২০ মাৰ্চ: তাৰিখ

২০ মাৰ্চ (ইংৰাজী: 20 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৭৯তম (অধিবৰ্ষত ৮০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৬টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
৩১  

ঘটনাবলী

  • ১৬৮৬ – কলকাতাৰ সূতানটি নামৰ গাঁৱত প্ৰথম ব্ৰিটিশ পতাকা উত্তোলন কৰা হয়।
  • ১৭৩৯ – নাদিৰ শাহে দিল্লি দখল কৰে।
  • ১৯৩৫ – ব্ৰিটিশ কাউন্সিল প্ৰতিষ্ঠিত হয়।
  • ১৯৯১ - খালেদা জিয়াবাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে।

২০ মা

জন্ম

  • ১৮২৮ - হেনৰিক ইবছেন, নৰৱেদেশীয় নাট্যকাৰ আৰু নাট পৰিচালক।
  • ১৮৯০ - জ্ঞাননাথ বৰা, অসমীয়া ‌কবি, প্ৰবন্ধকাৰ আৰু শিক্ষাবিদ।
  • ১৯২৫ - জৰ্জ নেথালিয়েন কাৰ্জন, ব্ৰিটিশ সাম্ৰাজ্যৰ অধীন উপনিবেশ ভাৰতেৰ গভৰ্নৰ জেনাৰেল আৰু ভাইচৰয়। (জ.১৮৫৯)
  • ১৯৫০ - সাৱিত্ৰী জিন্দাল, ভাৰতীয় ব্যৱসায়ী
  • ১৯৬৬ - অলকা য়াগনিক, ভাৰতীয় নেপথ্য গায়িকা।
  • ১৯৭৭ - গায়ত্ৰী যোশী, ভাৰতীয় অভিনেত্ৰী।

মৃত্যু

  • ১৮৫৮ - অৱন্তীবাই লোধী, ৰামগড়ৰ ৰাণী তথা মুক্তি যুঁজাৰু।
  • ২০০৬ - ভৃগু কুমাৰ ফুকন, অসমৰ জাতীয়তাবাদী নেতা তথা অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী।
  • ২০১৪ - খুছৱন্ত সিং, ভাৰতীয় সাহিত্যিক, উপন্যাসিক, স্তম্ভ লেখক, সাংবাদিক আৰু ইতিহাসবিদ।

দিৱস

তথ্য সংগ্ৰহ


বাহ্যিক সংযোগ


Tags:

২০ মাৰ্চ ঘটনাবলী২০ মাৰ্চ জন্ম২০ মাৰ্চ মৃত্যু২০ মাৰ্চ দিৱস২০ মাৰ্চ তথ্য সংগ্ৰহ২০ মাৰ্চ বাহ্যিক সংযোগ২০ মাৰ্চঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

হিমবাহঅসমৰ ৰাজ্যিক প্ৰতীকসমূহবেটুপাতমোপিন উত্‍সৱমুগা (ৰেচম)ধৰ্মঅসমৰ পৰম্পৰাগত সাজ- পাৰমৌখিক পৰম্পৰাভাৰতৰ উচ্চতম ন্যায়ালয়হাঁচতিমাধৱ কন্দলিঅৰ্থনীতিহেম বৰুৱামৰাণ জনগোষ্ঠীবায়ু প্ৰদূষণসাহিত্যপৰিমেয় সংখ্যাভট্টদেৱৰ গদ্যশৈলীজ্যামিতিবেলিমাৰ (নাটক)চলচ্চিত্ৰজাতিসংঘবাঁহীকাৰ্বি ভাষামিচিং ভাষাৱিকিমিডিয়া ফাউণ্ডেশ্যনপঞ্চায়তী ৰাজসিন্ধী ভাষামৌখিক ইতিহাসগুণাভিৰাম বৰুৱাকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানসাঁথৰপ্ৰাচীন গ্ৰীচআমেৰিকা যুক্তৰাষ্ট্ৰঅসমৰ গামোচাঅলিম্পিকদেওপাহাৰসূৰ্যবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনকৰ'নাভাইৰাছ ৰোগ ২০১৯স্বাভাৱিক সংখ্যাহীৰেন ভট্টাচাৰ্যচুতীয়া ৰাজ্যঅসমৰ জাতীয় গীত২৩ এপ্ৰিল২৪ এপ্ৰিলসন্ধিনিৰ্মলপ্ৰভা বৰদলৈদ্বিতীয় বিশ্বযুদ্ধফলৰ তালিকামদন কামদেৱ দেৱালয়দানৱ ৰাজবংশশিক্ষক দিৱসনামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পঅসমৰ কাঁহ শিল্পযতি-চিনমাজুলীআলেকজেণ্ডাৰ গ্ৰাহাম বে'লগোলাঘাটঅসমীয়া ভাষাৰ শব্দসম্ভাৰউপভাষাহাবুংমুদ্ৰানৱকান্ত বৰুৱাছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)ভাৰতৰ নিৰ্বাচন আয়োগহেমকোষবিহুৰ সাজ-পোচাক আৰু অলংকাৰশব্দ প্ৰদূষণহিন্দী ভাষাডিব্ৰুগড় জিলাৰুদ্ৰ কন্দলীসমাজতত্ত্বমহকৰ্কট ৰোগ🡆 More