মাৰ্চ

মাৰ্চ গ্ৰেগৰীয় কেলেণ্ডাৰ অনুসাৰি বছৰৰ তৃতীয় মাহ। এই মাহত মুঠ ৩১ দিন থাকে।

১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
৩১  

নামকৰণ

মাৰ্চ শব্দটি প্ৰাচীন ৰোমান শব্দৰ পৰা আহিছে। ৰোমান বৰ্ষপজ্ঞিকাত মাৰ্চ আছিল প্ৰথম মাহ। ৰোমানসকলৰ যুদ্ধ দেৱতা মাৰিটাচৰ পৰা মাৰচ শব্দটোৰ আৰ্বিভাৱ হয়। মাৰচৰ পৰাই আধুনিক মাৰ্চ শব্দটো আহিছে।

দিৱস

  • বীমা দিৱস : ১ মাৰ্চ
  • পতাকা দিৱস : ২ মাৰ্চ
  • বিশ্ব বন্যপ্ৰাণী দিৱস : ৩ মাৰ্চ
  • আন্তৰ্জাতিক নাৰী দিৱস : ৮ মাৰ্চ
  • আন্তৰ্জাতিক গণিত দিৱস : ১৪ মাৰ্চ
  • আন্তৰ্জাতিক সুখ দিৱস : ২০ মাৰ্চ
  • বিশ্ব কবিতা দিৱস : ২১ মাৰ্চ
  • বিশ্ব জল দিৱস : ২২ মাৰ্চ

তথ্যসূত্ৰ

বাহ্যিক সংযোগ


Tags:

মাৰ্চ নামকৰণমাৰ্চ দিৱসমাৰ্চ তথ্যসূত্ৰমাৰ্চ বাহ্যিক সংযোগমাৰ্চমাহ

🔥 Trending searches on Wiki অসমীয়া:

মহামায়া ধামবিৰিঞ্চি কুমাৰ বৰুৱানগাঁওতথ্যহীৰেন গোহাঁইবিল্বেশ্বৰ দেৱালয়কাৰ্বি আংলং জিলাদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানযোৰানামঅসমীয়া যুক্তাক্ষৰসন্ধিশ্ৰীকৃষ্ণকীৰ্তনভাৰতৰ সংবিধানপৰ্যটনলখিমপুৰ জিলাপূৰ্ণ স্বৰাজপ্ৰতিমা বৰুৱা পাণ্ডেজৈন ধৰ্মপথেৰ পাঁচালীচন্দ্ৰকুমাৰ আগৰৱালাবিষ্ণুব্যক্তিত্বশ্ৰী সূৰ্য পাহাৰপাটবাউসী সত্ৰৰাজনৈতিক দলকীৰ্তন-ঘোষাহলীৰাম ডেকাপুৰুষোত্তম দাসবিশেষ শিক্ষাবৌদ্ধ ধৰ্মগোপীনাথ বৰদলৈঈয়াৰুইঙ্গমবৰপেটা (লোকসভা সমষ্টি)সমাৰ্থক শব্দহুঁচৰিধৰিত্ৰী দিৱসভাৰতউমানন্দমিৰি জীয়ৰীআপেক্ষিকতাবাদ তত্ত্বসাত বিহুডিমাছা ভাষানাৰীজোঙাল বলহুবীণাপাণি নাট্য সমাজবিশ্ব সাহিত্য কেন্দ্ৰকাগজশিশুইউটিউবছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)প্ৰাকৃতিক সম্পদপাচন তন্ত্ৰভীমৰাও ৰামজী আম্বেদকাৰভেঁকুৰপতঞ্জলিৰ যোগসূত্ৰবিষ্ণুপ্ৰসাদ ৰাভাপদাৰ্থ বিজ্ঞানশদিয়াহাবুংজাপিদৰ্শনঅসম বিধানসভাউৎপাদন (অৰ্থনীতি)নতুন দিল্লীতেজপুৰবংগ বিভাজন (১৯০৫)অৰ্থনীতিকৰ্ণ (অংগ)ভঠেলিচীনজল সংৰক্ষণশৰাইঘাটৰ যুদ্ধ🡆 More