১৬ আগষ্ট: তাৰিখ

১৬ আগষ্ট (ইংৰাজী: 16 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৮তম (অধিবৰ্ষত ২২৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩৭টা দিন বাকী থাকে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

ঘটনাৱলী

  • ১৮৬৭ - কাৰ্ল মাৰ্ক্সৰ ডাছ কেপিটেল প্ৰথম খণ্ড প্ৰকাশ হয়।
  • ১৯১০ - ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰসিদ্ধ কাব্য গীতাঞ্জলিৰ প্ৰথম প্ৰকাশ হয়।
  • ১৯৪৬ - ভাৰত বিভাজনকলৈ কলকাতাত হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈ চাৰি হাজাৰতকৈ অধিক লোকৰ মৃত্য়ু হয়।
  • ১৯৫৫ - বজালী মহাবিদ্যালয় স্থাপন হৈছিল।
  • ১৯৬০ - ব্ৰিটিছ সাম্ৰাজ্যবাদৰ পৰা শাসনমুক্ত হৈ চাইপ্ৰাছে স্বাধীন ৰাষ্ট্ৰ ৰূপে আত্মপ্ৰকাশ কৰে।
  • ১৯৬২ - পণ্ডিচেৰী, কৰাইকল, মাহে আৰু ইয়ানামাক লৈ সংযুক্ত পণ্ডিচেৰী কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হয়।
  • ১৯৬৮ - মেক্সিকোত অলিম্পিক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হয়।

জন্ম

  • ১৮৪৫ – গেব্ৰিয়েল লিপমেন, পদাৰ্থ বিজ্ঞানত নোবেল বঁটা বিজয়ী ফৰাচী বিজ্ঞানী জনৰ জন্ম হৈছিল।
  • ১৮৮৮ - টি ই ল'ৰেঞ্চ, ল'ৰেঞ্চ অৱ আৰৱীয়া হিচাপে খ্য়াত প্ৰথম বিশ্ব যুদ্ধৰ সৈনিক, লেখক আৰু পুৰাতত্ববিদ।
  • ১৯৪৫ – পি চিদাম্বৰম, ভাৰতীয় ৰাজনীতিবিদ আৰু অৰ্থনীতিবিদ তথা প্ৰাক্তন বিত্তমন্ত্ৰী জনৰ জন্ম হয়।
  • ১৯৫৪ - জেমছ কেমেৰুন, হলীউডৰ বিখ্যাত কথাছবি পৰিচালক, দা টাৰ্মিনেটৰ, টাইটানিক (কথাছবি) আৰু অৱতাৰ তেখেতে পৰিচালনা কৰা বিশ্ব বিখ্য়াত কথাছবি।
  • ১৯৫৮ - মেড'না, সম্পুৰ্ণ নাম মেড'না লুইছ চিক'নি, পপ সম্ৰাজ্ঞী হিচপে বিখ্য়াত পপ গায়িকা, গীতিকাৰ আৰু হলীউডৰ অভিনেত্ৰী।
  • ১৯৭০ - মনীষা কৈৰালা, নেপালত জন্ম গ্ৰহন কৰা বলীউডৰ অভিনেত্ৰী।
  • ১৯৭০ - চৈইফ আলী খান, বলীউডৰ অভিনেতা।

মৃত্যু

  • ১৮৮৬ - ৰামকৃষ্ণ পৰমহংসৰ মৃত্যু হয়।
  • ১৮৮৮ - জন পেম্বাৰটন, আমৰিকান ফাৰ্মাচিষ্ট, কোকা-কোলাৰ উদ্ভাৱক।
  • ১৮৯৯ - ৰবাৰ্ট বুনছেন বা ৰবাৰ্ট বানছেন (ইংঃ Robert Bunsen), জাৰ্মান ৰসায়ন বিজ্ঞানী, বুনছেন বাৰ্নাৰৰ (ইংঃ Bunsen burner) উদ্ভাৱক, চিজিয়াম আৰু ৰুবিডিয়ামৰ আৱিষ্কাৰক।
  • ১৯০৯ - মদনলাল ভিংৰা, পঞ্জাবৰ বিশিষ্ট বিপ্লৱী, তেখেতক ফাঁচী দিয়া হয়।
  • ২০০৩ - ইদি আমিন, উগাণ্ডাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু একনায়ক জনৰ মৃত্যু হয়।
  • ২০১৮ - অটল বিহাৰী বাজপায়ী, ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতৰত্ন, তেখেতৰ মৃত্যু হয়।

দিৱস

অনান্য

বাহ্যিক সংযোগ



Tags:

১৬ আগষ্ট ঘটনাৱলী১৬ আগষ্ট জন্ম১৬ আগষ্ট মৃত্যু১৬ আগষ্ট দিৱস১৬ আগষ্ট অনান্য১৬ আগষ্ট বাহ্যিক সংযোগ১৬ আগষ্টঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

ঢ়সংবিধান দিৱস (ভাৰত)অসমৰ শাক-পাচলিৰ তালিকাএডৱাৰ্ড জেনাৰলভিতালোক-সংগীততেজপুৰচুটিগল্পকৰ্কট ৰোগকাৰেঙৰ লিগিৰীঅৰ্জুন ভঞ্জনশব্দঅসমীয়া গীতি সাহিত্যতিনিচুকীয়া জিলাপিম্পৰা গুচোৱামাতৃভাষামঙ্গলদৈ (লোকসভা সমষ্টি)যোৰহাটপিঠাখেৰাইবাঁহদিখৌ নদীমাধৱদেৱম’বাইল ফোনমিৰি জীয়ৰীউমানন্দবিশ্বনাথ ঘাটইষ্ট ইণ্ডিয়া কোম্পানীকথা কবিতাব্ৰজাৱলী ভাষানাৰী সবলীকৰণডিমাছা জনগোষ্ঠীবানপানীৰাম বিজয়যুগ্ম সংখ্যাপূৰবী বৰমুদৈকামৰূপী উপভাষাস্বামী বিবেকানন্দবেটুপাতহুঁচৰিদৰং জিলাজেতুকাৰুক্মিণী হৰণ নাটএ পি জে আব্দুল কালামদিনশ্ৰীনিবাস ৰামানুজনতামোললীলা গগৈন'বেল বঁটাঋণাত্মক অখণ্ড সংখ্যাঅসমীয়া ভাষা উন্নতি সাধিনী সভামৃণাল কলিতাপদ্মধৰ চলিহাহৰপ্পাঅসমৰ পৰম্পৰাগত সাজ-পাৰজিকিৰএকচেটীয়া বজাৰউদ্ভিদকলিতা জনগোষ্ঠীমেঘালয়সুতুলীকৃষিঅসমীয়া প্ৰতিদিনবিশ্ব গ্ৰন্থ দিৱসপৰিমেয় সংখ্যাঅসমীয়া লোকসাহিত্যঅসমৰ ৰেচম শিল্পপৰ্যাবৃত্ত তালিকামানস ৰাষ্ট্ৰীয় উদ্যানদেউৰী জনগোষ্ঠীমুগা (ৰেচম)শিক্ষাপৰিৱেশ বিজ্ঞানবব্ৰুবাহনৰ যুদ্ধ🡆 More