অতুল বৰদলৈ: চলচ্চিত্ৰ পৰিচালক

অতুল বৰদলৈ (ইংৰাজী: Atul Bordoloi) অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক আছিল। ১৯৭০ চনত মুক্তিপ্ৰাপ্ত অপৰাজেয় নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। তেখেতে মুঠতে ৮খন অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। তেখেতে দূৰদৰ্শন ধাৰাবাহিক আৰু তথ্যচিত্ৰৰ নিৰ্মাণো কৰিছিল। তেখেতৰ পৰিচালনাত মুক্তি পোৱা চলচ্চিত্ৰ কল্লোল নামৰ চলচ্চিত্ৰখনে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। চলচ্চিত্ৰ পৰিচালনা কৰাৰ উপৰিও তেখেতে নতুন অসমীয়া নামৰ এক অসমীয়া দৈনিক কাকতৰ উপ সম্পাদকৰ দায়িত্বও বহন কৰিছিল।

অতুল বৰদলৈ
জন্ম ১৯৩৮
তৰাজান, যোৰহাট, অসম
মৃত্যু ১০ আগষ্ট, ২০১০
গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা চলচ্চিত্ৰ পৰিচালক

পৰিচালিত চলচ্চিত্ৰ

অতুল বৰদলৈয়ে মুঠতে ৮খন ছবি পৰিচালনা কৰিছিল

ছবিৰ নাম বৰ্ষ টোকা
অপৰাজেয় ১৯৭০
বনৰীয়া ফুল ১৯৭৩
অনুতাপ ১৯৭৩
কল্লোল ১৯৭৮
মেঘ ১৯৭৯
গ্ৰহণ ১৯৯০
ডাৱৰ ১৯৯০
চিঞৰ ১৯৯১
দৃষ্টি ১৯৯৪

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

  1. Atul Bordoloi’s flimography

Tags:

অপৰাজেয় (চলচ্চিত্ৰ)অসমঅসমীয়া চলচ্চিত্ৰইংৰাজী ভাষাচলচ্চিত্ৰ

🔥 Trending searches on Wiki অসমীয়া:

কথা-ভাগৱতছট পূজাপীতাম্বৰ কবিমণিপুৰ সংঘৰ্ষ ২০২৩ব’হাগমহাসাগৰব্ৰিটিছ ৰাজপৰিৱেশ অধ্যয়নউপভাষাপুষ্টিকাৰককেওঁট জনগোষ্ঠীউদাৰনৈতিকতাবাদমানৰ অসম আক্ৰমণশ্ৰীমন্ত শংকৰদেৱঅনুৰাধা শৰ্মা পূজাৰীঅন্নপ্ৰাশনপ্ৰথম বিশ্বযুদ্ধঅৰুণাচল প্ৰদেশসাহিত্য সমালোচনাবিষ্ণুপ্ৰসাদ ৰাভামেলেৰিয়াহিমালয়ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালবিহু নৃত্যৰবীন্দ্ৰনাথ ঠাকুৰকথা কবিতাপুথিভঁৰালভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাবিষ্ণুৰাম মেধিখগেন মহন্তসাহিত্যআমলখিযতীন্দ্ৰ নাথ দুৱৰাআত্মাআমাৰ অসমতথ্য জনাৰ অধিকাৰ আইন, ২০০৫পাইথেগাৰাছপঞ্চায়তী ৰাজইণ্টাৰনেটসালোক সংশ্লেষণনাগালেণ্ডৰ সংস্কৃতিআহোম ভাষাপ্ৰাকৃতিক পৰিৱেশশুৱালকুছিসিংহযোগ দৰ্শনবহুভাষাবাদঅসমীয়া ভাষা উন্নতি সাধিনী সভাচিৰ চেনেহী মোৰ ভাষা জননীপ্ৰদূষণৰাভা ভাষাহোমেন বৰগোহাঞিবিপৰীতাৰ্থক শব্দমাতৃভাষালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানআত্মজীৱনীঅসমত মহাত্মাসাক্ষৰতামানৱ ভূগোলৰাধাগোবিন্দ বৰুৱাআত্মসহায়ক গোটৰাসায়নিক মৌলঘৰচিৰিকাকমলাকান্ত ভট্টাচাৰ্য্যযৌন প্ৰৱেশক্ৰিয়াঅসমৰ ধান খেতিৰ সঁজুলিসমূহবিঘাকল্পনা চাওলাঅসম বিধানসভাঅসমৰ মন্ত্ৰ-সাহিত্য🡆 More