পাৰ্বতী

পাৰ্বতী হিমালয়ৰ পুত্ৰী আৰু ভগৱান শিৱৰ পত্নী। পাৰ্বতীৰ মাতৃৰ নাম মেনকা আছিল। উমা, গৌৰী, অম্বিকা, ভৱানী আদি নামেৰেও এওঁক জনা যায়। পাৰ্বতীৰ জন্মৰ বাৰ্তা শুনি নাৰদ হিমালয়ৰ ঘৰলৈ আহিছিল আৰু হিমালয়ৰ প্ৰশ্ন কৰাত কৈছিল যে পাৰ্বতী সৰ্ব সুলক্ষ্মীনি আৰু এওঁৰ বিবাহ ভগৱান শিৱৰ সৈতে হ’ব। কিন্তু মহাদেৱক পতিৰূপে পাবৰ বাবে পাৰ্বতীয়ে ঘোৰ তপস্যা কৰিব লাগিব। পূৰ্বজন্মত পাৰ্বতী দক্ষ প্ৰজাপতিৰ জীয়ৰী আছিল আৰু সেইজন্মতো তেওঁ ভগৱান শিৱৰ পত্নী আছিল। পাৰ্বতী হিন্দু ত্ৰিদেৱীসকলৰ মাজৰ এগৰাকী বুলিও সুপৰিচিত।

পাৰ্বতী দেৱী
পাৰ্বতী দেৱীৰ চিত্ৰ
পাৰ্বতী দেৱীৰ চিত্ৰ
অধিকাৰ শক্তি
দেৱনাগৰী पार्वती
গোত্ৰ দেৱী
অধিষ্ঠান হিমালয়, কৈলাস
দাম্পত্যসঙ্গী শিৱ

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ত্ৰিদেৱীনাৰদশিৱহিমালয়

🔥 Trending searches on Wiki অসমীয়া:

উত্তৰ-পূব সীমান্ত ৰেলৱেগোলকীকৰণপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰএৰিষ্ট'টলবিশ্ব স্বাস্থ্য সংস্থাঢোলমালিতাৰঙিয়া ৰেলৱে সংমণ্ডলৰাজহুৱা ক্ষেত্ৰভাৰতৰ নিৰ্বাচন আয়োগইণ্টাৰনেটব্যষ্টিবাদী অৰ্থনীতিগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যবিষুৱ ৰেখালোকবিশ্বাসবৃত্তযোৰহাটপথেৰ পাঁচালীঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাঅসমীয়া জাতিপাঠ্যক্ৰমশামুকগান্ধীবাদভাৰতৰ ইতিহাসঅম্বিকাগিৰি ৰায়চৌধুৰীকৃষ্ণকান্ত সন্দিকৈতেজকমলাবাৰী সত্ৰবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যআৰবী ভাষাবকুল ফুলৰ দৰে (গ্ৰন্থ)উদ্ভিদছিৰিমাভো বন্দৰনাইকেমানৱ শৰীৰলাচিত বৰফুকনশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘকৃষ্ণমহাকাব্যআয়ুৰ্বেদঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫বাথৌ পূজানামচিংশকুন্তলাঅপভ্ৰংশমঙ্গলদৈ (লোকসভা সমষ্টি)ফুলগুৰি ধেৱাঅসমৰ পৰম্পৰাগত সাজ- পাৰসাপহিউৱেন-চাংবহুকোষী জীৱগদ্যপায়ু সংগমকামাখ্যা মন্দিৰসমাজবাদসংক্ৰমণমহামায়া ধামঅসমৰ কুঁহিলা শিল্পআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰপৃথুগুগলশিশুৰ খেল-ধেমালিঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাচৰিত পুথিউচ্চ ৰক্তচাপড়হিন্দু ধৰ্ম২৭ এপ্ৰিললোক-সংগীতভাৰত ত্যাগ আন্দোলনপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনলোকভাষাগাখীৰ🡆 More