২৭ মাৰ্চ: তাৰিখ

মাৰ্চ ২৭ গ্ৰেগৰীয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৮৬ তম (অধিবৰ্ষত ৮৭ তম) দিন।

১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
৩১  

ঘটনাৱলী

  • ১৯৬১ - আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে পোন প্ৰথমবাৰৰ বাবে 'বিশ্ব থিয়েটাৰ দিৱস' পালন কৰে।

জন্ম

  • ১৯১৫ - পুষ্পলতা দাস, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী। (মৃত্যু: ২০০৩)
  • ১৯২৩ - মহাশয় ধৰমপাল গুলাটি, ভাৰতীয় ব্যৱসায়ী। তেওঁ ভাৰতীয় জনপ্ৰিয় মছলা কোম্পানী এমডিএইছৰ (MDH) প্ৰতিষ্ঠাপক।
  • ১৯৮৫ - ৰাম চৰণ তেজা, ভাৰতীয় অভিনেতা, নিৰ্মাতা আৰু উদ্যোক্তা।
  • ১৯৯৬ - আয়েশা চৌধুৰী, ভাৰতীয় লেখিকা।

মৃত্যু

  • ১৯৬৮ - য়ুৰি গেগেৰিন, ৰুছ দেশৰ য়ুৰি গেগেৰিন প্ৰথম মহাকাশচাৰী ব্যক্তি। প্ৰশিক্ষণৰ সময়ত হোৱা বিমান দুৰ্ঘটনাত তেখেত নিহত হয়।
  • ২০১১ - ভৃগুমুনি কাগয়ুং, অসমীয়া সাহিত্যিক।
  • ২০১৬ - কান্তা গুপ্তা, কানাডিয়ান গণিত অধ্যাপক।
  • ২০১৭ - অৰুণ শৰ্মা, অসমীয়া নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি তথা অনাতাঁৰ শিল্পী।

দিৱস

বাহ্যিক সংযোগ

Tags:

২৭ মাৰ্চ ঘটনাৱলী২৭ মাৰ্চ জন্ম২৭ মাৰ্চ মৃত্যু২৭ মাৰ্চ দিৱস২৭ মাৰ্চ বাহ্যিক সংযোগ২৭ মাৰ্চগ্ৰেগৰীয় বৰ্ষপঞ্জী

🔥 Trending searches on Wiki অসমীয়া:

ভীমৰাও ৰামজী আম্বেদকাৰমহিম বৰাকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানমৌখিক ইতিহাসভাৰত-চীন যুদ্ধআউনীআটী সত্ৰনলবাৰী জিলাপ্ৰেমচন্দআমাৰ অসমফুলছাইমন কমিশ্যনঅসমৰ সত্ৰসমূহৰ তালিকাগোপীনাথ বৰদলৈব্যক্তিত্বজৈন ধৰ্মৱেবছাইটলখিমপুৰ জিলাডিব্ৰুগড় বিশ্ববিদ্যালয়গুণাভিৰাম বৰুৱাৰোমাণ্টিক কবিতাঅনুৰাধাৰ দেশঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাভগ্নাংশ (গণিত)কাৰ্বি জনগোষ্ঠীলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানবিজ্ঞাপনভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাকলিকতাঅসমৰ মহকুমাসমূহৰ তালিকাঅসমত দেখা চৰাইবোৰগায়ত্ৰী মহন্তবতাহশচীন তেণ্ডুলকাৰভাইটি (চলচ্চিত্ৰ)গুণমালাঘৰচিৰিকাছুনামিঅসমৰ তেল শোধনাগাৰজিএছটিচিকিৎসা বিজ্ঞানহাতীপটিকিতাপ পঢ়াৰ আনন্দহিমালয়ড়অসমৰ কাঁহ শিল্পকিতাপআহোম ভাষাডাকৰ বচনৰাম গগৈচৰ্যাপদনগাঁও (লোকসভা সমষ্টি)কৰতল কমল কমল দল নয়নঅভিধানঅন্নপ্ৰাশনযোগ দৰ্শনবৰদৈচিলাসাত বিহুলুই পেষ্ট'ৰশিক্ষাবিশ্ব মেলেৰিয়া দিৱসচাহেবপুৰাৰ বৰষুণগীতি-ৰামায়ণগগনাজামুগুৰিহাটসম্পাদনাভূগোললোক-সংগীতশিৱসাগৰঅংগৰাগ মহন্তইউক্লিডকৰ্কট ক্ৰান্তিযৌন সংগম🡆 More