৬ মাৰ্চ: তাৰিখ

৬ মাৰ্চ (ইংৰাজী: 6 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৬৪তম (অধিবৰ্ষত ৬৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০১টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
৩১  

ঘটনাৱলী

জন্ম

  • ১৪৭৫ - মাইকেলেঞ্জেল', ইটালীয় নৱজাগৰণৰ এজন ভাস্কৰ্যবিদ, চিত্ৰকৰ, স্থপতিবিদ, কবি আৰু অভিযন্তা।
  • ১৫০৮ - সম্ৰাট হুমায়ুন, দ্বিতীয় মোগল সম্ৰাট। (মৃ.১৫৫৬)
  • ১৮০৬ - এলিজাবেথ বেৰেট ব্ৰাউনিং, ইংৰাজ কবি। (মৃ.১৮৬১)
  • ১৯২৭ - গাৰ্চিয়া মাৰ্কেছ, কলম্বিয়ান ঔপন্যাসিক, চুটিগল্প লিখক, পটকথা লিখক তথা সংবাদসেৱী।
  • ১৯৮০ - ৰূপম ভূঞা, অসমীয়া কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক।

মৃত্যু

  • ২০১৫ - ৰাম সুন্দৰ দাস, ভাৰতীয় আইনজ্ঞ আৰু ৰাজনীতিবিদ।
  • ২০১৭ - ৰবাৰ্ট অছবৰ্ণ, আমেৰিকান অভিনেতা।
  • ২০২১ - গ্ৰাহাম পিংক, ব্ৰিটিছ ধাত্ৰী।

দিৱস

  • স্বাধীনতা দিৱস (ঘানা)

তথ্য সংগ্ৰহ


বাহ্যিক সংযোগ


Tags:

৬ মাৰ্চ ঘটনাৱলী৬ মাৰ্চ জন্ম৬ মাৰ্চ মৃত্যু৬ মাৰ্চ দিৱস৬ মাৰ্চ তথ্য সংগ্ৰহ৬ মাৰ্চ বাহ্যিক সংযোগ৬ মাৰ্চঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

নগাঁও (লোকসভা সমষ্টি)বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণৰাজ্যসভাঅসমৰ শাক-পাচলিৰ তালিকাকোষ (জীৱবিজ্ঞান)লিখন পদ্ধতিৰঘুনাথ চৌধাৰীআহোম-মোগলৰ সংঘৰ্ষঅতুল চন্দ্ৰ হাজৰিকামানস ৰাষ্ট্ৰীয় উদ্যানব্যক্তিত্ববাল্য বিবাহহৰপ্পাভাৰতৰ নিৰ্বাচন আয়োগজুবিন গাৰ্গকীৰ্তন-ঘোষামৌৰ্য সাম্ৰাজ্যবিষ্ণুপ্ৰসাদ ৰাভাদিল্লীভাৰতত মহিলা শিক্ষাপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰ২৬ এপ্ৰিলসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাখোলঅসমৰ চাহ জনগোষ্ঠীশিশুৰ খেল-ধেমালিঅৰ্কিডভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাগদ্যআজান পীৰমাটিভাৰতীয় জনতা পাৰ্টিঅসমীয়া জাতিমহেশ্বৰ নেওগহেম বৰুৱা (ত্যাগবীৰ)অসম বিধানসভাভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহঘৰধুবুৰী (লোকসভা সমষ্টি)শেলাইউত্তৰ গুৱাহাটীপতঞ্জলিৰ যোগসূত্ৰৰামসাম্যবাদভাৰতৰ ৰাষ্ট্ৰপতিসালোক সংশ্লেষণঅৰুণোদইকামাখ্যা মন্দিৰভোলানাথ দাসভাৰতৰ প্ৰধানমন্ত্ৰীশিক্ষা মনোবিজ্ঞানখাদ্য সুৰক্ষাবাইখো পূজামৈদামঅলিম্পিকমহেঞ্জোদাৰোতৎসমঅসমৰ মাছ ধৰা সঁজুলিভাস্কৰ (প্ৰথম)অসমৰ সাধুকথাতেজধাতু আৰু অধাতুধ্যান চান্দসাত বিহুএককোষী জীৱভঠেলিব্যষ্টিবাদী অৰ্থনীতিকানাই বৰশী বোৱা শিলালিপিমৃত্যুঞ্জয়২৪ এপ্ৰিলখামটি জনগোষ্ঠীঅসমৰ সমস্যা🡆 More