁৰালশৰাইঘাট দলংৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসৱিকিমিডিয়া ফাউণ্ডেশ্যনমামৰে ধৰা তৰোৱালসিন্ধু সভ্যতাৰুক্মিণী হৰণ নাটঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫মে ডাম মে ফি🡆 More