১০ আগষ্ট: তাৰিখ

১০ আগষ্ট (ইংৰাজী: 10 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২২তম (অধিবৰ্ষত ২২৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

ঘটনাৱলী

  • ১৮৯৩ - ৰুডলফ ডিজেলৰ দ্বাৰা প্ৰথমটো ডিজেল চালিত ইঞ্জিন প্ৰদৰ্শিত হৈছিল।
  • ১৯৭৭ - আছফ হ’লৰ দ্বাৰা মংগল গ্ৰহৰ উপগ্ৰহ ‘‘ডেইমছ’’ আৱিষ্কৃত হৈছিল।
  • ১৯৭৯ - ভাৰতৰ প্ৰথম উপগ্ৰহ উৎক্ষেপক যান SLV-3 শ্ৰীহৰিকোটাৰপৰা পুৱা ৭-৫৮ বজাত উৎক্ষেপন কৰা হয়। পৰীক্ষামূলকভাৱে নিৰ্মিত এই যানৰ দৈৰ্ঘ্য ২২ মিটাৰ আৰু ওজন ১৭ টন। উল্লেখ্য যে উৎক্ষেপণৰ ৫ মিনিট ১৫ ছেকেণ্ডৰ পিছতে ই ধ্বংসপ্ৰাপ্ত হয়।

জন্ম

  • ১৭৮২ - চাৰ্লছ জেমছ নেপিয়াৰ, ইংৰাজ সৈনিক, বোম্বাই আৰ্মীৰ সেনাপতি আৰু সিন্ধৰ গৱৰ্ণৰ আছিল।
  • ১৮১৪ - হেনৰী নেষ্টলেই, জাৰ্মনী আৰু চুইজাৰলেণ্ডৰ উদ্য়োগপতি, বিশ্বৰ বৃহৎ খাদ্য় আৰু পানীয় কোম্পানী নেষ্টলেইৰ (Nestle) প্ৰতিষ্ঠাতা।
  • ১৮৬০ - বিষ্ণু নাৰায়ণ ভাটখাণ্ডে, ভাৰতীয় সংগীতত নৱযুগৰ সূচনা কৰোঁতা।
  • ১৮৭০ - আৰ্নেষ্ট ৰাডাৰফোৰ্ড, ইংৰাজ পদাৰ্থ বিজ্ঞানী। তেওঁ ১৯০৮ চনত ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছিল।
  • ১৮৯৪ - বৰাহগিৰি বেংকটগিৰি, ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি।
  • ১৯৩৮ - ফটেহ সিং ৰাথোড়, প্ৰকৃতিবিদ।
  • ১৯৬০ - এণ্টনিঅ' বেণ্ডেৰাছ, স্পেইনৰ অভিনেতা আৰু গায়ক।
  • ১৯৬৩ - ফুলন দেৱী, ভাৰতীয় লোকসভাৰ সাংসদ; একালৰ দস্যু ৰাণী।
  • ১৯৯৭ - কাইলী জেনাৰ, আমেৰিকাৰ জনপ্ৰিয় মডেল আৰু ব্য়ৱসায়ী।
  • ১৯৯২ - ভমিদিপতি সাই প্ৰনীত, ভাৰতীয় বেডমিণ্টন খেলুৱৈ।

মৃত্যু

  • ১৮৯৬ - অটো লিলিয়ানথল, জাৰ্মান উৰাজাহাজ বিজ্ঞানী, সফল গ্লাইডাৰ উৰণৰ বাবে 'ফ্লাইংমেন' হিচাপে বিখ্যাত।
  • ১৯১৫ - হেনৰী ম'জলি, ইংৰাজ পদাৰ্থ বিজ্ঞানী, আনৱিক সংখ্য়াৰ বাবে বিখ্য়াত।
  • ১৯৪৫ - বাৰ্ট হাচিংছ গ'ডাৰ্ড, আমেৰিকান অভিযন্তা, অধ্যাপক, পদাৰ্থবিজ্ঞানী আৰু আৱিষ্কাৰক। তেখেতক পৃথিৱীৰ প্ৰথম তৰল-ইন্ধনযুক্ত ৰকেট সৃষ্টি আৰু নিৰ্মাণকৰাৰ কৃতিত্ব দিয়া হয়।
  • ১৯৮২ - তচদ্দুক ইউছুফ, অসমীয়া চলচ্চিত্ৰ, অনাতাঁৰ আৰু মঞ্চ অভিনেতা।
  • ১৯৯৫ - হৰিশংকৰ পৰসাঈ, হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ লেখক আৰু ব্যংগকাৰ।
  • ২০০২ - ইউগেন অ'ডাম, জীৱবিজ্ঞানী আৰু পৰিৱেশ বিজ্ঞানী।
  • ২০১০ - অতুল বৰদলৈ, প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক, নতুন অসমীয়া দৈনিক কাকতৰ উপ-সম্পাদক।

দিৱস

  • আন্তৰ্জাতিক জৈৱডিজেল দিৱস।
  • স্বাধীনতা দিৱস (ইকুৱেডৰ)।

বাহ্যিক সংযোগ



তথ্য়সূত্ৰ

Tags:

১০ আগষ্ট ঘটনাৱলী১০ আগষ্ট জন্ম১০ আগষ্ট মৃত্যু১০ আগষ্ট দিৱস১০ আগষ্ট বাহ্যিক সংযোগ১০ আগষ্ট তথ্য়সূত্ৰ১০ আগষ্টঅধিবৰ্ষইংৰাজী ভাষাগ্ৰেগৰিয়ান বৰ্ষপঞ্জীদিন

🔥 Trending searches on Wiki অসমীয়া:

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যনগা জনগোষ্ঠীপঞ্জাব, ভাৰতভাৰতশ্ৰীমদ্ভগৱতগীতাঅসম গণ পৰিষদবাজেটজন গণ মনমাৰ্টিন লুথাৰ কিং, কনিষ্ঠবায়ু প্ৰদূষণবিশ্ব পৰিৱেশ দিৱসৰাছিয়াবাণীকান্ত কাকতিজনপ্ৰব্ৰজনঅসীমত যাৰ হেৰাল সীমাব’হাগসিন্ধু সভ্যতাসোণোৱাল কছাৰীসৰুআইমোৰ জীৱন সোঁৱৰণঅসমীয়া লিপিৰ বুৰঞ্জীআলি আঃয়ে লৃগাংউইলিয়াম শ্বেইকছপীয়েৰগণৰাজ্য দিৱস (ভাৰত)ষ্ট্ৰবেৰীভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহচন্দ্ৰযান-৩লখিমপুৰ (লোকসভা সমষ্টি)যক্ষ্মাজাপানত ইছলাম ধৰ্মউৎসৱপটলবসন্ত ঋতুঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিভূগোলকছাৰী ৰাজ্যঅসমৰ মুখা শিল্পহোলোঙাপাৰ গিবন অভয়াৰণ্যমনোবিজ্ঞানবিজ্ঞানবৃত্তবৰগীতঅষ্ট্ৰেলিয়াঅসমীয়া উপন্যাসপথৰুঘাটৰ ৰণকলাসত্যনাথ বৰাজীৱনৰ বাটতমোহনদাস কৰমচান্দ গান্ধীআই এম ডি টি আইন, ১৯৮৩বাঁহৰাভা জনগোষ্ঠীহাজং জনগোষ্ঠীমাধৱদেৱকপিৰাইটঅখণ্ড সংখ্যাকীৰ্তন ঘোষা সংকলনকামৰূপী উপভাষাঅসমৰ তেল শোধনাগাৰঅসমীয়া শিশু আলোচনীসমূহৰ তালিকামাজুলীগৰু বিহুশ্ৰীনিবাস ৰামানুজনআহোম ৰাজবংশবিহুৰ বাদ্যযন্ত্ৰInternational Standard Book Numberবিচূৰ্ণীভৱনভাৰতীয় সাহিত্যইণ্টাৰনেটচাহেবপুৰাৰ বৰষুণমিৰি জীয়ৰীজীৱনী২৮ মাৰ্চসমাজভাৰতত মহিলা শিক্ষাকথা কবিতাশ্ৰীমন্ত শংকৰদেৱ🡆 More