বেদ: ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ “ -সংহিতা”

বেদ (সংস্কৃত: वेद) হৈছে হিন্দুধৰ্মৰ সৱাতোতকৈ পুৰণি ধৰ্ম গ্ৰন্থ। বেদ শব্দৰ অৰ্থ হৈছে জ্ঞান, ভাৰতীয় বিশ্বাস অনুযায়ী বেদসমূহ অপৌৰুষেয়, ইয়াৰ কোনো ৰচক নাই। পৰম্পৰা অনুসৰি ব্যাস মুনি হৈছে বেদৰ সংকলক, তেখেতে চাৰিপ্ৰকাৰৰ মন্ত্ৰক একেলগ কৰি বেদ সংকলন কৰিছিল। চাৰিখন বেদৰ নাম হৈছে ঋকবেদ, যজুৰবেদ, সামবেদ আৰু অথৰ্ববেদ। ইয়াৰ ভিতৰত ভিতৰত সকলোতকৈ পুৰণি বেদখন হ'ল ঋকবেদ। প্ৰতিখন বেদকেই সংহিতা (মন্ত্ৰ আৰু প্ৰাৰ্থনা), ব্ৰাহ্মণ (উৎসৱ, পূজাবিধি আৰু উছৰ্গাৰ নিয়ম), আৰণ্যক আৰু উপনিষদ (ধ্যান, দৰ্শন আৰু আধ্যাত্মিক জ্ঞান)-ত ভাগ কৰা হৈছে। কিছুমান পণ্ডিতে উপাসনা নামৰ এটা পঞ্চম শ্ৰেণীও যোগ দিছে।

হিন্দু ধৰ্ম
বেদ: ব্যুৎপত্তি, সময়ৰেখা, টোকাহিন্দু ধৰ্ম

ওঁব্ৰহ্মাঈশ্বৰ
হিন্দুহিন্দু ধৰ্মৰ ইতিহাস

বেদ: ব্যুৎপত্তি, সময়ৰেখা, টোকাৱিকিপিডিয়া:হিন্দু ধৰ্ম

হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
 প্ৰ     

বেদক শ্ৰুতি বুলিও জনা যায়, যিয়ে বেদক স্মৃতি নামৰ আন ধৰ্মগ্ৰন্থৰ পৰা পৃথক কৰে। নৈষ্ঠিক ভাৰতীয় ধৰ্মতাত্ত্বিকসকলে বেদ প্ৰাচীন ঋষিসকলৰ গভীৰ সাধনাৰ ফল বুলি অভিহিত কৰে আৰু এই পাঠসমূহ প্ৰাচীন সময়ৰ পৰা খুব সাবধানেৰে সংৰক্ষণ কৰি অহা হৈছে। হিন্দু মহাকাব্য মহাভাৰতৰ মতে বেদৰ ৰচয়িতা হৈছে ব্ৰহ্মা। বৈদিক মন্ত্ৰসমূহত সেইসমূহ ঋষিসকলৰ দ্বাৰা খুব পাৰদৰ্শিতাৰে ৰচনা কৰা বুলি কোৱা হৈছে।

ব্যুৎপত্তি

সংস্কৃত শব্দ বেদৰ অৰ্থ হৈছে জ্ঞান। বেদ শব্দটো 'বিদ' ধাতুৰ পৰা আহিছে যাৰ অৰ্থ হৈছে 'জানিবলৈ'। বেদ শব্দটো কিছু ক্ষেত্ৰত যেনে ঋকবেদৰ ১০৯৩১১ নং মন্ত্ৰত সম্পত্তি লাভ কৰা বুজাইছে। আকৌ আন ক’ৰবাত ঝাৰু বা আন দৈৱোপচাৰৰ বাবে প্ৰয়োজনীয় ঘাঁহৰ মুঠিক নিৰ্দেশ কৰিছে।

সময়ৰেখা

বেদসমূহ সবাতোকৈ পুৰণি পবিত্ৰ গ্ৰন্থসমূহৰ অন্তৰ্ভুক্ত। সংহিতাসমূহ প্ৰায় ১৭০০-১১০০ খ্ৰীষ্টপূৰ্বৰ।

টোকা

তথ্য সংগ্ৰহ

Tags:

বেদ ব্যুৎপত্তিবেদ সময়ৰেখাবেদ টোকাবেদ তথ্য সংগ্ৰহবেদঅথৰ্ববেদঋকবেদবেদব্যাসযজুৰবেদসংস্কৃত ভাষাসামবেদ

🔥 Trending searches on Wiki অসমীয়া:

জণ্ডিছব্যাকৰণৰঘুনাথ চৌধাৰীঅসমৰ ৰাজ্যপালসকলৰ তালিকাৰুদ্ৰ কন্দলীভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহপ্ৰকৃতিড়স্বাস্থ্যমৌখিক লোকসাহিত্যশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাফুলভাৰত-চীন যুদ্ধবেক্টেৰিয়াকলিমাপাঠ্যক্ৰমজীৱনৰ বাটতবেটুপাতভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিহেমচন্দ্ৰ বৰুৱাঅগ্ন্যাশয়আভাল পাৱমগুৱাহাটী পৌৰ নিগমপলাশীৰ যুদ্ধঅসমৰ শাক-পাচলিৰ তালিকাঅনন্ত কন্দলিঅনাভেদী যৌনক্ৰিয়াবিশ্ব থিয়েটাৰ দিৱসউইলিয়াম শ্বেইকছপীয়েৰচৰকাৰী ভাষা আন্দোলন (অসম)অসমীয়া সাহিত্যঅসমৰ লোকবাদ্যইলোৰা গুহাসমূহঅৰুণোদয় আঁচনিজিকিৰভেঁকুৰপৰা আমলখিসূত্ৰধাৰ নৃত্যবানপানীতগৰনাৰী আৰু ধূম্ৰপানমৌৰ্য সাম্ৰাজ্যবাসুদেৱ থানফণী শৰ্মাচন্দ্ৰকুমাৰ আগৰৱালানেপালশ্ৰী শ্ৰী বটদ্ৰৱা থানপ্ৰাকৃতিক সম্পদচামেলি মেমচা'ববাল্য বিবাহবেদকেশৱ মহন্তআহোম-মোগলৰ সংঘৰ্ষঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাসূৰ্যকুমাৰ ভূঞানাৰীবাদবলটি এছ ইলিয়টবৃত্তএলবাৰ্ট আইনষ্টাইননৰসিংহ (উদ্ভিদ)মিচিং জনগোষ্ঠীজৈৱ বৈচিত্ৰ্যঅসমৰ পৰম্পৰাগত খেল-ধেমালিকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলছ'ভিয়েট সংঘপ্ৰব্ৰজনকাঞ্চন (উপন্যাস)শোণিতপুৰ জিলা🡆 More