গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ

গাব্ৰিয়েল হজে ডি লা কনকৰ্ডিয়া (Gabriel José de la Concordia) গাৰ্চিয়া মাৰ্কেছ (স্পেনিছ উচ্চাৰণ:   audio (সহায়·তথ্য); (৬ মাৰ্চ ১৯২৭ - ১৭ এপ্ৰিল ২০১৪) এগৰাকী কলম্বিয়ান ঔপন্যাসিক, চুটিগল্প লিখক, পটকথা লিখক তথা সংবাদসেৱী আছিল। লেটিন আমেৰিকাৰ দেশসমূহত আদৰত তেখেতক গাব' নামে জনা যায়। বিংশ শতিকাৰ এজন উল্লেখযোগ্য লিখক হিচাবে পৰিগণিত মাৰ্কেছক ১৯৭২ চনৰ Neustadt International Prize for Literature আৰু ১৯৮২ চনৰ সাহিত্যৰ ন'বেল পুৰস্কাৰ প্ৰদান কৰা হয়। স্ব নিৰ্দেশিত (self-directed) শিক্ষা গ্ৰহণকাৰী মাৰ্কেছে আইন শিক্ষা এৰি সাংবাদিকতাৰ পেচা গ্ৰহণ কৰে। প্ৰথমৰ পৰাই তেখেতে কলম্বিয়াৰ আৰু বিদেশী ৰাজনীতিৰ নিৰ্ভিক সমালোচক আছিল। ১৯৫৮ চনত তেওঁ মাৰ্চিডিজ বাৰ্চাক (Mercedes Barcha) বিয়া কৰায়; তেওঁলোকৰ সন্তান দুজন হৈছে ৰ'ড্ৰিগ' গাৰ্চিয়া (নিৰ্দেশক) (Rodrigo García (director)) আৰু গঞ্জাল' (Gonzalo)

গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ
গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ
জন্ম Gabriel José de la Concordia García Márquez
৬ মাৰ্চ, ১৯২৭
Aracataca, Colombia
মৃত্যু ১৭ এপ্ৰিল, ২০১৪ (৮৭ বছৰ)
Mexico City, Mexico
ৰাষ্ট্ৰীয়তা Colombian
শিক্ষা University of Cartagena
ধৰণ Novels, short stories
সাহিত্যিক বিপ্লৱ Latin American Boom, magic realism
উল্লেখনীয় কৰ্মৰাজি One Hundred Years of Solitude, Autumn of the Patriarch, Love in the Time of Cholera
উল্লেখযোগ্য বঁটা Nobel Prize in Literature
1982
দাম্পত্যসংগী Mercedes Barcha Pardo
সন্তান Rodrigo García Barcha, Gonzalo García Barcha

প্ৰভাবিত হয়

স্বাক্ষৰ গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ

সংবাদসেৱী হিচাবে আত্মপ্ৰকাশ কৰা মাৰ্কেছে অনেক বিখ্যাত অ-কাল্পনিক সাহিত্যকৰ্ম আৰু চুটিগল্প ৰচনা কৰিছে যদিও তেখেত সাধাৰণতে তেখেতৰ উপন্যাস যেনে One Hundred Years of Solitude (১৯৬৭), Autumn of the Patriarch (১৯৭৫) আৰু Love in the Time of Cholera (১৯৮৫) আদিৰ বাবেহে বেছিকৈ জনাজাত। তেখেতৰ কৰ্মৰাজী অত্যন্ত উচ্চপ্ৰশংসিত আৰু ব্যাবসায়িকভাবেও সফল। তেখেতে বিশেষকৈ "যাদুকৰী বাস্তবতা" (magic realism) নামেৰে এক ৰচনাশৈলী জনপ্ৰিয় কৰি তোলে য'ত যাদুকৰী তত্ত্ব আৰু দৈনন্দিন জীৱন আৰু বাস্তবতাৰ সমাহাৰ দেখা যায়। তেখেতৰ কিছুমান লিখনী মাক'ণ্ড (Macondo) নামৰ এখন কাল্পনিক গাঁৱৰ পটভূমিত ৰচিত (তেখেতৰ জন্মস্থান আৰাকাটাকাৰ (Aracataca) আধাৰত) আৰু বেছিভাগেই "একান্ততা"ৰ ধাৰা (theme of solitude) অনুসৰণ কৰে।

তথ্য সংগ্ৰহ

Tags:

Es-Gabriel Garcia Marquez.oggএই শব্দটোৰ বিষয়েচিত্ৰ:Es-Gabriel Garcia Marquez.oggৱিকিপিডিয়া:IPA for Spanishৱিকিপিডিয়া:Media help

🔥 Trending searches on Wiki অসমীয়া:

ঘৰচিৰিকাব’হাগআয়ুৰ্বেদসংস্কৃত ভাষাৰুক্মিণী হৰণ নাটবৰ্মণ ৰাজবংশনেতাই ধুবুনী ঘাটযোগাসনমুখমৈথুনভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহকাতি বিহুতগৰনাৰীবাদভাৰতীয় নাগৰিকত্ব আইনছুনামিৰমন্যাসবাদনেলছন মেণ্ডেলামিচিং জনগোষ্ঠীজোনবিল মেলাগৌতম বুদ্ধজামুগুৰিহাটবিশ্বনাথ চাৰিআলিবিবাহঅসমৰ পুৰণি স্থাপত্যভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনদীৰ্ঘেশ্বৰী দেৱালয়গুণাভিৰাম বৰুৱাসাম্যবাদকৰপাঠ পৰিকল্পনাবাৰেচহৰীয়া ভাওনা মহোৎসৱঔষধি উদ্ভিদপঞ্চায়তী ৰাজপানীঅসমীয়া সাহিত্যপাঁচালীযোগ দৰ্শনভাৰতত মহিলা শিক্ষাচৰক সংহিতাঅংকীয়া নাটলোকবিশ্বাসতলাতল ঘৰআহোম জনগোষ্ঠীমিচিং জনগোষ্ঠীৰ সাজপাৰপৰ্যটনদৰ্শনচৰাইআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপি২৫ এপ্ৰিলআমভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাঅসমৰ চাহ জনগোষ্ঠীকম্পিউটাৰনামঘৰপৰিয়ালঅসমত দেখা পোৱা মাছৰ তালিকাভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাসমাজইংলেণ্ডহিউৱেন-চাংসিন্ধু সভ্যতাযোগেশ দাসহিমবাহৰজনীকান্ত বৰদলৈবুৰঞ্জী সাহিত্যবাঁহী (আলোচনী)প্ৰাকৃতিক পৰিৱেশমৌৰ্য সাম্ৰাজ্যধ্যান চান্দপ্ৰশান্ত মহাসাগৰবীৰেন্দ্ৰনাথ দত্তঅসম আৰক্ষী🡆 More