২০ মাৰ্চ: তাৰিখ

২০ মাৰ্চ (ইংৰাজী: 20 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৭৯তম (অধিবৰ্ষত ৮০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৬টা দিন বাকী থাকে।

১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
৩১  

ঘটনাবলী

  • ১৬৮৬ – কলকাতাৰ সূতানটি নামৰ গাঁৱত প্ৰথম ব্ৰিটিশ পতাকা উত্তোলন কৰা হয়।
  • ১৭৩৯ – নাদিৰ শাহে দিল্লি দখল কৰে।
  • ১৯৩৫ – ব্ৰিটিশ কাউন্সিল প্ৰতিষ্ঠিত হয়।
  • ১৯৯১ - খালেদা জিয়াবাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে।

২০ মা

জন্ম

  • ১৮২৮ - হেনৰিক ইবছেন, নৰৱেদেশীয় নাট্যকাৰ আৰু নাট পৰিচালক।
  • ১৮৯০ - জ্ঞাননাথ বৰা, অসমীয়া ‌কবি, প্ৰবন্ধকাৰ আৰু শিক্ষাবিদ।
  • ১৯২৫ - জৰ্জ নেথালিয়েন কাৰ্জন, ব্ৰিটিশ সাম্ৰাজ্যৰ অধীন উপনিবেশ ভাৰতেৰ গভৰ্নৰ জেনাৰেল আৰু ভাইচৰয়। (জ.১৮৫৯)
  • ১৯৫০ - সাৱিত্ৰী জিন্দাল, ভাৰতীয় ব্যৱসায়ী
  • ১৯৬৬ - অলকা য়াগনিক, ভাৰতীয় নেপথ্য গায়িকা।
  • ১৯৭৭ - গায়ত্ৰী যোশী, ভাৰতীয় অভিনেত্ৰী।

মৃত্যু

  • ১৮৫৮ - অৱন্তীবাই লোধী, ৰামগড়ৰ ৰাণী তথা মুক্তি যুঁজাৰু।
  • ২০০৬ - ভৃগু কুমাৰ ফুকন, অসমৰ জাতীয়তাবাদী নেতা তথা অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী।
  • ২০১৪ - খুছৱন্ত সিং, ভাৰতীয় সাহিত্যিক, উপন্যাসিক, স্তম্ভ লেখক, সাংবাদিক আৰু ইতিহাসবিদ।

দিৱস

তথ্য সংগ্ৰহ


বাহ্যিক সংযোগ


Tags:

২০ মাৰ্চ ঘটনাবলী২০ মাৰ্চ জন্ম২০ মাৰ্চ মৃত্যু২০ মাৰ্চ দিৱস২০ মাৰ্চ তথ্য সংগ্ৰহ২০ মাৰ্চ বাহ্যিক সংযোগ২০ মাৰ্চঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যমেলেৰিয়াঅন্তৰীপ (উপন্যাস)ওজাপালিকাৰ্বি আংলং জিলাচামেলি মেমচা'বহুমায়ুনৰ সমাধিক্ষেত্ৰআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰভবেন্দ্ৰ নাথ শইকীয়াঅসমীয়া সাহিত্যনাগৰিকত্বধাতু আৰু অধাতুপৃথুৱিকিমিডিয়া ফাউণ্ডেশ্যনৰোমাণ্টিক কবিতাকথা কবিতাবেদৱিকিপিডিয়াগোলকীয় উষ্ণতা বৃদ্ধিউদাৰনৈতিকতাবাদপাঁচালীঘৰ শালিকাভাৰতীয় সাহিত্যভগদত্তবেলিমাৰ (নাটক)অসমীয়া কবিতাসোৱণশিৰি নদীপ্ৰাকৃতিক পৰিৱেশঅভিধানঅসমৰ ইতিহাসভাৰত-আৰ্য ভাষা পৰিয়ালজাতনামচ্যু-খ্ৰুং-ফাবিষ্ণুপ্ৰসাদ ৰাভাউগ্ৰতাৰা দেৱালয়চৈয়দ আব্দুল মালিকপিঠাৰাজনীতিঅতুল চন্দ্ৰ হাজৰিকাহীৰেন গোহাঁইঅসমৰ লোকবাদ্যশিৱসাগৰৰ শিৱদৌলনামঘৰনয়ন নীলিমমানৱ ভূগোলমহাসাগৰবৌদ্ধ ধৰ্মআলেকজেণ্ডাৰতথ্যসংঘাতশ্বিলংজীৱথাই ভাষাহৰণ (গণিত)অৰ্কিডদীৰ্ঘেশ্বৰী দেৱালয়বিহু নৃত্যফাট বিহুচিৰ চেনেহী মোৰ ভাষা জননীযোগ দৰ্শনঅসমীয়া প্ৰতিদিনবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰুদ্ৰেশ্বৰ দেৱালয়মৰিগাঁও জিলাগুগলশৰৎচন্দ্ৰ গোস্বামীবিহুকিতাপছ'ভিয়েট সংঘস্বাভাৱিক সংখ্যাশ্ৰী শ্ৰী বটদ্ৰৱা থানযতীন বৰা🡆 More