জাতকৰ্ম

জাতকৰ্ম(সংস্কৃত: जातकर्मन्) (আক্ষৰিক অৰ্থত, জন্মৰ আচাৰ-অনুষ্ঠান) শিশুৰ জন্মৰ পিছত উদযাপন কৰা হিন্দু ধৰ্মৰ অন্যতম প্ৰধান সংস্কাৰ। সাধাৰণতে ই এক ব্যক্তিগত ৰীতি-নীতিৰে নতুনকৈ পিতৃ-মাতৃ হোৱা দম্পতী, কেঁচুৱাটোৰ আত্মীয় আৰু ঘনিষ্ঠ বন্ধুৰ সৈতে পালন কৰা অনুষ্ঠান।

ব্যুৎপত্তি

জাতকৰ্ম সংস্কৃতৰ এক সংমিশ্ৰিত শব্দ, আৰু ইয়াৰ মূল শব্দদুটা হৈছে 'জাত' আৰু 'কৰ্ম'। জাত শব্দৰ আক্ষৰিক অৰ্থ হৈছে "জন্ম, অস্তিত্বলৈ অনা, জন্ম দিয়া, উৎপত্তি হোৱা, কাৰণ হোৱা, আবিৰ্ভাৱ হোৱা।" কৰ্ম শব্দৰ আক্ষৰিক অৰ্থ হৈছে "কাম, কৰ্তব্য, বাধ্যবাধকতা, যিকোনো ধৰ্মীয় কাৰ্য্যকলাপ বা ৰীতি, প্ৰাপ্তি।" এইদৰে জাতকৰ্মৰ অৰ্থ হৈছে "জন্মৰ সময়ত কৰা এটা আচাৰ" বা "জন্ম অনুষ্ঠান।"

এই ৰীতি-নীতি সমূহ মুখ্যতঃ নৱজাতকৰ সৈতে জড়িত।

বিৱৰণ

হিন্দু ধৰ্মৰ প্ৰাচীন গ্ৰন্থসমূহত উল্লেখ থকা অনুসৰি নৱজাত শিশুৰ বাবে জন্মৰ পিছৰ প্ৰথমটো ৰীতি-নীতিৰ অনুষ্ঠানেই হৈছে জাতকৰ্ম। ইয়াত শিশুৰ জন্মৰ লগতে পিতৃৰ সৈতে গঢ়ি উঠা বান্ধোনক উদযাপন কৰা হয়। পৰম্পৰাগত জাতকৰ্ম অনুষ্ঠানৰ সময়ত পিতৃয়ে শিশুটিৰ ওঁঠত মৌ আৰু ঘিঁউ স্পৰ্শ কৰি আদৰণি জনায়। কেতিয়াবা, এই অনুষ্ঠানত বৈদিক শ্লোক মতা হয়। এই অনুষ্ঠানৰ প্ৰথম তাৎপৰ্য গৃহসূত্ৰ গ্ৰন্থত মেধাজনন (সংস্কৃত: মেধান) বুলি ব্যাখ্যা কৰা হৈছে, বা মাতৃৰ গৰ্ভত শিশুৰ শৰীৰ গঠন সম্পূৰ্ণ হোৱাৰ পিছত জগতৰ গৰ্ভত শিশুৰ মন আৰু বুদ্ধিৰ আৰম্ভ কৰা। গীতসমূহৰ দ্বিতীয় খণ্ডত শিশুটিৰ দীৰ্ঘায়ু কামনা কৰা হৈছে।

তথ্যসূত্ৰ

Tags:

সংস্কৃত ভাষা

🔥 Trending searches on Wiki অসমীয়া:

নগাঁওজেৰুজালেমপ্ৰাচীন গ্ৰীচৰাম সৰস্বতীবনঘোষাদশাৱতাৰপিয়লি ফুকনপ্ৰাকৃতিক পৰিৱেশমাটিৰ হিচাপবিহুজালিয়ানৱালাবাগৰ হত্যাকাণ্ডধাতুনীলপৱন বৰুৱাপ্ৰাকৃতিক সম্পদঁ (চন্দ্ৰবিন্দু)ভূতাপীয় শক্তিচানডুবি বিলঅসম চুক্তিআৰ্লিং হালেণ্ডবাৰ্ট্ৰেণ্ড ৰাছেলহিন্দ স্বৰাজঅসমৰ শাক-পাচলিৰ তালিকামৰাণ জনগোষ্ঠীসাঁথৰঅশোক স্তম্ভআৰ্যভট্টলালকিল্লাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাঅসমৰ লোকবাদ্যবাইখো পূজাঅসমৰ ধান খেতিৰ সঁজুলিসমূহজোনবিল মেলাকনকলতা বৰুৱানাৰায়ণদেৱফুলআকাশী গংগা জলপ্ৰপাতজিকিৰচ্যু-কা-ফাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাপৃথিৱীমৌন ওঁঠ মুখৰ হৃদয়গণতন্ত্ৰজয়মতী কুঁৱৰীসাহিত্য অকাডেমি বঁটাঅসমীয়া কবিতাৰ ইতিহাসবেংক অৱ মহাৰাষ্ট্ৰসন্ধ্যাৰাগ (চলচ্চিত্ৰ)ৰাজ্যসভাজ্যোতিপ্ৰসাদ আগৰৱালাস্বাস্থ্যঅসমৰ চলচ্চিত্ৰমুহাম্মাদহিচাপবিদ্যাদাণ্ডী যাত্ৰাশিলঘাটহাবুংঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাকৰম পূজাচুতীয়া ৰাজ্যভিটামিনশ্বজিবু নোংমা পানবাগণিত২৮ মাৰ্চবিহুৰ খাদ্যবৌদ্ধ ধৰ্মগোলকীয় নাগৰিকত্বযোৰানামসংস্কৃত ভাষাশ্ৰীকৃষ্ণকীৰ্তনমানৰ অসম আক্ৰমণনিৰ্মলপ্ৰভা বৰদলৈশামুকপ্ৰাৰ্থনা সমাজ🡆 More