১১ মাৰ্চ: তাৰিখ

১১ মাৰ্চ (ইংৰাজী: 11 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭০তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৫টা দিন (অধিবৰ্ষত ২৯৬ দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
৩১  

জন্ম

  • ১৯১৫ - বিজয় হাজাৰে, ভাৰতীয় ক্ৰিকেটাৰ।
  • ১৯২৭ - বিশ্বনাথন শান্তা, ভাৰতীয় কৰ্কট ৰোগ বিশেষজ্ঞ।

মৃত্যু

  • ২২২ - এলাগাবোলাছ, ৰোমান সম্ৰাট।
  • ১৯৩৯ - বানী বসু, ভাৰতীয় সাহিত্যিক।
  • ১৯৫৫ - আলেকজেণ্ডাৰ ফ্লেমিং, স্কটলেণ্ডৰ জীৱ বিজ্ঞাৱী
  • ১৯৬৩ - মহম্মদ নিছাৰ, ব্ৰিটিছ শাসিত ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেটাৰ।
  • ১৮৬৯ - ভ্লাডিমিৰ অডয়েভেস্কি, ৰাছিয়ান দাৰ্শনিক।
  • ২০০৮ - পদ্ম বৰকটকী, অসমীয়া সাহিত্যিক তথা সাংবাদিক।

দিৱস

  • বিশ্ব প্লাম্বিং দিৱস

বাহ্যিক সংযোগ


Tags:

১১ মাৰ্চ জন্ম১১ মাৰ্চ মৃত্যু১১ মাৰ্চ দিৱস১১ মাৰ্চ বাহ্যিক সংযোগ১১ মাৰ্চঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিনবছৰ

🔥 Trending searches on Wiki অসমীয়া:

লোক-নৃত্যদৌল গোবিন্দ মন্দিৰসূৰ্য (দেৱতা)সংবিধান দিৱস (ভাৰত)সিন্ধু সভ্যতাহাজোঅসমৰ সাধুকথাবামুণী পাহাৰমৌলিক সংখ্যাভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫অনুৰাধা শৰ্মা পূজাৰীওৰাং ৰাষ্ট্ৰীয় উদ্যানব্ৰহ্মপুত্ৰ নদকৰশ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰঅসমৰ লোকবাদ্যঅসমৰ নদীসমূহৰ তালিকাআউনীআটী সত্ৰবৃত্তউচ্চ ৰক্তচাপবিশ্ব পৰিৱেশ দিৱসনেলছন মেণ্ডেলাহৰপ্পামনোমতীপাৰিজাত হৰণ নাটনাগৰিকত্বঅৰুণোদইপতঞ্জলিৰ যোগসূত্ৰঅসমৰ পৰম্পৰাগত খেল-ধেমালিনগাঁও (লোকসভা সমষ্টি)কৰ্কট ক্ৰান্তিআহোম-মোগলৰ সংঘৰ্ষঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকানামঘৰকাৰেঙৰ লিগিৰীদ্বি জাতি তত্ত্বতক্ষশীলাআগ্নেয়গিৰিঅসমৰ গামোচাপতঞ্জলিডিমাছা জনগোষ্ঠীসৰ্বশিক্ষা অভিযানবিষুৱ ৰেখাভূপেন হাজৰিকাআনন্দৰাম ঢেকিয়াল ফুকনইছলামলোকসভাৰ অধ্যক্ষব'হাগ বিহুকমলা মিৰিকামৰূপ জিলামালিতাৰামধেনুঅসমীয়া খবৰভাৰতীয় শিল্পকলাৰূপালীমকৃষ্ণআলি আঃয়ে লৃগাংইন্দিৰা গান্ধীধানগগনাদোৰোণসোণঅভিধানমল্লিকা ফুলঢোলবনফুলভাইটি (চলচ্চিত্ৰ)মহেঞ্জোদাৰোআধুনিকতাবাদআৰবী ভাষাদশাৱতাৰফুলগুৰি ধেৱামালতীআঙুলি সঞ্চালনবংগ বিভাজন (১৯০৫)পাঠ্যক্ৰম🡆 More