২৭ মাৰ্চ: তাৰিখ

মাৰ্চ ২৭ গ্ৰেগৰীয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৮৬ তম (অধিবৰ্ষত ৮৭ তম) দিন।

১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
৩১  

ঘটনাৱলী

  • ১৯৬১ - আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে পোন প্ৰথমবাৰৰ বাবে 'বিশ্ব থিয়েটাৰ দিৱস' পালন কৰে।

জন্ম

  • ১৯১৫ - পুষ্পলতা দাস, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী। (মৃত্যু: ২০০৩)
  • ১৯২৩ - মহাশয় ধৰমপাল গুলাটি, ভাৰতীয় ব্যৱসায়ী। তেওঁ ভাৰতীয় জনপ্ৰিয় মছলা কোম্পানী এমডিএইছৰ (MDH) প্ৰতিষ্ঠাপক।
  • ১৯৮৫ - ৰাম চৰণ তেজা, ভাৰতীয় অভিনেতা, নিৰ্মাতা আৰু উদ্যোক্তা।
  • ১৯৯৬ - আয়েশা চৌধুৰী, ভাৰতীয় লেখিকা।

মৃত্যু

  • ১৯৬৮ - য়ুৰি গেগেৰিন, ৰুছ দেশৰ য়ুৰি গেগেৰিন প্ৰথম মহাকাশচাৰী ব্যক্তি। প্ৰশিক্ষণৰ সময়ত হোৱা বিমান দুৰ্ঘটনাত তেখেত নিহত হয়।
  • ২০১১ - ভৃগুমুনি কাগয়ুং, অসমীয়া সাহিত্যিক।
  • ২০১৬ - কান্তা গুপ্তা, কানাডিয়ান গণিত অধ্যাপক।
  • ২০১৭ - অৰুণ শৰ্মা, অসমীয়া নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি তথা অনাতাঁৰ শিল্পী।

দিৱস

বাহ্যিক সংযোগ

Tags:

২৭ মাৰ্চ ঘটনাৱলী২৭ মাৰ্চ জন্ম২৭ মাৰ্চ মৃত্যু২৭ মাৰ্চ দিৱস২৭ মাৰ্চ বাহ্যিক সংযোগ২৭ মাৰ্চগ্ৰেগৰীয় বৰ্ষপঞ্জী

🔥 Trending searches on Wiki অসমীয়া:

ৰামধেনু (আলোচনী)দ্য টাইমছ অৱ ইণ্ডিয়াগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাকীৰ্তন ঘোষা সংকলনঅযোধ্যা (পৌৰাণিক নগৰ)অসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাকুলিজেতুকাচ্যু-কা-ফাকালিদাসদুৰ্যোগঅখণ্ড সংখ্যামধ্যাহ্ন ভোজন আঁচনিনৱকান্ত বৰুৱাহনুমানআকবৰভাৰতীয় ৰিজাৰ্ভ বেংকদ্বিতীয় বিশ্বযুদ্ধনাগালেণ্ডপৰ্যটনধুবুৰী (লোকসভা সমষ্টি)অসমীয়া ভাষাশ্ৰীকৃষ্ণকীৰ্তনআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিমোপিন উত্‍সৱঅসমৰ ৰাজ্যপালসকলৰ তালিকাউমানন্দকছাৰী ৰাজ্যকৰ'নাভাইৰাছ ৰোগ ২০১৯বসন্ত ঋতুমৈদামতোলনি বিয়ামানুহৰ কংকালমহাভাৰতক্ৰা দাদি জিলাবলোৰামবড়োলেণ্ডশকুন্তলাভাৰত-চীন যুদ্ধহেমচন্দ্ৰ গোস্বামীগড়মূৰ সত্ৰভাৰতৰ নিৰ্বাচন আয়োগঅতুল চন্দ্ৰ হাজৰিকাভৌতিক সংস্কৃতিসংস্কৃতিগোৱালপাৰা জিলানেপালী জনগোষ্ঠীযোগাসনহেপাটাইটিছ বিকাৰ্ল মাৰ্ক্সঢোলমৌলিক সংখ্যাগুৱাহাটীবচন (ব্যাকৰণ)মাঘ বিহুঅসমৰ পুৰণি স্থাপত্যবিত্তীয় ব্যৱস্থাফুটবলআজান পীৰৰাধাগোবিন্দ বৰুৱাওডিছীযুগ্ম সংখ্যাগোৱালপৰীয়া লোকগীতভাৰতীয় জাতীয় কংগ্ৰেছহৃদযন্ত্ৰপদ (ব্যাকৰণ)বড়ো জনগোষ্ঠীহাজং জনগোষ্ঠীবিশ্ব বাণিজ্য সংস্থাঠেঙ্গাল কছাৰী জনগোষ্ঠীঅণুবীক্ষণ যন্ত্ৰযতি-চিনবেলিমাৰ (নাটক)গঙ্গা নদী🡆 More